"পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/৭২"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
(→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "________________ সাহিত্য ফিচাৰ। ' ন গ বিমান আল কাৰে প্ৰকাশ ক..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল)
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধন
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
  +
{{rh|৭০|সাহিত্য বিচাৰ।|}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
  +
{{center|'''মূলকথা।'''}}
________________
 
 
{{gap}}মনৰ ভাব যিমান অলপ কথাৰে প্ৰকাশ কৰিব পৰা যায় সিমান ভাল; এই কথা অনেক পণ্ডিতে কৈ গৈছে। যি কথাটো চাইটা শব্দৰে কব পাৰি তাক দহোটা শব্দেৰে লিখিলে বৰ বেয়া হয়। বাছি বাছি শব্দ বা এটা কথাকে পাচোঁটাকৈ লিখিব পাৰিলেই যে পণ্ডিতালি কৰা হ;ল, এনে নহয়। আৰু এটা কথাকে কেইবা ঠাইতো কেই ৰকমে কলেও প্ৰবন্ধ বেয়া হয়। যত যি কথাটো লাগে তাত সেই কথা সংক্ষেপে কৈ থব পাৰিলে ভাল। কিন্তু কোনো কোনো বিষয় আছে, তাক বহুত কথাৰে নানা ৰকমে ঘূৰাই লিখিলে দোষ নাই। যি বিষয় সকলোৱে জানে, সকলোৱে দেখিছে বা শুনিছে, তেনেকুৱা বিষয় লিখিলে শব্দাধিক্য একো দোষ নহয়। লিখাৰ উদ্দেশ্য মানুহৰ দুটা। কোনোৱে কিবা এটা আনে নজনা নুশুনা নতুন কথা পায় তাকে লিখে। কোনোৱে বা পুৰণি কথাকে ন সাজ পিন্ধাই মনোৰম কৰে। শেহৰ বিধ লিখকে তেওঁৰ মনৰ জোখায় শব্দ, ভাব আ{{বঙালী ৰু}} উপমা লগাব পাৰে; কিয়নো তেওঁ লিখা পুখি মানুহে ন কথা জানিবলৈ নপঢ়ে; কেৱল তেওঁ নো তা কেনেকৈ লিখিছে, কি ন অলঙ্কাৰ লগাইছে, বা কি নতুন উপমা দিছে, তাকে চাবলৈহে পঢ়ে। অৰ্থাৎ তেওঁৰ কিতাপত মানুহে কেৱল সাহিত্য বিচাৰে। লিখাৰ দ্বিতীয় উদ্দেশ্য হৈছে, আগেয়ে নজনা কথা প্ৰকাশ কৰা বা জনা কথাকে মনত ৰাখিবলৈ লিখা। এই বিধ লিখকে উপমা যোজনা এৰি যি কেৱল সাৰ কথাত ধৰে; অৰ্থাৎ তেওঁ বেচি শব্দ বা ভাব লগাই ভাষা ধুনীয়া কৰিবলৈ পুৰুষাৰ্থ নকৰে। চুটি চুটি কথাতে কেৱল মনৰ ভাব ব্যক্ত কৰি থয়। এই বিধ থাকে আমি মূল কথা বুলিছোঁ। মূল কথা লিখোঁতে সদাই মূলতে থাকিব লাগে, তাক এৰি ধুনীয়া শব্দ বা ভাব বিচাৰিবলৈ যোৱাটো ভাল নহয়। ইয়াক লিখোঁতে পোন পোন ভাব উজু উজু শব্দ আৰু চুটি বাক্য ব্যৱহাৰ কৰা উচিত। ইতিহাস এবিধ মূল কথা। তাক লিখোঁতে যদি বৰকৈ অলঙ্কাৰ লগোৱা যায়, তেন্তে পঢ়োঁতাই অলঙ্কাৰকে চাব নে কথাকে মন কৰিব? এনে ঠাইত মানুহে আচল কথাকেইটাহে বিচাৰে, তোমাৰ ভাষাৰ ধুনলৈ মন নিদিয়ে। আৰু ইতিহাস লিখোঁতে এনে শব্দ ব্যৱহাৰ কৰা উচিত, যে তাৰ পৰা যেন এটাতকৈ বেছি অৰ্থ উলিয়াব
 
