সমললৈ যাওক

লেখক:অৰ্জ্জুনদাস বৈৰাগী

ৱিকিউৎসৰ পৰা
অৰ্জ্জুনদাস বৈৰাগী
আন প্ৰকল্পত: ৱিকিপিডিয়াত জীৱনী পঢ়ক অৰ্জুন দাস বৈৰাগী (১৭-১৮ শতিকা) স্বৰ্গদেৱ ৰুদ্ৰসিংহৰ কটকী আছিল। ১৭১০ চনৰপৰা ১৫ চনলৈ মুঠতে তিনিবাৰ ৰত্ন কন্দলী শৰ্মা কটকীৰ লগত ত্ৰিপুৰা ৰাজ্যলৈ স্বৰ্গদেউৰ সন্দেশ লৈ গৈছিল। মোগল আক্ৰমণৰ বিৰুদ্ধে থিয় দিবলৈ স্বৰ্গদেৱে ত্ৰিপুৰা ৰাজ্যৰ সহায় বিচাৰি বাৰ্তা পঠিয়াইছিল। ১৭২৪ চনত ৰত্ন কন্দলীৰ সৈতে যুটীয়াকৈ 'ত্ৰিপুৰা বুৰঞ্জী' ৰচনা কৰে।
ৰচনা-ৰাজি

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৬ চনত ১ জানুৱাৰী ১৯৬৬ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )