পৃষ্ঠা:পৰাচিত.pdf/৬৯: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ৱিকিউৎসৰ পৰা
→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "প্রথম দৃশ্য ] পূৰা৮ি৩ বিহুৱা। আৰু ক'ত থাকিব ! জুয়ে..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|প্ৰথম দৃশ্য]|পৰাচিত|৫৯}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:

প্রথম দৃশ্য ]
{{gap}}বিহুৱা। আৰু ক'ত থাকিব! জুয়ে পোৰা ঘটি-বাটি
পূৰা৮ি৩
দুডোখৰমান পাইছে হ'বলা।
বিহুৱা। আৰু ক'ত থাকিব ! জুয়ে পােৰা ঘটি-বাটি

দুডােখৰমান পাইছে হ'বলা।
ভেকোলা । গাওঁখনত কোনােমতে এজন মানুহ ভাল
{{gap}}ভেকোলা। গাওঁখনত কোনোমতে এজন মানুহ ভাল
হৈছিল। ক’ত তাত সকলোৱে আনন্দ পাব, নে ঘৰ-দুৱাৰ
হৈছিল। ক’ত তাত সকলোৱে আনন্দ পাব, নে ঘৰ-দুৱাৰ পুৰি নান্নং নবস্ত্ৰং কৰিব। এইখন গাৱঁৰ আৰু কি উদ্গতি হ'ব!

পুৰি নায়ং নবস্ত্ৰ কৰিব । এইখন গাৱৰ আৰু কি উদগতি হ’ব ।
বিহুৱা। এইবােৰ শিৱ বৰুৱাৰ বাহিৰে আনৰ কাম
{{gap}}বিহুৱা। এইবোৰ শিৱ বৰুৱাৰ বাহিৰে আনৰ কাম
নহয়। ধৰ্ম্ম আছে, এদিন তাৰ গতি কাউৰে-শগুণে নোখোৱা হ'ব, চাবি।
নহয়।

ধৰ্ম আছে, এদিন তাৰ গতি কাউ-েশগুণে নােখােৱা
{{gap}}ভেকোলা। জানো ধৰ্ম্ম আছে নে নাই! ঈশ্বৰে দেখোন
হ'ব, চাবি ।
ভেকোলা। জানো ধৰ্ম্ম আছে নে নাই ! ঈশ্বৰে দেখােন
তাক বৰকৈ বঢ়াই দিছে।
তাক বৰকৈ বঢ়াই দিছে।

বিহুৱা। যি বৰ ওপৰলৈ উঠ, সি পৰোতেও ভালকৈ
{{gap}}বিহুৱা। যি বৰ ওপৰলৈ উঠে, সি পৰোঁতেও ভালকৈ
একেচা লয়।
তাৰে। গতি সেয়ে হ’ব ।
এঠেকেচা লয়। তাৰো গতি সেয়ে হ’ব।

ভেকোলা। যাওঁচোন, ময়াে এবাৰ চায়েই আছে।
{{gap}}ভেকোলা। যাওঁচোন, ময়ো এবাৰ চায়েই আহোঁ।
( প্রস্থান।)

বিহুৱা। সি ধনব গবত পাপ-পুণ্য একো নমনা হৈছে
{{gap}}{{Right|(প্ৰস্থান।)}}
পিচে সেই ধন বা কলৈ উৰি যায়

( সুৰ লগাই গায়)--
{{gap}}বিহুৱা। সি ধনৰ গৰ্ব্বত পাপ-পুণ্য একো নমনা হৈছে
ধনক ধনে কৰি
পিচে সেই ধন বা কলৈ উৰি যায়!
পৰমে যতনে কৰি,

ধন গ'ল উছলি ধন গ’ল পিছলি,
{{gap}}{{gap}}( সুৰ লগাই গায়)
লগত গ’ল দুছলি খৰি । (প্রস্থান। )

ধনকে ঘটিলি
{{gap}}{{gap}}ধনক ধনে কৰি {{gap}}{{gap}}ধনকে ঘটিলি

{{gap}}{{gap}}{{gap}}পৰমে যতনে কৰি,

{{gap}}{{gap}}ধন গ'ল উছলি {{gap}}{{gap}}ধন গ’ল পিছলি,

{{gap}}{{gap}}{{gap}}লগত গ’ল দুছলি খৰি। {{gap}}(প্ৰস্থান। )

<center>⸻</center>

১৯:৪৩, ১ জুন ২০২০ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
প্ৰথম দৃশ্য]
৫৯
পৰাচিত


 বিহুৱা। আৰু ক'ত থাকিব! জুয়ে পোৰা ঘটি-বাটি দুডোখৰমান পাইছে হ'বলা।

 ভেকোলা। গাওঁখনত কোনোমতে এজন মানুহ ভাল হৈছিল। ক’ত তাত সকলোৱে আনন্দ পাব, নে ঘৰ-দুৱাৰ পুৰি নান্নং নবস্ত্ৰং কৰিব। এইখন গাৱঁৰ আৰু কি উদ্গতি হ'ব!

 বিহুৱা। এইবোৰ শিৱ বৰুৱাৰ বাহিৰে আনৰ কাম নহয়। ধৰ্ম্ম আছে, এদিন তাৰ গতি কাউৰে-শগুণে নোখোৱা হ'ব, চাবি।

 ভেকোলা। জানো ধৰ্ম্ম আছে নে নাই! ঈশ্বৰে দেখোন তাক বৰকৈ বঢ়াই দিছে।

 বিহুৱা। যি বৰ ওপৰলৈ উঠে, সি পৰোঁতেও ভালকৈ এঠেকেচা লয়। তাৰো গতি সেয়ে হ’ব।

 ভেকোলা। যাওঁচোন, ময়ো এবাৰ চায়েই আহোঁ।

 

(প্ৰস্থান।)

 বিহুৱা। সি ধনৰ গৰ্ব্বত পাপ-পুণ্য একো নমনা হৈছে পিচে সেই ধন বা কলৈ উৰি যায়!

  ( সুৰ লগাই গায়)⸺

  ধনক ধনে কৰি   ধনকে ঘটিলি

   পৰমে যতনে কৰি,

  ধন গ'ল উছলি   ধন গ’ল পিছলি,

   লগত গ’ল দুছলি খৰি।  (প্ৰস্থান। )