"পৃষ্ঠা:তত্ত্ব-কথা (Tattva-Katha).pdf/৭"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
সম্পাদনা সাৰংশ নাই
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
 
Accommodate কৰিব পাৰিব, চিন্তা নাই। আৰু যদিহে শ্ৰীমন্ত শঙ্কৰদেৱৰ কৃপাত নাম লৈ তাৰ ভকতসকলেৰে এইটো ব্ৰহ্মাণ্ডৰ বৈকুণ্ঠখন ভৰি যায়, তেন্তে তাঁৰ নথকা টেলিগ্ৰাফৰ সহায়ত আন এটা ব্ৰহ্মাণ্ডৰ বৈকুণ্ঠ এখনত 'আতৈসকল'লৈ ঠাই উলিয়াব পৰাটো অসম্ভৱ বুলিনো ধৰোঁ কেনেকৈ? এই বাবে আমাৰ ভকতসকলক কওঁ ̶
 
'আতৈসকল! তোমৰাসকলে গল মেলি হৰিনাম লোক, শঙ্কা নকৰিব।' ̶
 
<poem>
 
::::::::নাম লোৱা বাপুসকল নকৰিবা হেলা।
 
::::::::নাম লোৱা বাপুসকল নকৰিবা হেলা।
 
::::::::নামেসে ৰাখিব ঘোৰ সঙ্কটৰ বেলা।
 
::::::::নামেসে ৰাখিব ঘোৰ সঙ্কটৰ বেলা।

সা-সঁজুলি