সমললৈ যাওক

লেখক:নাথান ব্ৰাউন

ৱিকিউৎসৰ পৰা
নাথান ব্ৰাউন
(১৮০৭–১৮৮৬)
আন প্ৰকল্পত: ৱিকিপিডিয়াত জীৱনী পঢ়ক আমেৰিকান বেপ্তিষ্ট মিছনেৰী, আমেৰিকাৰ দাসপ্ৰথা বিৰোধক, ভাষাতত্ত্ববিদ, ব্যাকৰণবিদ আৰু অনুবাদক।

সাহিত্য কৰ্ম

[সম্পাদনা কৰক]
  • নিউ টেষ্টামেণ্টৰ অসমীয়া ভাঙনি ‘আমাৰ ত্ৰানকৰ্তা যিচুখ্ৰীষ্ট্ৰৰ নতুন নিয়ম’ (১৮৪৮)
  • বাইবেলৰ মাথি, মাৰ্ক, লুক, য়ুহান আদি চাৰিটা খণ্ড অনুবাদ কৰি ‘খ্ৰীষ্টৰ বিৱৰণ আৰু শুভবাত্ৰা’ (বাৰ্তা) (১৮৫৪)
  • Grammatical Notices of the Assamese Language (১৮৪৮)
  • যাত্ৰিকৰ যাত্ৰা (অনুবাদ, ১৮৫১, অৰুণোদই কাকতত ধাৰাবাহিকভাৱে প্ৰকাশিত)
  • যোচেফৰ কাহিনী
  • যিশুখ্ৰীষ্টৰ জীৱনী