লেখক:দুৰ্গাবৰ
অৱয়ব
| ←লেখকৰ তালিকা | দুৰ্গাবৰ কায়স্থ (১৫০০–১৬০০) |
| দুৰ্গাবৰ বা দুৰ্গাবৰ কায়স্থ(১৫-১৬শ শতিকা) এগৰাকী পাঁচালী কবি আছিল। জন্মৰ সময় সম্পৰ্কীয় কোনো নিৰ্দিষ্ট তথ্য পোৱা নাযায় যদিও তেওঁ ৰজা বিশ্বসিংহৰ দিনৰ কবি আছিল। সেই অনুসৰি ১৫১৫ আৰু ১৫৪০ চনৰ আগে পিছেই তেওঁৰ জন্ম-মৃত্যু বুলি অনুমান কৰা হয়। দেউতাক চন্দ্ৰধৰ কায়স্থ বা চন্দ্ৰবৰ কায়স্থ। তেওঁৰ পৃষ্ঠপোষক আছিল বাহুবল শিকদাৰ। বিষয় চন্দ্ৰ বিশ্বাসীৰ মতে দুৰ্গাবৰৰ জন্ম স্থান হাজো। দুৰ্গাবৰে মনসা-গীতৰ উপৰিও গীতি-ৰামায়ণ নামৰ এখন পুথি ৰচনা কৰিছিল। মনসা-গীত খন তেওঁৰ প্ৰথম আৰু গীতি-ৰামায়ণ দ্বিতীয় ৰচনা। । |
সাহিত্য কৃতি
[সম্পাদনা কৰক]এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৬ চনত ১ জানুৱাৰী ১৯৬৬ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )