লেখক:কালিদাস
অৱয়ব
কালিদাস আছিল এজন ধ্ৰুপদী সংস্কৃত ৰচয়িতা, যাক সংস্কৃত ভাষাৰ শ্ৰেষ্ঠ কবি আৰু নাট্যকাৰ বুলিও গণ্য কৰা হয়। তেওঁৰ জীৱনকাল সম্বন্ধে অধিকাংশ তথ্যই অজ্ঞাত। মাত্ৰ তেওঁৰ কাব্য আৰু নাট্যৰ পৰা সামান্য পাঠোদ্ধাৰ সম্ভৱ। তেওঁৰ জীৱনকালৰ সঠিক সময়সীমা উদ্ধাৰ নহ'লেও পঞ্চম শতিকা বুলি অনুমান কৰা হৈছে।[১]