পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৩২০: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ৱিকিউৎসৰ পৰা
→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "ম মাটিয়ে টোপনি, excessive sleep. অৰণা মৰা—কি, গৰুৱে অৰু ই-পক..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{Left|}}মৰণা
{{center|}}৩১০
মাটিয়ে
{{Right|}}মাটিয়ে


টোপনি, excessive sleep.
টোপনি, excessive sleep.

অৰণা মৰা—কি, গৰুৱে অৰু ই-পকই ফুৰি ধানৰ মৰণা মাৰে। এতেকে,
মৰণা মৰা—ক্ৰি, গৰুৱে অকাই-পকাই ফুৰি ধানৰ মৰণা মাৰে। এতেকে,
একেটা কাকে অকাই-পাই কৈ থক', to speak the same
একেটা কথাকে অকাই-পকাই কৈ থকা, to speak the same
thing over aid over again.
thing over and over again.
মাউখে উটিলে গুৰি-পৰুৱাৰাে মৰণ নােহােৱা—জি, (মাউখে = এমখা লগ হৈ।)

মাউখে উটিলে গুৰি-পৰুৱাৰাে মৰণ নােহােৱা—ক্ৰি, (মাউখে = এমখা লগ হৈ। )
অনেক গুৰি-পৰুৱা লগ হৈ চাঙ্গি পাতি পানীৰ সোঁতত বুৰি
অনেক গুৰি-পৰুৱা লগ হৈ চাঙ্গি পাতি পানীৰ সোঁতত বুৰি
নােযােৱাকৈ উটি যাব পাৰে। এটং-এটাকৈ গলে আটাইবিলাক মৰি
নােযােৱাকৈ উটি যাব পাৰে। এটা-এটাকৈ গলে আটাইবিলাক মৰি
যায়, কিন্তু লগেৰে ঘােৱাত পৰম্পৰৰ সাহায্যত আটাইবিলাকে
যায়, কিন্তু লগেৰে যোৱাত পৰস্পৰৰ সাহায্যত আটাইবিলাকে
নমৰাকৈ থাকিব পাৰে। আন নালাগে, গুৰি-পৰুৱাৰ নিচিনা সৰু
নমৰাকৈ থাকিব পাৰে। আন নালাগে, গুৰি-প{{বঙালী ৰ}}ুৱাৰ নিচিনা সৰু
‘স নিঃসহায় প্রাণীও একতাৰ গুণত কাৰ্য্য সিদ্ধি কৰিব পাৰে, এই
সৰু নিঃসহায় প্রাণীও একতাৰ গুণত কাৰ্য্য সিদ্ধি কৰিব পাৰে, এই
ভাব বুজাইছে। এতেকে,একতাৰ গুণত দুর্বল মানুহে ক্ষমতাশালী
ভাব বুজাইছে। এতেকে,—একতাৰ গুণত দুর্ব্বল মানুহে ক্ষমতাশালী
হব পৰা, to become powerful when mited but weu
হব পৰা, to become powerful when united but weak
when divided.
when divided.

মাছৰ তেলেৰে মাছ ভজ--কি, সৰিয়হৰ তলত মাছ ভজ হয়। এই মূলত
মাছৰ তেলেৰে মাছ ভজa--ক্ৰি, সৰিয়হৰ তেলত মাছ ভজা হয়। এই স্থলত
কোৱা হৈছে, যে সৰিয়হৰ তেল খৰচ নকৰি মাছৰ তেলতে অর্থাৎ
কোৱা হৈছে, যে সৰিয়হৰ তেল খৰচ নকৰি মাছৰ তেলতে অর্থাৎ
মাছৰ গাৰপৰা ওলােৱ চর্বিতে মাছ ভাজে। এতেকে,—মুল ধনত
মাছৰ গাৰপৰা ওলােৱ চর্ব্বিতে মাছ ভাজে। এতেকে,—মুল ধনত
হাত নিদিয়াকৈ লাভৰ ওপৰতে কোনাে কাৰ্য কৰা, to launch a
হাত নিদিয়াকৈ লাভৰ ওপৰতে কোনাে কাৰ্য কৰা, to launch a
business with the extra-money which accrues as profit
business with the extra-money which accrues as profit
without spending anything out of the principal.
without spending anything out of the principal.

নাজ-তালুত সাপে খুটিলে ধৰণি ধৰিবলৈ ঠাই নােহাৱা-ক্রি, সাতে খুটিলে
মাজ-তালুত সাপে খুঁটিলে ধৰণি ধৰিবলৈ ঠাই নােহাৱা—ক্রি, সাপে খুঁটিলে
ধৰণি ধৰি বিষ নমাই ৰখা হয়। কিন্তু যদি মাজ-তালুত খেটে,
ধৰণি ধৰি বিষ নমাই ৰখা হয়। কিন্তু যদি মাজ-তালুত খোঁটে
তেনেহলে ধৰণি ধৰিবলৈ ঠাই নােহােৱাত পৰে। এতেকে-মহা-
তেনেহলে ধৰণি ধৰিবলৈ ঠাই নােহােৱাত পৰে। এতেকে,—মহা-
বিপদত ৰক্ষাৰ উপায় ৰহিত হােৱ, to have absolutely no
বিপদত ৰক্ষাৰ উপায় ৰহিত হােৱ, to have absolutely no
means of escaping from a momentous calamity.
means of escaping from a momentous calamity.

