লেখক:তৰুণ লয়িং
অৱয়ব
| ←লেখকৰ তালিকা | তৰুণ লয়িং |
| তৰুণ লয়িং অসমৰ এগৰাকী লেখক। উত্তৰ-পূৱ অঞ্চলৰ জনজাতীয় অধ্যয়নৰ প্ৰতি অনুৰক্ত লয়িং এগৰাকী ভ্ৰমণ অনুৰাগী। এখন মটৰ চাইকেলেৰে তেওঁ বিভিন্ন সময়ত সমগ্ৰ উত্তৰ-পূৱ ভ্ৰমণ কৰিছে আৰু এই ভ্ৰমণ অভিজ্ঞতাক কেইবাখনো গ্ৰন্থৰ জৰিয়তে প্ৰকাশ কৰিছে। লয়িং যোৰহাট জিলাত অৱস্থিত যোৰহাট মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক। শ্বহীদ কমলা মিৰি ভিত্তিক তেখেতৰ এখন গৱেষণামূলক গ্ৰন্থ প্ৰকাশ পাইছে। |
সাহিত্যিক অৱদান
[সম্পাদনা কৰক]জীৱনীমূলক গ্ৰন্থ
[সম্পাদনা কৰক]- শ্বহীদ কমলা মিৰিৰ সংগ্ৰামী জীৱনৰ আঁত ধৰি (২০১৯)
- মিচিং নাৰীকণ্ঠ (২০১৯)
ভ্ৰমণ কাহিনী
[সম্পাদনা কৰক]- নাগালেণ্ডৰ পৰ্য্যটন আৰু অন্যান্য (২০২০)
- মণিপুৰৰ পৰ্য্যটন আৰু অন্যান্য (২০২৩)
- মটৰ চাইকেলেৰে সাতভনীত এভুমুকি
অন্যান্য
[সম্পাদনা কৰক]এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।