সাহিত্য ফিচাৰ।
 
' ন গ বিমান আল কাৰে প্ৰকাশ কৰিব পৰা যায় গিমান কাল; এই খানেক পণ্ডিতে কৈ গৈছে। কি খাটো চাটা শৰেৰে কব পাৰি আৰু হােটা শষেৰে লিখিলে বৰ বেয়া হয়। বাছি ছি শৰ ৰা এটা। শাকে পাচেটাকৈ লিখিব পাৰিলেই যে পতিতালি কৰা হএনে নহয়। আৰু এটা কথাকে কেইবা ঠাইতো কেই বয়ে কনেও এক বেয়া হয়। যত যি কৰাটো লাগে তাত সেই মক্ষেপে কৈ থৰ পাৰিলে ভাল। কিন্তু কোনাে কোনাে বিষয় আছে, তা যাহত কৰে নানা ৰমে ঘুৰাই লিখিলে মোৰ নাই। যি বিষয় সকলোৱে জানে, সকলোৱে দেখিছে বা
 
নিছে, তেনেকুৱা বিষয় লিখিলে শাধিক্য একে দোষ নহয়। লিখাৰ উদ্দেশ্য মানুহৰ দুটা। কোনােৱে কিবা এটা জানে নজনা নুশুনা নতুন কথা পা তাকে লিখে। কোনোৱে ৰা পুৰণি কথাকে ন সা পিন্ধাই মনােৰম। কৰে। শেহৰ নিৰ লিখকে তেওঁৰ মনৰ জােখায় , ভাৰ আৰু উপম। লগাব পাৰে; কিয়নো তেওঁ লিখ। পুখি মানুহে ন কথা জানিবলৈ নপঢ়ে; কেৱল তেওঁ নে। তা কেনেকৈ লিখিছে, কি ন অলঙ্কাৰ লগাইছে, বা কি নতুন উপমা দিছে, তাকে চাবলৈহে পঢ়ে। অর্থাৎ তেওঁৰ কিতাপত মানুহে কেৱল সাহিত্য বিচাৰে। লিখাৰ দ্বিতীয় উদ্দেশ্য হৈছে, আগেয়ে নজনা কথা প্রকাশ করা বা না থাকে মনত ৰাখিবলৈ লিখা। এই বিধ লিখকে উপমা যোন। এৰি যি কেবল সৰ কথাত ধৰে; অর্থাৎ তেওঁ বেচি শব্দ বা ভাব লগই ভাষ। ধুনীয়া কৰিবলৈ পুৰুষাৰ্থ নকৰে। চুটি চুটি কথাতে কেৱল মনৰ তাৰ বৰু কৰি এই বিষ থাকে আমি মূল কথা বুলিছো। মূল কথা লিখোতে সদাই মূলতে থাকিব লাগে, তাক এৰি ধুনীয়া শৰ। ভাব বিচাৰিবলৈ যোৱাটো ভাল নহয়। ইয়াক নিখোঁতে পোন পােন ভাব উহু উহু শৰ আৰু চুটি বাক্য ব্যৱহাৰ কৰা উচিত। ইতিহাস এবিধ মূল কথা। তাক নিখেতে কি বৰকৈ অলঙ্কাৰ লগোৱা যায়, তেন্তে পঢ়েতাই অলঙ্কাকে চাৰ নে কে মন কৰিব ? এনে ঠাইত মানুহে আচল কথাকেইটাহে বিচাৰে তোমাৰ ভাষাৰ খুনলৈ মন নিদিয়ে । আৰু ইতিহাস লিখতে এনে শ। ব্যৱহাৰ কৰা উচি, যে তাৰ পৰা যেন এটাতকৈ বেছি অর্থ উলিয়াব
 

সা-সঁজুলি