৫,৫৯০
টা সম্পাদনা
SlowPhoton (কথা-বতৰা | বৰঙণি) (→মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "সংগীত পৰিচালকেই হয়, কখন প্ৰতিভাসকলৰ ওপৰত ‘ৰোজাহ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) |
SlowPhoton (কথা-বতৰা | বৰঙণি) |
||
পৃষ্ঠাৰ স্থিতি | পৃষ্ঠাৰ স্থিতি | ||
- | + | মুদ্ৰণ সংশোধন | |
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded): | পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded): | ||
১ নং শাৰী: | ১ নং শাৰী: | ||
+ | {{c|{{x-larger|'''নতুন তাৰকা এ. আৰ. ৰহমান'''}}}} |
||
− | সংগীত পৰিচালকেই হয়, কখন |
||
+ | {{dhr}} |
||
− | প্ৰতিভাসকলৰ ওপৰত |
||
+ | {{gap}}‘পল্লৱী অনুপল্লৱী’ৰ পৰা আৰম্ভ কৰি ‘থলপতি’লৈকে মণিৰত্নমৰ |
||
− | ‘ৰোজাহ ব্যৱসায়িক দিশত অভাব |
||
+ | এই আটাইকেইখন ছবিৰেই সংগীত পৰিচালক আছিল ইল্লায়া |
||
⚫ | |||
+ | ৰাজা। দক্ষিণ ভাৰতৰ সৰ্বাধিক ব্যস্ত আৰু সৰ্বাধিক মাননি লোৱা |
||
− | স্বামী বাতিষ্টাৰ ভিতৰতে বিখ্যাত হল, ৰেইন মুপি আছে |
||
+ | এইগৰাকী সংগীত পৰিচালকৰ সৈতে মণিৰত্নমৰ যোৰাটো হৈ পৰিছিল |
||
− | কৰা অভিনেত্ৰী মধু’ ব্যস্ত অভিনেত্ৰলে কত দুল, ন্নান এ প্লান, |
||
+ | প্ৰায় অবিচ্ছেদ্য। কিন্তু এইগৰাকী মণিৰত্নমে যেতিয়া তেওঁৰ ছবি |
||
− | বহমান নামৰ বাদ্য-বাজ, |
||
+ | ‘ৰোজা’ৰ বাবে নামহীন এক তৰুণ বাদ্য-যন্ত্ৰীক সংগীত পৰিচালনাৰ |
||
⚫ | |||
+ | ভাৰ দিলে, তেতিয়া সকলো আচৰিত হ’বলৈ বাধ্য হৈছিল। অকল |
||
⚫ | |||
+ | সংগীত পৰিচালকেই নহয়, ছবিখনৰ নায়ক-নায়িকাও আছিল নতুন। |
||
+ | |||
+ | {{gap}}মণিৰত্নমৰ দক্ষতাত কাৰো সন্দেহ নাই, সন্দেহ আছিল নতুন |
||
+ | প্ৰতিভাসকলৰ ওপৰতহে। শেষত সকলো কৌতুহলৰ অন্ত পেলাই |
||
+ | ‘ৰোজা’ই ব্যৱসায়িক দিশত অভাৱনীয় সাফল্য লাভ কৰিলে; ৰাষ্ট্ৰীয় |
||
⚫ | |||
+ | স্বামী ৰাতিটোৰ ভিতৰতে বিখ্যাত হৈ পৰিল, বোম্বাইৰ ছবিজগতে নাকচ |
||
+ | কৰা অভিনেত্ৰী ‘মধু’ ব্যস্ত অভিনেত্ৰীলৈ ৰূপান্তৰিত হ’ল; আৰু এ.আৰ. |
||
+ | ৰহমান নামৰ বাদ্য-যন্ত্ৰীজন, যি অইন সংগীত পৰিচালকৰ সুৰত |
||
⚫ | |||
⚫ | |||
বঁটা। |
বঁটা। |
||
+ | |||
− | অকল ৰাষ্ট্ৰীয় বঁটাৰ বাবেই নহয়, |
+ | {{gap}}অকল ৰাষ্ট্ৰীয় বঁটাৰ বাবেই নহয়, ৰোজাৰ গীতবোৰৰ সুৰ আৰু |
− | সংগীত ৰচনাৰ অভাবব বাবও এ. শাৰ বহনে সক্ষম হবেই |
||
+ | সংগীত ৰচনাৰ অভিনবত্বৰ বাবেও এ. আৰ. ৰহমানে প্ৰথম ছবিৰেই |
||
− | অৰ্জন কৰিলে সৰ্বভাৰতীয় |
+ | অৰ্জন কৰিলে সৰ্বভাৰতীয় খ্যাতি। ‘শংকৰভৰণম’, ‘ৰুদ্ৰবীণা’, |
− | + | ‘স্বাতীকিৰণম’ আদি দক্ষিণ ভাৰতীয় ছবিৰ গীতেও উত্তৰ ভাৰতত |
|
− | জনপ্ৰিয়তা অৰ্জন কৰিছিল; কিন্তু সেই জনপ্ৰিয়তা |
+ | জনপ্ৰিয়তা অৰ্জন কৰিছিল; কিন্তু সেই জনপ্ৰিয়তা আছিল সংগীত |
− | ৰসিকসকলৰ মাজত সীমাবদ্ধ। কিছু |
+ | ৰসিকসকলৰ মাজত সীমাবদ্ধ। কিছু গীতৰ সুৰ হিন্দী ছবি বাবে |
− | Scanned with CamScanner |
টা সম্পাদনা