সমললৈ যাওক

লেখক:কৰুণাধৰ বৰুৱা

ৱিকিউৎসৰ পৰা
কৰুণাধৰ বৰুৱা
(১৯০৫—)
কৰুণাধৰ বৰুৱা(১৯০৫-অজ্ঞাত) এগৰাকী কবি, সাহিত্যিক আৰু নাট্যকাৰ। জন্ম যোৰহাটত। যোৰহাট নাট্য মন্দিৰৰ সৈতে জড়িত আছিল। তেওঁৰ ৰচিত নাটক যোৰহাট নাট্য মঞ্চত মঞ্চস্থ হৈছিল।

সাহিত্যকৰ্ম

[সম্পাদনা কৰক]
  1. মালঞ্চ
  2. মালিকা
নাটক
  1. সীতা
  2. ৰায়বাহাদুৰ
  3. ৰত্নাকৰ
  4. মিলিটেৰী প্ৰেম
  5. মধু মাষ্টৰৰ গৰু
  6. সোণৰ ৰেঙনি
  7. প্ৰজাপতি
  8. বৃত্ৰাসুৰ বধ
  9. বাল্মীকিসুতা