পৃষ্ঠা:তত্ত্ব-কথা (Tattva-Katha).pdf/৮৫: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ৱিকিউৎসৰ পৰা
No edit summary
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
<Poem>
<center>
<font size="5">'''ভাগৱত-তত্ত্ব'''</font>
</center>


<center>
ভাগৱত-তত্ত্ব
<Poem>নিগমকল্পতৰোগলিতং ফলং শুকমুখাদমূতদ্ৰৱসংযুতম্।

পিৱত ভাগৱতং ৰসমালয়ম মুহুৰহো ৰসিকা ভুৱি ভাবু কাঃ।।</poem>
নিগমকল্পতৰোগলিতং ফলং শুকমুখাদমূতদ্রৱসংযুতম্।
</center>
পিৱত ভাগৱতং ৰসমালয়ম মুহুৰহো ৰসিকা ভুৱি ভাবু কাঃ।।
মহাপুৰুষে ইয়াৰ ঘোষা পদ কৰিছে – ,
&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;মহাপুৰুষে ইয়াৰ ঘোষা পদ কৰিছে – ,
<center>
সকল নিগম কল্পতৰু &nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;তাৰ ফল মহা ভাগৱত
<Poem>সকল নিগম কল্পতৰু &nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;তাৰ ফল মহা ভাগৱত
শুক মুখে আসি ভূমিত ভৈল বিদিত।
শুক মুখে আসি ভূমিত ভৈল বিদিত।
ৰসত চতুৰ যিটো জন &nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;কৃষ্ণৰ চৰণে দিয়া মন
ৰসত চতুৰ যিটো জন &nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;কৃষ্ণৰ চৰণে দিয়া মন
পৰম সন্তোষে পিয়াক ফল-অমৃত।।
পৰম সন্তোষে পিয়াক ফল-অমৃত।।</center>
বাস্তৱিকতে এনেকুৱা জ্ঞান আৰু ভক্তিৰ গ্ৰন্থ সংস্কৃত ভাষাত আন এখন নাই। অকল সংস্কৃতত কিয়, পৃথিৱীত আন কোনো সভ্য জাতিৰ ভাষাতো এনে গ্রন্থ নাই সঁচাসঁচিকৈয়ে ভাগৱত নিগম-কল্পতৰুৰ শুকমুখবিগলিত অমৃতপ্রৱসংযুক্ত ফল। সেই ফলত বাকলি, সিটা আৰু গুটি নাই ; তাত মাথোন ৰস আৰু ৰস। এই বাবেই ৰসিক ভাবুকসকলক ব্যাসদেৱে গ্ৰন্থৰ আৰম্ভতে নিৰন্তৰ এই ফল আস্বাদন কৰিবলৈ কৈছে। এই বাবেই শুকদেৱে পৰীক্ষিতক কৈছিল –
</Poem>
পৰিনিষ্ঠিতোহপি নৈগুণ্যে উত্তমশ্লোকলীললয়া।
&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;বাস্তৱিকতে এনেকুৱা জ্ঞান আৰু ভক্তিৰ গ্ৰন্থ সংস্কৃত ভাষাত আন এখন নাই। অকল সংস্কৃতত কিয়, পৃথিৱীত আন কোনো সভ্য জাতিৰ ভাষাতো এনে গ্ৰন্থ নাই সঁচাসঁচিকৈয়ে ভাগৱত নিগম-কল্পতৰুৰ শুকমুখবিগলিত অমৃতপ্ৰৱসংযুক্ত ফল। সেই ফলত বাকলি, সিটা আৰু গুটি নাই ; তাত মাথোন ৰস আৰু ৰস। এই বাবেই ৰসিক ভাবুকসকলক ব্যাসদেৱে গ্ৰন্থৰ আৰম্ভতে নিৰন্তৰ এই ফল আস্বাদন কৰিবলৈ কৈছে। এই বাবেই শুকদেৱে পৰীক্ষিতক কৈছিল –
গৃহীতচেতা ৰাজর্ষে আখ্যানং যদধীতৱান।।
<center>
তদহং তেহভিধাস্যামি মহাপোৰুষিকো ভৱান।
<Poem>পৰিনিষ্ঠিতোহপি নৈগুণ্যে উত্তমশ্লোকলীললয়া।
যত্ৰ শ্ৰদধমতামাশু স্যান্মকুন্দে মতিঃ সতী।।
গৃহীতচেতা ৰাজৰ্ষে আখ্যানং যদধীতৱান।।
ইয়াৰ ভাঙনি মহাপুৰুষে কৰিছে, -
তদহং তেহভিধাস্যামি মহাপোৰুষিকো ভৱান।
শুক নিগদতি পৰীক্ষিত &nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;যদি আমি নিগুণত স্থিত
যত্ৰ শ্ৰদধমতামাশু স্যান্মকুন্দে মতিঃ সতী।।</center>
তথাপি উত্তমশ্লোকৰ মহিমা গুণে।
</Poem>
ককৰিলেক মোৰ বশ্য চিত্ত&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp; ভাগৱত গ্রন্থ বিপৰীত
&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;ইয়াৰ ভাঙনি মহাপুৰুষে কৰিছে, -
পৰম আনন্দে পঢ়িলো মই আপুনে।
<center>
তোমাত কহিবো সেহি শাস্ত্র &nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;তুমি আক শুনিবাৰ পাত্র
<Poem>শুক নিগদতি পৰীক্ষিত &nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;যদি আমি নিগুণত স্থিত
মহাপুৰুষৰ সেৱক তুমি সম্প্রতি।
তথাপি উত্তমশ্লোকৰ মহিমা গুণে।
শাস্ত্রত শ্রদ্ধা মাত্ৰকত &nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;মুকুন্দৰ পাদ-পঙ্কজত
ককৰিলেক মোৰ বশ্য চিত্ত&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp; ভাগৱত গ্ৰন্থ বিপৰীত
অতি শীঘ্ৰে তাৰ হোৱে জানা সতী মতি।।
পৰম আনন্দে পঢ়িলো মই আপুনে।
এই বাবেই শাস্ত্রত শ্ৰীমদ্ভাগৱতক প্রশংসা কৰি কোৱা হৈছে, -
তোমাত কহিবো সেহি শাস্ত্ৰ &nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;তুমি আক শুনিবাৰ পাত্ৰ
ৰাজন্তে তাৱদন্যানি পুৰাণানি সতাং গণে।
মহাপুৰুষৰ সেৱক তুমি সম্প্ৰতি।
যাৱজ্ঞাগৱতং নৈ শ্রুয়তেহমৃতসাগৰঃ।
শাস্ত্ৰত শ্ৰদ্ধা মাত্ৰকত &nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;মুকুন্দৰ পাদ-পঙ্কজত
অর্থাৎ -
অতি শীঘ্ৰে তাৰ হোৱে জানা সতী মতি।।</center>
ভাৰত পুৰাণ আদি যত প্রকাশ কৰয় নান মত
</Poem>


&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;এই বাবেই শাস্ত্ৰত শ্ৰীমদ্ভাগৱতক প্ৰশংসা কৰি কোৱা হৈছে, -
<center>
<Poem>ৰাজন্তে তাৱদন্যানি পুৰাণানি সতাং গণে।
যাৱজ্ঞাগৱতং নৈ শ্ৰুয়তেহমৃতসাগৰঃ।</center>
</Poem>


&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;অৰ্থাৎ -
<center>
<Poem>ভাৰত পুৰাণ আদি যত প্ৰকাশ কৰয় নান মত</center>
</Poem>
</Poem>

১৩:০৯, ১৮ ছেপ্টেম্বৰ ২০১৫ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

ভাগৱত-তত্ত্ব

নিগমকল্পতৰোগলিতং ফলং শুকমুখাদমূতদ্ৰৱসংযুতম্।
পিৱত ভাগৱতং ৰসমালয়ম মুহুৰহো ৰসিকা ভুৱি ভাবু কাঃ।।

       মহাপুৰুষে ইয়াৰ ঘোষা পদ কৰিছে – ,

সকল নিগম কল্পতৰু        তাৰ ফল মহা ভাগৱত
শুক মুখে আসি ভূমিত ভৈল বিদিত।
ৰসত চতুৰ যিটো জন        কৃষ্ণৰ চৰণে দিয়া মন

পৰম সন্তোষে পিয়াক ফল-অমৃত।।

       বাস্তৱিকতে এনেকুৱা জ্ঞান আৰু ভক্তিৰ গ্ৰন্থ সংস্কৃত ভাষাত আন এখন নাই। অকল সংস্কৃতত কিয়, পৃথিৱীত আন কোনো সভ্য জাতিৰ ভাষাতো এনে গ্ৰন্থ নাই সঁচাসঁচিকৈয়ে ভাগৱত নিগম-কল্পতৰুৰ শুকমুখবিগলিত অমৃতপ্ৰৱসংযুক্ত ফল। সেই ফলত বাকলি, সিটা আৰু গুটি নাই ; তাত মাথোন ৰস আৰু ৰস। এই বাবেই ৰসিক ভাবুকসকলক ব্যাসদেৱে গ্ৰন্থৰ আৰম্ভতে নিৰন্তৰ এই ফল আস্বাদন কৰিবলৈ কৈছে। এই বাবেই শুকদেৱে পৰীক্ষিতক কৈছিল –

পৰিনিষ্ঠিতোহপি নৈগুণ্যে উত্তমশ্লোকলীললয়া।
গৃহীতচেতা ৰাজৰ্ষে আখ্যানং যদধীতৱান।।
তদহং তেহভিধাস্যামি মহাপোৰুষিকো ভৱান।

যত্ৰ শ্ৰদধমতামাশু স্যান্মকুন্দে মতিঃ সতী।।

       ইয়াৰ ভাঙনি মহাপুৰুষে কৰিছে, -

শুক নিগদতি পৰীক্ষিত        যদি আমি নিগুণত স্থিত
তথাপি উত্তমশ্লোকৰ মহিমা গুণে।
ককৰিলেক মোৰ বশ্য চিত্ত        ভাগৱত গ্ৰন্থ বিপৰীত
পৰম আনন্দে পঢ়িলো মই আপুনে।
তোমাত কহিবো সেহি শাস্ত্ৰ        তুমি আক শুনিবাৰ পাত্ৰ
মহাপুৰুষৰ সেৱক তুমি সম্প্ৰতি।
ই শাস্ত্ৰত শ্ৰদ্ধা মাত্ৰকত        মুকুন্দৰ পাদ-পঙ্কজত

অতি শীঘ্ৰে তাৰ হোৱে জানা সতী মতি।।

       এই বাবেই শাস্ত্ৰত শ্ৰীমদ্ভাগৱতক প্ৰশংসা কৰি কোৱা হৈছে, -

ৰাজন্তে তাৱদন্যানি পুৰাণানি সতাং গণে।

যাৱজ্ঞাগৱতং নৈ শ্ৰুয়তেহমৃতসাগৰঃ।

       অৰ্থাৎ -

ভাৰত পুৰাণ আদি যত প্ৰকাশ কৰয় নান মত