ভাগ্যপৰীক্ষা/নাটৰ মানুহ
অৱয়ব
নাটৰ মানুহ।
(মুনিহ)
পানীৰাম-দুখীয়া মানুহ
|
বুধন-পশ্চিমীয়া তেলীয়া |
ৰূপেশ্বৰ—পানীৰামৰ ওচৰ-চুবুৰীয়া
|
বঙ্গালী বাবু, সুন্দৰপুৰৰ ৰজা
দুৱৰী, জালোৱাহঁত, সদাগৰ বেশেৰে ধনকন্যা আৰু ভাগ্য কন্যা।
(তিৰোতা)
|
ধনকন্যা—ধনৰ অধিষ্ঠাত্ৰী দেৱতা ভাগ্যকন্যা—ভাগ্যৰ অধিষ্ঠাত্ৰী দেৱতা |
মাণিকী—পানীৰামৰ ঘৈণীয়েক সুমথিৰা-ৰূপেশ্বৰৰ ঘৈণীয়েক |
মালতী—মণিকালৰ ঘৈণীয়েক
সুন্দৰপুৰৰ ৰাণী, নৰ্ত্তকীসকল, ধনকন্যা আৰু ভাগ্যকন্যাৰ সখীসকল।