লেখক:অমলেন্দু গুহ
অৱয়ব
| ←লেখকৰ তালিকা | অমলেন্দু গুহ (১৯২৪–২০১৫) |
| ড॰ অমলেন্দু গুহ (জন্ম ৩০ জানুৱাৰী ১৯২৪- ৭ মে' ২০১৫) অসমৰ এগৰাকী বাওঁপন্থী মতাদৰ্শৰ খ্যাতনামা ইতিহাসবিদ, সমাজবিদ, কবি আৰু সাহিত্যিক পেঞ্চনাৰ আছিল। তেওঁ দৰং কলেজৰ অৰ্থনীতি বিভাগৰ অধ্যাপক আছিল আৰু দিল্লীৰ ইণ্ডিয়ান স্কুল অব্ ইণ্টাৰনেচনেল ষ্টাডিজৰ পৰা পিএইচ.ডি ডিগ্ৰী লাভ কৰিছিল। |
সাহিত্যিক কৰ্মৰাজি
[সম্পাদনা কৰক]ইংৰাজী গ্ৰন্থ
[সম্পাদনা কৰক]- Planters Raj To Swaraj: Freedom Struggle And Electoral Politics In Assam 1826-1927 - ইতিহাস বিষয়ক ইংৰাজী গ্ৰন্থ
- Medieval and Colonial Assam: Society, Polity And Economy (১৯৯১) - ইতিহাস বিষয়ক ইংৰাজী গ্ৰন্থ
- Central Asia: Movement of Peoples and Ideas from Times Prehistoric to Modern (১৯৭১) - ইতিহাস বিষয়ক ইংৰাজী গ্ৰন্থ
অসমীয়া গ্ৰন্থ
[সম্পাদনা কৰক]- তোমালৈ- অসমীয়া কবিতা পুথি (১৯৬০)
- ছোভিয়েট দেশত এভূমুকি (১৯৮৫)
- আফগানিস্থানত এমুভুকি (১৯৬১)
- গোৱালপাৰা জিলাৰ আৰ্থ-সামাজিক ব্যৱস্থা (১৯৮৪)
- বৈষ্ণৱবাদৰ পৰা মোৱামৰীয়া-বিদ্ৰোহলৈ (১৯৯৩)
- অসম নমৰে আমিও নমৰো (১৯৯৩)
- প্ৰসন্নলাল চৌধুৰীৰ চানেকি কবিতা (১৯৬৫, সম্পাদিত)
- অসমৰ ইতিহাস: অধ্যয়ন আৰু ৰচনা (১৯৯৪)
- ড অমলেন্দু গুহৰ কবিতা আৰু গদ্য (২০১০)
বাংলা গ্ৰন্থ
[সম্পাদনা কৰক]- লুইত পাৰেৰ গাঁথা (১৯৫৫)- বঙালী কবিতা পুথি
- সূৰযমুখীৰ স্বপ্ন (অনু. অনিমা গুহৰ সৈতে)