এটি হোৱা—জি, মাটি সােপাৰ নিচিনা লেইসেউ হোৱা, শক্তিৰতি হােৱ
মাটি হোৱা—ক্ৰি, মাটি সােপাৰ নিচিনা লেউসেউ হোৱা, শক্তিৰহিত হােৱা
আমাৰ হোৱা, to be reduced to nothing to be
জাৰমাৰ হোৱা, to be reduced to nothing to be
vanquished, to be utterly helpless.
vanquished, to be utterly helpless.

মাটিয়ে গুটিয়ে খনা—ক্রি, (মাটি=বাৰী। ভেটি=বৰ) বাৰী আৰু ঘৰ
মাটিয়ে ভেঁটিয়ে খনা—ক্রি, ( মাটি=বাৰী। ভেঁটি=ঘৰ ) বাৰী আৰু ঘৰ
সমুলি নষ্ট কৰা অর্থাৎ সর্বথা কৰি দেশান্ত , to ruin con-
সমূলি নষ্ট কৰা অর্থাৎ সৰ্ব্বস্বান্ত কৰি দেশান্তৰ কৰা , to ruin com-
pletely.
pletely.
.

১৯:৫৭, ১৫ অক্টোবৰ ২০২০ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

মৰণা

৩১০

মাটিয়ে


টোপনি, excessive sleep.

মৰণা মৰা—ক্ৰি, গৰুৱে অকাই-পকাই ফুৰি ধানৰ মৰণা মাৰে। এতেকে,— একেটা কথাকে অকাই-পকাই কৈ থকা, to speak the same thing over and over again.

মাউখে উটিলে গুৰি-পৰুৱাৰাে মৰণ নােহােৱা—ক্ৰি, (মাউখে = এমখা লগ হৈ। ) অনেক গুৰি-পৰুৱা লগ হৈ চাঙ্গি পাতি পানীৰ সোঁতত বুৰি নােযােৱাকৈ উটি যাব পাৰে। এটা-এটাকৈ গলে আটাইবিলাক মৰি যায়, কিন্তু লগেৰে যোৱাত পৰস্পৰৰ সাহায্যত আটাইবিলাকে নমৰাকৈ থাকিব পাৰে। আন নালাগে, গুৰি-পরুৱাৰ নিচিনা সৰু সৰু নিঃসহায় প্রাণীও একতাৰ গুণত কাৰ্য্য সিদ্ধি কৰিব পাৰে, এই ভাব বুজাইছে। এতেকে,—একতাৰ গুণত দুর্ব্বল মানুহে ক্ষমতাশালী হব পৰা, to become powerful when united but weak when divided.

মাছৰ তেলেৰে মাছ ভজa--ক্ৰি, সৰিয়হৰ তেলত মাছ ভজা হয়। এই স্থলত কোৱা হৈছে, যে সৰিয়হৰ তেল খৰচ নকৰি মাছৰ তেলতে অর্থাৎ মাছৰ গাৰপৰা ওলােৱ চর্ব্বিতে মাছ ভাজে। এতেকে,—মুল ধনত হাত নিদিয়াকৈ লাভৰ ওপৰতে কোনাে কাৰ্য কৰা, to launch a business with the extra-money which accrues as profit without spending anything out of the principal.

মাজ-তালুত সাপে খুঁটিলে ধৰণি ধৰিবলৈ ঠাই নােহাৱা—ক্রি, সাপে খুঁটিলে ধৰণি ধৰি বিষ নমাই ৰখা হয়। কিন্তু যদি মাজ-তালুত খোঁটে তেনেহলে ধৰণি ধৰিবলৈ ঠাই নােহােৱাত পৰে। এতেকে,—মহা- বিপদত ৰক্ষাৰ উপায় ৰহিত হােৱ, to have absolutely no means of escaping from a momentous calamity.

মাটি হোৱা—ক্ৰি, মাটি সােপাৰ নিচিনা লেউসেউ হোৱা, শক্তিৰহিত হােৱা জাৰমাৰ হোৱা, to be reduced to nothing to be vanquished, to be utterly helpless.

মাটিয়ে ভেঁটিয়ে খনা—ক্রি, ( মাটি=বাৰী। ভেঁটি=ঘৰ ) বাৰী আৰু ঘৰ সমূলি নষ্ট কৰা অর্থাৎ সৰ্ব্বস্বান্ত কৰি দেশান্তৰ কৰা , to ruin com- pletely.