লেখক:থানেশ্বৰ হাজৰিকা
অৱয়ব
| ←লেখকৰ তালিকা | থানেশ্বৰ হাজৰিকা (১৮৯৮–১৯৪৩) |
| অসমীয়া অনুবাদক আৰু সাহিত্যিক। গুৱাহাটীৰ খানাপাৰা ফাৰ্ম, আপাৰ শ্বিলং ফাৰ্ম আদিৰ মেনেজাৰ হৈ কৃষি বিভাগৰ উপ-সঞ্চালক হৈছিল। মাত্ৰ ৪৫ বছৰ বয়সত মৃত্যু হয়। |
গ্ৰন্থসমূহ
[সম্পাদনা কৰক]- দীন-দুখী (১৯৬২), থানেশ্বৰ হাজৰিকাৰ দ্বাৰা অনূদিত, ভিক্টৰ হিউগ'ৰ দ্বাৰা ৰচিত

- বব্ৰুবাহন
এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৬ চনত ১ জানুৱাৰী ১৯৬৬ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )