লেখক:অম্বিকা প্ৰসাদ গোস্বামী
অৱয়ব
| ←লেখকৰ তালিকা | অম্বিকা প্ৰসাদ গোস্বামী (১৮৯৫–১৯৬৩) |
| অম্বিকা প্ৰসাদ গোস্বামী (১৮৯৫-১৯৬৩) অসমৰ এগৰাকী সাহিত্যানুৰাগী। ১৯১৫ চনত কটন কলেজৰপৰা ডিষ্টিংচনসহ স্নাতক পৰীক্ষাত উৰ্ত্তীণ হৈ শিক্ষক ৰূপে কৰ্মজীৱন আৰম্ভ কৰে। চাকৰি কৰি থাকিয়েই আইন পঢ়ে আৰু ১৯১৮ চনত আইন পৰীক্ষাত উৰ্ত্তীণ হৈ ওকালতি কৰিবলৈ লয়। পিতৃ শম্ভুৰাম গুৱাহাটী কৰ্টৰ মুক্তিয়াৰ আছিল। |
প্ৰকাশিত গ্ৰন্থ
[সম্পাদনা কৰক]
এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৬ চনত ১ জানুৱাৰী ১৯৬৬ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )