লেখক:কাশী নাথ বৰ্ম্মণ
অৱয়ব
| ←লেখকৰ তালিকা | কাশী নাথ বৰ্ম্মণ (১৮৯৫–১৯৬৩) |
| জন্ম নলবাৰীৰ চামটাত। যোৰহাট নৰ্মাল স্কুলৰ শিক্ষক ৰূপে কৰ্মৰত আছিল। পিছত শিৱসাগৰ চৰকাৰী হাইস্কুলৰ শিক্ষক ৰূপে অৱসৰ গ্ৰহণ কৰে। |
গ্ৰন্থসমূহ
[সম্পাদনা কৰক]- অতুল পাঠমালা (তৃতীয় ভাগ) (পাঠ্যপুথিমালা)
- নাৰী-ৰত্ন (১৯২৯)
- গল্প-লহৰি (১৯৪৯)
- অমৰ-কাহিনী (১৯৪৯)
- শান্তি-দূত (১৯৫০)
- পুৰুষ-ৰত্ন (১৯৬১)
- দেশ-বিদেশৰ সাধু সংগ্ৰহ
- অসমৰ বৈষ্ণৱ ধৰ্ম আৰু বৈষ্ণৱাচাৰ্য্যসকলৰ চমু জীৱনী
- কিৰাট অৰ্জুন
এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৬ চনত ১ জানুৱাৰী ১৯৬৬ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )