সমললৈ যাওক

লেখক:দুৰ্গাধৰ বৰকটকী

ৱিকিউৎসৰ পৰা
দুৰ্গাধৰ বৰকটকী
দুৰ্গাধৰ বৰকটকী জোনাকী যুগৰ এগৰাকী লেখক। জন্ম মৃত্যুৰ একো তথ্য পোৱা নাযায়। জোনাকীত তেখেতৰ লেখা প্ৰকাশ হৈছিল। লক্ষ্মীনাথ বেজবৰুৱাই মোৰ সোঁৱৰণীত তেখেতক বেজবৰুৱাৰ সমনীয়া ছাত্ৰবন্ধু আৰু তেজপুৰ নৰ্মাল স্কুলৰ হেড মাষ্টৰ আছিল বুলি উল্লেখ কৰিছে। বেজবৰুৱাৰ মতে, বৰকটকী পিছলৈ ৰায়চাহাব আৰু অসম উপত্যকাৰ বিদ্যালয় পৰিদৰ্শক (স্কুল ইন্সপেক্টৰ) হৈছিল। উক্ত গ্ৰন্থৰ ২৮ নং পৃষ্ঠাত বৰুৱাই বৰকটকীৰ নাম দুৰ্গাধৰ শৰ্মা বৰকটকী বুলিও উল্লেখ কৰিছে। আসাম হিতৈষীৰ সম্পাদক আছিল। স্তুতি-মালা, মহাভাৰতৰ শল্য পৰ্ব, প্ৰহ্লাদ, বিৰাট পৰ্ব্ব, বুকাৰ ৱাচিংটন আদি গ্ৰন্থৰ প্ৰকাশক।


সাহিত্যকৰ্ম

[সম্পাদনা কৰক]
সম্পাদিত গ্ৰন্থ


এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৬ চনত ১ জানুৱাৰী ১৯৬৬ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )