সমললৈ যাওক

ভাৰত বুৰঞ্জী (৫ম-৬ষ্ঠ মান)

ৱিকিউৎসৰ পৰা
​
 

 

 

 

ভাৰত বুৰঞ্জী

 

(৫ম-৬ষ্ঠ মান )

 

৺ এম্, এল্, কাথবৰুৱা

 

Revised by
PROF. S. K. BARPUJARI, M.A.

 

 

 

​
 

অসম টেক্সট্‌ বুক কমিটিৰ দ্বাৰা ৫ম আৰু ৬ষ্ঠ মানৰ বাবে অনুমোদিত।


 

ভাৰত বুৰঞ্জী

 

(৫ম-৬ষ্ঠ মান )

 

৺ এম্, এল্, কাথবৰুৱা।

 

Revised by
PROF. S. K. BARPUJARI, M.A.

 

(সংশোধিত পঞ্চম সংস্কৰণ )
১৯৫৭

 

সম্পূৰ্ণ স্বত্ব প্ৰকাশকৰ। বেচ ১৸৹ অনা

​

প্ৰকাশক—শ্ৰীঅতুল চন্দ্ৰ বৰুৱা
বৰুৱা এজেন্সী
দীঘলীপুখুৰীপাৰ, গুৱাহাটী।

 

১৬, হেমেন্দ্ৰ সেন ষ্ট্ৰীট্, কলিকতা
বাণী প্ৰেছৰ
শ্ৰীসমৰেন্দ্ৰভূষণ মল্লিকৰ দ্বাৰা মুদ্ৰিত।

​

নিবেদন।

 মজলীয়া কেইশ্ৰেণীৰ লৰাছোৱালীৰ উপযোগী ভাৰত-বুৰঞ্জীৰ অভাৱ অনুভৱ কৰি যোৰহাট নৰ্ম্মাল স্কুলৰ ভূতপূৰ্ব্ব চুপাৰিণ্টেণ্ডেণ্ট ৺মুক্তালাল কাথবৰুৱাদেৱে ভাৰত-বুৰঞ্জীৰ ঘটনাৱলী সৰল ভাষাত ৰেহা লগাই সজাই পৰাই এই পুথিখনি যুগুত কৰে। অসম বুৰঞ্জীৰ লগত সামঞ্জস্য ৰাখি ভাৰতবৰ্ষৰ বুৰঞ্জীৰ বিস্তৃত জ্ঞান দিবৰ কাৰণে অসম বুৰঞ্জীৰ সমসাময়িক ঘটনাৰ কিছু আভাস এই পুথিত দিয়া হৈছে। এই বুৰঞ্জীত আধুনিক ঘটনা এটিও বাদ পৰা নাই৷ পুথিখনি প্ৰকাশিত হবৰে পৰা এতিয়ালৈকে শিক্ষক আৰু ছাত্ৰসমাজৰ যথেষ্ট সমাদৰ লাভ কৰি আহিছে আৰু আগলৈকেও এই সমাদৰ অটুট থাকিব বুলি আমাৰ বিশ্বাস।

 এই বুৰঞ্জী প্ৰণয়ন কৰোঁতে ৺কাথবৰুৱাদেৱে ভিন্‌চেণ্ট স্মিথ, ডাঃ মজুমদাৰ, চাৰ যদুনাথ চৰকাৰ, ৰায় খগেন্দ্ৰনাথ মিত্ৰ বাহাদুৰ, কে, পি, মিত্ৰ আদি ইতিহাসজ্ঞসকলৰ ভাৰত বুৰঞ্জীৰ ঘটনাৰ মতকে অনুসৰণ কৰিছে। ইপিনে এই পুথিৰ অসম বুৰঞ্জী ভাগৰ কথাত ৰায় কে, এল, বৰুৱা বাহাদুৰৰ “অতীত কামৰূপৰ-বুৰঞ্জী” আৰু চাৰ এডৱাৰ্ড গেইটৰ “অসম-বুৰঞ্জী”ৰ ঘটনাৰ আলম লৈছে।

 শিক্ষাবিভাগৰ নতুন পাঠ্যক্ৰম অনুসৰি অধ্যাপক শ্ৰীসূৰ্য্যকান্ত বৰপূজাৰী দেৱৰ হতুৱাই সংশোধিত আৰু পৰিবৰ্দ্ধিত কৰি এই সংস্কৰণ উলিওৱা হল। আগৰ দৰে শিক্ষক আৰু ছাত্ৰসকলৰপৰা সমাদৰ পালে পৰম কৃতাৰ্থবোধ কৰিম আৰু লগতে ৺কাথবৰুৱাদেৱৰ স্মৃতিও সজীৱ হৈ থাকিব। ​ ইয়াতে উল্লেখ কৰা হল যে ভাৰত-বুৰঞ্জী (৫ম-৬ষ্ঠ মান) কিতাপখন আমি গ্ৰন্থকাৰৰ পৰা উচিত মূল্য দি কিনি লৈছোঁ। এই কিতাপৰ আয়-ব্যয় আদিৰ লগত গ্ৰন্থকাৰৰ কোনো লেঠা নাই। গ্ৰন্থকাৰৰ নামটোহে মাত্ৰ কিতাপত থাকিব।

