লেখক:চন্দ্ৰনাথ দত্ত ফুকন
অৱয়ব
| ←লেখকৰ তালিকা | চন্দ্ৰনাথ দত্ত ফুকন |
| চন্দ্ৰনাথ দত্ত ফুকন ১৯৪৮ চনৰ জানুৱাৰী মাহৰপৰা জুন মাহলৈ যোৰহাট নৰ্মাল স্কুলৰ অধীক্ষক আছিল। শিক্ষাগত অৰ্হতা - বি,এ, বি,টি। শিক্ষকতাৰ লগতে তেওঁ ১৯০০ৰপৰা ১৯৩০চনৰ ভিতৰত কেইবাখনো পাঠ্যপুথি ৰচনা কৰিছিল। |
ৰচনাৰাজি
[সম্পাদনা কৰক]পাঠ্যপুথি
[সম্পাদনা কৰক]এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৬ চনত ১ জানুৱাৰী ১৯৬৬ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )