লেখক:অ’ হেনৰী
অৱয়ব
| ←লেখকৰ তালিকা | অ' হেনৰী (১৮৬২–১৯১০) |
| ‘’’উইলিয়াম ছিডনী পৰ্টাৰ’’’ যি অ’ হেনৰী নামেৰে অধিক পৰিচিত। মূলতঃ তেওঁৰ চুটিগল্প সমূহৰ বাবে প্ৰখ্যাত হেনৰী এজন আমেৰিকান লেখক আছিল। তেওঁৰ ৰচনাসমূহৰ ভিতৰত আছে ‘’দ্য গিফ্ট অৱ দ্য মেগী’’, ‘’দ্য ডুপ্লিচিটি অৱ হাৰগ্ৰেভছ’’, আৰু ‘’দ্য ৰেনছম অৱ ৰেড চিফ’’, লগতে উপন্যাস ‘’কেবেজ এণ্ড কিংছ’’। |

- গ্ৰন্থ-ৰাজি
এই লেখকৰ ১ জানুৱাৰী ১৯৩১ তাৰিখৰ পূৰ্বে প্ৰকাশিত লেখাসমূহ বিশ্বজুৰী পাবলিক ড'মেইন বা ৰাজহুৱা ক্ষেত্ৰৰ আওতাভুক্ত হয় কিয়নো লেখকৰ মৃত্যু অতিকমেও ১০০ বছৰ পূৰ্বে হৈছে। পাছত প্ৰকাশ পোৱা অনুবাদ বা সম্পাদনা কপিৰাইটযুক্ত হ’ব পাৰে। মৰণোত্তৰ কাৰ্য্যসমূহ দেশ আৰু অঞ্চলভেদে প্ৰকাশৰ সময়ৰ ভিত্তিত কপিৰাইটযুক্ত হ’ব পাৰে।