লেখক:দৈত্যাৰি ঠাকুৰ
অৱয়ব
| ←লেখকৰ তালিকা | দৈত্যাৰি ঠাকুৰ |
| দৈত্যাৰি ঠাকুৰ শংকৰোত্তৰ যুগৰ এগৰাকী উল্লেখযোগ্য চৰিতকাৰ আৰু নাট্যকাৰ। তেওঁ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ ৰ জীৱনভিত্তিক চৰিতপুথি লিখাৰ লগতে একাধিক নাট ৰচনা কৰিছে। দৈত্যাৰি ঠাকুৰ মাধৱদেৱৰ ভাগিনীয়েক ৰামচৰণ ঠাকুৰৰ পুত্ৰ। |
ৰচনা-ৰাজি
[সম্পাদনা কৰক]এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৬ চনত ১ জানুৱাৰী ১৯৬৬ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )