৭,৬৫৩
টা সম্পাদনা
পৃষ্ঠাৰ স্থিতি | পৃষ্ঠাৰ স্থিতি | ||
- | + | বৈধকৰণ | |
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded): | পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded): | ||
২ নং শাৰী: | ২ নং শাৰী: | ||
কঠিন পদাৰ্থ এবিধে কঁড়াল মৰাৰ কথা কোৱা হৈছে, সেইয়ে তুষাৰ। |

||
তুষাৰ যদিও তুলাৰ নিচিনা সপ-সপীয়া তথাপি অনুবীক্ষণেৰে চালে |

− | লোনৰ নিচিনা দানা থকা যেন দেখি। প্ৰত্যেক দানাত |
+ | লোনৰ নিচিনা দানা থকা যেন দেখি। প্ৰত্যেক দানাত ছটি, ছটি |
পাহ আছে। কোনোটি দানা অতি সুন্দৰ ছ-পহীয়া ফুল বা তৰাৰ |

নিচিনা; কোনটি ছয় বাহু, যুক্ত ক্ষেত্ৰৰ নিচিনা; কোনটী বা |

− | এক বিন্দুৰ ওপৰতে মুখ পাতি থকা ছটি |
+ | এক বিন্দুৰ ওপৰতে মুখ পাতি থকা ছটি কাঁড়ব নিচিন। এই অনুক্ৰমে |
− | + | তুষাৰ দানা হাজাৰতকৈ সৰহ নক্সাৰ দেখা গৈছে। তুষাৰৰ |
|
সৰু সৰু সুপি বিলাক নানা আকাৰৰ হৈ পৰে; কিন্তু এক ইঞ্চিতকৈ |

দীঘল পোৱা নাই। যদিও তুষাৰৰ বৰণ বগলি পাখিৰ নিচিনা। |

− | + | শুক্লা তথাপি হিম মণ্ডলত কৰবাত কেতিয়াবা ৰঙচুৱা আ{{বঙালী ৰু}} ঈষৎ |
|
সৌজীয়া বৰণৰ তুষাৰ দেখি। এনে ৰঙৰ এবিধ অতি ক্ষুদ্ৰ বন তাত |

মিহলি হৈ থকাৰ কাৰণেই তেনে কুৱা দেখি। এই বন তুষাৰৰ |

ওপৰত গজে। |
ওপৰত গজে। |
||
− | {{gap}} মে{{বঙালী ৰু}}ৰ |
+ | {{gap}} মে{{বঙালী ৰু}}ৰ কাসৰৰ প্ৰদেশ বিলাকত মাটি সদাই তুষাৰেৰে ঢকা থাকে; |
আ{{বঙালী ৰু}} সকলো অক্ষাংশতেই অতি ওখ পৰ্ব্বৎ বিলাকৰ শিখৰ বিলাকো |

তুষাৰেৰে চিৰকাল শুকুলা হৈ থাকে। যি ৰেখাৰ পৰা ওপৰলৈ |

২৪ নং শাৰী: | ২৪ নং শাৰী: | ||
অলপ অলপ লঙ্ঘন হয়। হিমালয় পৰ্ব্বতৰ দক্ষিণ ফালৰ চিৰ-নিহাৰ |

সীমাতকৈ উত্তৰ ফালৰটো ৪০০০ ফুট ওখ। প্ৰথম কাৰণ, সাগৰৰ |

− | ভাপেৰে পৰিপূৰ্ণ |
+ | ভাপেৰে পৰিপূৰ্ণ নৈঋত্য মৌচুমৰ তেনেই বায়ুখিনি আহি আগেয়ে |
দক্ষিণ গড়াত খুন্দা খায় আ{{বঙালী ৰু}} তাতে সৰহ খিনি ভাপ তুষাৰ বা বৰষুণ |