লেখক:উমেশ বৈশ্য
অৱয়ব
←লেখকৰ তালিকা | উমেশ বৈশ্য (১৯৩৯–১৯৯৮) |
![]() |
[১] তেওঁৰ জন্ম হৈছিল ১৯৩৯ চনৰ ৩ অক্টোবৰত নলবাৰী জিলাৰ বালিলেচা গাঁৱত। তেওঁৰ পিতৃ স্বৰ্গীয় বন্তিৰাম বৈশ্য আৰু মাতৃ স্বৰ্গীয়া পৱিত্ৰপ্ৰিয়া বৈশ্য। পিতৃ-মাতৃৰ তেওঁ জ্যেষ্ঠ সন্তান। | উমেশ বৈশ্য (৩ অক্টোবৰ,১৯৩৯- ১ আগষ্ট,১৯৯৮) হৈছে এগৰাকী অসমীয়া শিল্পী,শিক্ষাবিদ, সাহিত্যিক।
প্ৰকাশিত গ্ৰন্থ
[সম্পাদনা কৰক]তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ ড° শেখৰ জ্যোতি বৈশ্য,নীলোৎপল শৰ্মা (নৱেম্বৰ, ২০১৫). সুৰ বিচাৰি বাৰ বছৰ. লুকুমণি চৌধুৰী,বাণী প্ৰকাশ. ISBN 978-93-8249596-3.