লেখক:কৃষ্ণকান্ত ভট্টাচাৰ্য
অৱয়ব
| ←লেখকৰ তালিকা | কৃষ্ণকান্ত ভট্টাচাৰ্য (১৮৩২–১৯৫১) |
| কৃষ্ণকান্ত ভট্টাচাৰ্য (১৮৩২-১৯৫১) আসাম-বিলাসিনীৰ প্ৰতিষ্ঠাপক তথা সম্পাদক। যোৰহাটৰ মানুহ। যোৰহাট কাছাৰীত পেস্কাৰ ৰূপে কৰ্মৰত আছিল। আউনীআটি সত্ৰৰ ধৰ্মপ্ৰকাশ যন্ত্ৰ নামৰ ছপাকলটো লৈ ১৯১২ চনত ভায়েক ঘনকান্ত ভট্টাচাৰ্যক সম্পাদক ৰূপে নিয়োজিত কৰি আসাম-বিলাসিনী প্ৰকাশ কৰিছিল। চৰকাৰ বিৰোধী আচৰণ আৰু লেখা প্ৰকাশৰ বাবে কাকতখন বন্ধ কৰিবলগা হোৱাত 'সুপ্ৰভাত' আৰু 'জননী' নামে আন দুখন মাহেকীয়া কাকত প্ৰকাশৰ যো-জা কৰিছিল। আসাম প্ৰডিউচ ট্ৰেডিং কোম্পানী নামৰ এটি ট্ৰেডিং কোম্পানীৰো প্ৰতিষ্ঠাপক আছিল। যোৰহাটত এখন ইংৰাজী স্কুল খোলাৰ লগতে এখন সংস্কৃত কলেজৰো তেওঁ পৰিকল্পনা কৰিছিল। |
গ্ৰন্থসমূহ
[সম্পাদনা কৰক]এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৬ চনত ১ জানুৱাৰী ১৯৬৬ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )