লেখক:পাৰ্ৱতিপ্ৰসাদ বৰুৱা
অৱয়ব
| ←লেখকৰ তালিকা | পাৰ্ৱতিপ্ৰসাদ বৰুৱা (১৯০৪–১৯৬৪) |
| পাৰ্ৱতি প্ৰসাদ বৰুৱা (১৯০৪-১৯৬৪) অসমৰ এগৰাকী সাহিত্যিক, গীতিকাৰ, কবি, চলচ্চিত্ৰ-নিৰ্মাতা আৰু নাট্যকাৰ। গীতিকবি ৰূপে তেখেত পৰিচিত আছিল। তেখেতে ১৯৪০ চনত চতুৰ্থখন অসমীয়া চলচ্চিত্ৰ ৰূপহী নিৰ্মাণ কৰি উলিয়াইছিল। |
গ্ৰন্থপঞ্জী
[সম্পাদনা কৰক]এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৬ চনত ১ জানুৱাৰী ১৯৬৬ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )