সমললৈ যাওক

লেখক:চাইফুদ্দিন আহমদ

ৱিকিউৎসৰ পৰা
চাইফুদ্দিন আহমদ
(১৮৯২–১৯৫৭)
চাইফুদ্দিন আহমদ এগৰাকী লেখক আৰু কৃতি শিক্ষক। জন্ম ডিব্ৰুগড়ত। একাধাৰে এগৰাকী খেলুৱৈ, সু-অভিনেতা আৰু সমাজ সেৱক। বিভিন্ন নাটকত অভিনয়েৰে নাম কৰিছিল। জোনাকী আৰু আৱাহনৰ লেখক।

সাহিত্য-কৃতি

[সম্পাদনা কৰক]

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৬ চনত ১ জানুৱাৰী ১৯৬৬ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )