"অ’ মোৰ আপোনাৰ দেশ"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
সম্পাদনা সাৰংশ নাই
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
 
{{header
| title = অ’ মোৰ আপোনাৰ দেশ
| author = লক্ষ্মীনাথ বেজবৰুৱা
| translator =
| section =
| previous =
| next =
| notes = অসমৰ জাতীয় সংগীত
}}
{{Block center|<poem>
অ’ মোৰ আপোনাৰ দেশ!
অ’ মোৰ চিকুণী দেশ!
এনেখন শুৱলা,
এনেখন সুফলা
এনেখন মৰমৰ দেশ।
অ’ মোৰ সুৰীয়া মাত!
অসমৰ সুৱদি মাত!
পৃথিৱীৰ ক'তোক’তো
বিচাৰি জনমটো
নোপোৱা কৰিলেও পাত।
অ’ মোৰ ওপজা ঠাই!
অ’ মোৰ অসমী আই!
চাই লওঁ এবাৰ
মুখনি তোমাৰ
হেঁপাহ মোৰ পলোৱা নাই।
</poem>}}
 
[[Categoryশ্ৰেণী:লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা]]
[[Categoryশ্ৰেণী:জাতীয় সংগীত]]
৫,৫৯০

টা সম্পাদনা

সা-সঁজুলি