"পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/৮৩"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন
+
বৈধকৰণ
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
২ নং শাৰী: ২ নং শাৰী:
 
কঠিন পদাৰ্থ এবিধে কঁড়াল মৰাৰ কথা কোৱা হৈছে, সেইয়ে তুষাৰ।
 
কঠিন পদাৰ্থ এবিধে কঁড়াল মৰাৰ কথা কোৱা হৈছে, সেইয়ে তুষাৰ।
 
তুষাৰ যদিও তুলাৰ নিচিনা সপ-সপীয়া তথাপি অনুবীক্ষণেৰে চালে
 
তুষাৰ যদিও তুলাৰ নিচিনা সপ-সপীয়া তথাপি অনুবীক্ষণেৰে চালে
লোনৰ নিচিনা দানা থকা যেন দেখি। প্ৰত্যেক দানাত ছুটি, দুটি
+
লোনৰ নিচিনা দানা থকা যেন দেখি। প্ৰত্যেক দানাত ছটি, ছটি
 
পাহ আছে। কোনোটি দানা অতি সুন্দৰ ছ-পহীয়া ফুল বা তৰাৰ
 
পাহ আছে। কোনোটি দানা অতি সুন্দৰ ছ-পহীয়া ফুল বা তৰাৰ
 
নিচিনা; কোনটি ছয় বাহু, যুক্ত ক্ষেত্ৰৰ নিচিনা; কোনটী বা
 
নিচিনা; কোনটি ছয় বাহু, যুক্ত ক্ষেত্ৰৰ নিচিনা; কোনটী বা
এক বিন্দুৰ ওপৰতে মুখ পাতি থকা ছটি কাড়ব নিচিন। এই
+
এক বিন্দুৰ ওপৰতে মুখ পাতি থকা ছটি কাঁড়ব নিচিন। এই অনুক্ৰমে
ক্ৰমে তুষাৰ দানা হাজাৰতকৈ সৰহ নক্সাৰ দেখা গৈছে। তুষাৰৰ
+
তুষাৰ দানা হাজাৰতকৈ সৰহ নক্সাৰ দেখা গৈছে। তুষাৰৰ
 
সৰু সৰু সুপি বিলাক নানা আকাৰৰ হৈ পৰে; কিন্তু এক ইঞ্চিতকৈ
 
সৰু সৰু সুপি বিলাক নানা আকাৰৰ হৈ পৰে; কিন্তু এক ইঞ্চিতকৈ
 
দীঘল পোৱা নাই। যদিও তুষাৰৰ বৰণ বগলি পাখিৰ নিচিনা।
 
দীঘল পোৱা নাই। যদিও তুষাৰৰ বৰণ বগলি পাখিৰ নিচিনা।
শুক্লা তথাপি হিম মণ্ডলত কৰবাত কেতিয়াবা ৰঙচুৱা আ{{বঙালী ৰু}} ঈষৎ
+
শুক্‌লা তথাপি হিম মণ্ডলত কৰবাত কেতিয়াবা ৰঙচুৱা আ{{বঙালী ৰু}} ঈষৎ
 
সৌজীয়া বৰণৰ তুষাৰ দেখি। এনে ৰঙৰ এবিধ অতি ক্ষুদ্ৰ বন তাত
 
সৌজীয়া বৰণৰ তুষাৰ দেখি। এনে ৰঙৰ এবিধ অতি ক্ষুদ্ৰ বন তাত
 
মিহলি হৈ থকাৰ কাৰণেই তেনে কুৱা দেখি। এই বন তুষাৰৰ
 
মিহলি হৈ থকাৰ কাৰণেই তেনে কুৱা দেখি। এই বন তুষাৰৰ
 
ওপৰত গজে।
 
ওপৰত গজে।
   
{{gap}} মে{{বঙালী ৰু}}ৰ কাৰৰ প্ৰদেশ বিলাকত মাটি সদাই তুষাৰেৰে ঢকা থাকে।
+
{{gap}} মে{{বঙালী ৰু}}ৰ কাসৰৰ প্ৰদেশ বিলাকত মাটি সদাই তুষাৰেৰে ঢকা থাকে;
 
আ{{বঙালী ৰু}} সকলো অক্ষাংশতেই অতি ওখ পৰ্ব্বৎ বিলাকৰ শিখৰ বিলাকো
 
আ{{বঙালী ৰু}} সকলো অক্ষাংশতেই অতি ওখ পৰ্ব্বৎ বিলাকৰ শিখৰ বিলাকো
 
তুষাৰেৰে চিৰকাল শুকুলা হৈ থাকে। যি ৰেখাৰ পৰা ওপৰলৈ
 
তুষাৰেৰে চিৰকাল শুকুলা হৈ থাকে। যি ৰেখাৰ পৰা ওপৰলৈ
২৪ নং শাৰী: ২৪ নং শাৰী:
 
অলপ অলপ লঙ্ঘন হয়। হিমালয় পৰ্ব্বতৰ দক্ষিণ ফালৰ চিৰ-নিহাৰ
 
অলপ অলপ লঙ্ঘন হয়। হিমালয় পৰ্ব্বতৰ দক্ষিণ ফালৰ চিৰ-নিহাৰ
 
সীমাতকৈ উত্তৰ ফালৰটো ৪০০০ ফুট ওখ। প্ৰথম কাৰণ, সাগৰৰ
 
সীমাতকৈ উত্তৰ ফালৰটো ৪০০০ ফুট ওখ। প্ৰথম কাৰণ, সাগৰৰ
ভাপেৰে পৰিপূৰ্ণ নৈঋত মৌচুমৰ তেনেই বায়ুখিনি আহি আগেয়ে
+
ভাপেৰে পৰিপূৰ্ণ নৈঋত্য মৌচুমৰ তেনেই বায়ুখিনি আহি আগেয়ে
 
দক্ষিণ গড়াত খুন্দা খায় আ{{বঙালী ৰু}} তাতে সৰহ খিনি ভাপ তুষাৰ বা বৰষুণ
 
দক্ষিণ গড়াত খুন্দা খায় আ{{বঙালী ৰু}} তাতে সৰহ খিনি ভাপ তুষাৰ বা বৰষুণ
৭,৬৫৩

টা সম্পাদনা

সা-সঁজুলি