সমললৈ যাওক

মাধমাৰ

ৱিকিউৎসৰ পৰা

 
ডিটেকটিভ উপন্যাস
'পাফু' চিৰিজ নং—১০
 

মাধমাৰ

 

—প্রেমনাৰায়ণ— 

 

 
প্রকাশক :—

মণি-মাণিক প্রকাশ
উজানবজাৰ * গুৱাহাটী
অসম

 

প্রথম প্রকাশ: নবেম্বৰ ১৯৫৫
সৰ্ব্বস্বত্ব সংৰক্ষিত
মূল্য : দুটকা

 

প্ৰিণ্টাৰ :-শ্ৰীৰনেন্দ্র নাথ সেন
দি মিডল্যাণ্ড প্রেছ
৫১, ঝামাপুকুৰ লেন
কলিকাতা-৯

 

অৰ্পণ

শ্রদ্ধেয়া
শ্ৰীযুতা কৌশল্যা ৰায়চৌধুৰীৰ
কৰকমলত
শ্ৰদ্ধাৰে........
 
প্ৰেমনাৰায়ণ

শ্ৰীশ্ৰীশঃ—

 

আশীৰ্ব্বচণ

 “শক্তিশেল”— মণি মাণিক প্রকাশ, প্রকাশক, উজান বজাৰ, গুৱাহাটী লেখক স্বাৰলক্ হোম্‌জৰ ( Sherlock Holmes) সৃষ্টিকর্তা কনান ডয়ল, (Conan Doyle) একে শ্ৰেণীৰে লেখক আমাৰ অতি নিজা শ্ৰীমান প্রেমনাৰায়ণ দত্ত। আমাৰ প্ৰেমনাৰায়ণ বাপা কনান ডয়লৰ দৰে জগৎ বিখ্যাত নহয় কিন্তু আমাৰ দুখীয়াৰ দুখী অৱস্থাৰে তেওঁকেই আমি আমাৰ Conan Doyle কব খুজিছোঁ। দত্ত বোপাৰ লেখনী শক্তি আৰু বাক্য বিন্যাস সুন্দৰ আৰু চতুৰ। যেনে ভাৱেৰে দোষীক ঘূৰাই পকাই ধৰা পেলায়, ই পঢ়িব লগীয়া, শুনিব লগীয়া। এই “শক্তিশেলত” তেওঁৰ হাতখন যে দিনে দিনে পকি আহিছে, তেওঁ যে এজন পৈনত লেখক হৈছে সেই কথা পদে পদে পাতে পাতে পঢ়োতে অনুভব কৰিলো। তেওঁ আমাৰ সাহিত্যৰ উন্নতিৰ বাবে নতুন বাট এটি গঢ়িলে, সেইগুণে তেওঁক ধন্যবাদ জনালোঁ। শক্তিশেল” নো কি আৰু কেনেকৈ ইয়াক কামত লগোৱা হৈছিল পঢ়ি ছালেই জানিব। লেখকৰ দীৰ্ঘ জীৱন কামনা কৰোঁ। পৰমপিতা পৰমেশ্বৰে সকলোৰে মঙ্গল কৰক। ব্ৰহ্মকৃপাহিকেৱলম্। ইতি

মাঘ বিহুৰ উৰুকা ১৯৫৫ খৃঃ
অভিৰাম, গুৱাহাটী
শ্রীজ্ঞানদাভিৰাম বৰুৱা
 

লিখকৰ কিতাপ :

১। দিন-ডকাইত (দ্বিতীয় সংস্কৰণ) ২৲
২। ৰাম-টাঙোন ২৲
৩। নাৰী-দস্যু ২৲
৪। প্রহেলিকা ২৲
৫। বিভীষিকা ২৲
৬। সোণৰ পাহাৰ ২৲
৭। দর্প-চূর্ণ
৮। বিপ্লবী-বাহিনী
৯। শক্তিশেল
১০। অগ্নিবাণ
১১। নৰবলি
১২। হত্যা-ৰহস্য
১৩। অসমাপ্ত ( দ্বিতীয় সংস্কৰণ )
১৪। আশীৰ্ব্বাদ
১৫। হে হৰি সাৰ শূন্য
১৬। আদিৰসৰ উৎপত্তি
১৭। কণ্ঠৰোল ৷৵৹
১৮। নিয়তিৰ নিৰ্ম্মালি

(সামাজিক উপন্যাস)

৩৷৷৹
১৯। মাধমাৰ ২৲
২০। জেৰীয়া গাঠি (ছপা হব ধৰিছে)
২১। পোহৰৰ বাটত (ছপা হব ধৰিছে)
২২। ৰূপান্তৰ (সোনকালে ওলাব)

.................................................................................................
মণি-মাণিক প্রকাশ
প্ৰকাশক :
উজানবজাৰ * গুৱাহাটী