৯,৮৭১
টা সম্পাদনা
পৃষ্ঠাৰ স্থিতি | পৃষ্ঠাৰ স্থিতি | ||
- | + | মুদ্ৰণ সংশোধন | |
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded): | পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded): | ||
১ নং শাৰী: | ১ নং শাৰী: | ||
+ | <center> |
||
⚫ | |||
+ | <font size="5">'''ধৰ্ম্ম আৰু ঈশ্বৰ-তত্ত্ব'''</font> |
||
+ | </center> |
||
+ | |||
+ | |||
⚫ | |||
+ | <center> |
||
+ | <Poem> |
||
ওঁ য একোহৱৰ্ণো বহুধা শক্তিযোগাৎ |
ওঁ য একোহৱৰ্ণো বহুধা শক্তিযোগাৎ |
||
− | ৱৰ্ণাননেকান্নিহিতাৰ্থো |
+ | ৱৰ্ণাননেকান্নিহিতাৰ্থো দধাতি। |
ৱি চৈতি চান্তে ৱিশ্বমাদৌ স দেৱঃ |
ৱি চৈতি চান্তে ৱিশ্বমাদৌ স দেৱঃ |
||
− | স নো বুদ্ধ্যা শুভয়া |
+ | স নো বুদ্ধ্যা শুভয়া সংযুনক্তু।। |
+ | </poem> |
||
⚫ | |||
+ | </center> |
||
⚫ | ইশ্বৰক পিছত থৈ আগবাঢ়িবলৈ গৈ ধৰ্ম্মক অকামিলা বস্তু বুলি অৱহেলা কৰিহে আমি |
||
⚫ | |||
⚫ | |||
+ | |||
⚫ | |||
⚫ | ইশ্বৰক পিছত থৈ আগবাঢ়িবলৈ গৈ ধৰ্ম্মক অকামিলা বস্তু বুলি অৱহেলা কৰিহে আমি মৰিছোঁ। আমাৰ স্কুল-কলেজতে (Godless education) ঈশ্বৰ আৰু ধৰ্ম্মবিবৰ্জ্জিত শিক্ষাই, ঘৰত ধৰ্ম্ম, নীতি, সদাচাৰবিহীন শিক্ষা বা কু-শিক্ষাই আমাৰ জীৱন ফোপোলা কৰিলে। আমি ধৰ্ম্মক আৰু ইশ্বৰক বুঢ়াকেইটা আৰু বুঢ়ীকেইজনীৰ ভাগত দি, নিজৰ গাটো পাতলাই লৈ জপিয়াই হাঁহি ফুৰিছোঁ। হায়! মহাপুৰষ মাধৱদেৱৰ ভাগিনিয়েক ৰামচৰণ ঠাকুৰে গাইছিল, |
||
⚫ | |||
+ | <center> |
||
⚫ | |||
+ | <Poem> |
||
⚫ | |||
⚫ | |||
⚫ | |||
⚫ | |||
কেনে তাত নাহি মন। |
কেনে তাত নাহি মন। |
||
− | আপদৰ বন্ধু যতনে লৈয়ো |
+ | আপদৰ বন্ধু যতনে লৈয়ো |
ৰাম নাম মহাধন।। |
ৰাম নাম মহাধন।। |
||
− | আয়ু আদি কৰি যত ধন জন |
+ | আয়ু আদি কৰি যত ধন জন |
− | তাক কাল-চোৰে হৰে। |
+ | তাক কাল-চোৰে হৰে। |
− | দেখি নেদেখস বুঢ়াই হাসস |
+ | দেখি নেদেখস বুঢ়াই হাসস |
ছৱাল কালতে মৰে।। |
ছৱাল কালতে মৰে।। |
||
+ | </center> |
||
+ | </Poem> |