ভাগ্যপৰীক্ষা/প্ৰথম অঙ্ক: পঞ্চম দৃশ্য
অৱয়ব
৫ম দৃশ্য—হিমালয়ৰ ওচৰৰ উদ্যান।
(ধনকন্যা আৰু ভাগ্যকন্যা, নিজ বেশেৰে)
| ভাগ্যকন্যা— | দিলাঁ হয় ধন তুমি, দেখিলা নহয় |
| ধনকন্যা— | উড়ি গ’ল, সাৱধানে নৰখাৰ বাবে; আকস্মিক ঘটনা মাথোন, |
| ভা-ক— | দিয়াঁ ধন, চোৱাঁ বাৰু আকৌ এবাৰ, |
| ধ-ক— |
যাওঁ আহাঁ, |
| ভা-ক— | ব’লাঁ বাৰু যাওঁ। |
(নৃত্য গীত)
| দুয়ো— |
আমি দুয়ো সখী যাওঁ; |