 বিদেশত ছপোৱা বাবে দুই চাৰিটা ভুল ৰৈ যোৱা স্বাভাবিক; অনুগ্ৰহ কৰি এই খুঁট আঙ্গুলিয়াই কিতাপখন সৰ্ব্বতোভাৱে শিক্ষাৰ্থী সকলৰ উপযোগী কৰি তুলিবলৈ উপদেশ দিয়া সকলৰ প্ৰতি প্ৰকাশ্যে কৃতজ্ঞতা প্ৰকাশ কৰিম। ইতি—

বৰুৱা এজেন্সী
২০৷১৷৫৭
   }
বিনীত
শ্ৰীঅতুল চন্দ্ৰ বৰুৱা
 
​

সূচীপত্ৰ

প্ৰথম খণ্ড, হিন্দু ৰাজত্ব।

 বিষয়
পৃষ্ঠা
প্ৰাগৈতিহাসিক ভাৰত
··· ···
৩
আৰ্য্য সকল
··· ···
৭
আৰ্য্য সভ্যতা
··· ···
১০
মহাকাব্যৰ যুগ
··· ···
১৪
বৌদ্ধ আৰু জৈন ধৰ্ম্ম
··· ···
১৬
মগধ সাম্ৰাজ্যৰ অভ্যুদয় আৰু বিদেশী আক্ৰমণ
 ···
২১
আলেকজেণ্ডাৰৰ ভাৰত আক্ৰমণ
··· ···
২২
মৌৰ্য্য সাম্ৰাজ্য
··· ···
২৬
অশোক
··· ···
২৯
শুঙ্গ, কাণ্ব আৰু সাতবাহন বংশ
··· ···
৩৪
বিদেশীৰ আক্ৰমণ
··· ···
৩৫
কণিষ্ক
··· ···
৩৭
গুপ্ত সাম্ৰাজ্য
··· ···
৪০
থানেশ্বৰ ৰাজ্য
··· ···
৪৭
কুমাৰ ভাস্কৰ বৰ্ম্মা
··· ···
৫১
হৰ্ষৰ পিছত ভাৰতৰ ৰাজনৈতিক অৱস্থা
··· ···
৫৩

দ্বিতীয় খণ্ড—মুছলমান ৰাজত্ব

হজৰত মহম্মদ
··· ···
৫৮
চুলতান মামুদ
··· ···
৬০
​
 বিষয়
পৃষ্ঠা
মহম্মদ ঘোৰী
··· ···
৬১
দাস-বংশ
··· ···
৬৪
খিলিজি বংশ
··· ···
৬৭
মহম্মদ টোগলক
··· ···
৭০
চৈয়দ আৰু লোডী বংশ
··· ···
৭৪
পাঠান ৰাজত্বৰ সময়ত ভাৰতৰ ৰাজনৈতিক অৱস্থা
··· ···
৭৬
চুলতান সকলৰ দিনত ভাৰতৰ অৱস্থা
··· ···
৭৯
মোগল ৰাজত্ব
··· ···
৮৩
হুমায়ুন আৰু ছেৰ ছাহ
··· ···
৮৫
আকবৰ
··· ···
৮৯
জাহাঙ্গিৰ
··· ···
৯৮
ছা-জাহান
··· ···
১০০
ঔৰংজেব
··· ···
১০৫
মোগল সাম্ৰাজ্যৰ পতন আৰু মাৰাঠা শক্তি বিস্তাৰ
··· ···
১১২

তৃতীয় খণ্ড—বৃটিচ ৰাজত্ব।

ভাৰতত ইউৰোপীয় বিলাক
··· ···
১২০
বঙ্গদেশত কোম্পানিৰ ক্ষমতা লাভ
··· ···
১২৬
ক্লাইবৰ শাসন
··· ···
১৩১
ওৱাৰেন হেষ্টিংচ
··· ···
১৩৪
লৰ্ড কৰ্ণৱালিচ
··· ···
১৩৮
লৰ্ড ওৱেলেচলি
··· ···
১৪১
লৰ্ড মিণ্টো
··· ···
১৪৪
​
 বিষয়
পৃষ্ঠা
লৰ্ড হেষ্টিংচ
··· ···
১৪৬
লৰ্ড আমহাৰ্ষ্ট
··· ···
১৪৭
লৰ্ড উইলিয়ম বেন্টিঙ্ক
··· ···
১৪৯
লৰ্ড ডেলহাউচি
··· ···
১৫৫
লৰ্ড কেনিং
··· ···
১৫৮
বৃটিচ ৰাজদণ্ডৰ তলত ভাৰত
··· ···
১৬৪
লৰ্ড ৰিপন
··· ···
১৬৭
লৰ্ড কাৰ্জন
··· ···
১৭০
২য় লৰ্ড মিন্টোৰ পৰা লৰ্ড উইলিংডনলৈ
··· 
১৭২-১৮১
লৰ্ড লিনলিঠগোৰ পৰা লৰ্ড মাউণ্টবেটনলৈ
··· 
১৮৩-১৯০
স্বাধীন ভাৰত
··· ···
১৯৪
স্বাধীন ভাৰতৰ সংবিধানৰ সাৰাংশ
··· ···
১৯৮
ওপৰঞ্চি
··· ···
১
 

 
মূল গ্ৰন্থত নাই

সূচীপত্র।