লেখক:তীৰ্থনাথ গোস্বামী
অৱয়ব
| ←লেখকৰ তালিকা | তীৰ্থনাথ গোস্বামী (১৮৭৬–১৯৬৬) |
| তীৰ্থনাথ গোস্বামী - (১৮৭৬- ১৯৬৬) এগৰাকী সত্ৰাধিকাৰ আছিল। ১৯২৫ চনত তেওঁ যদুমণি প্ৰেছ প্ৰতিষ্ঠা কৰি এই প্ৰেছৰপৰা কেইবাখনো ধৰ্মপুথি প্ৰকাশ কৰি উলিয়াইছিল। ঘৰ যোৰহাটৰ ধলৰ সত্ৰত। 'ধৰ্মপ্ৰদীপ' শীৰ্ষক মাহেকীয়া আলোচনীৰ প্ৰকাশক। তেওঁ কীৰ্ত্তন। দশম, নামঘোষা, ৰত্নাৱলী আদি গ্ৰন্থ সম্পাদনা কৰাৰ উপৰিও নিজে ভালেকেইখন ধৰ্মপুথি লিখি উলিয়াইছিল। ১৯৩৪ চনত ৰিপুঞ্জয় স্মৃতি নামে এখন সংস্কৃত গ্ৰন্থৰ অসমীয়া অনুবাদ কৰিছিল। |