"পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/৬৭"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
(→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "________________ সাহিত্যৰ সাধাৰণ নক্ষণ। কৰিলে ভাষা আৰু যে..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল)
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধন
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
  +
{{rh||সাহিত্যৰ সাধাৰণ নক্ষণ।|৬৫}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
 
কৰিলে ভাষা আৰু যেনেকৈ কৈছে তালৈ মন কৰিলে সাহিত্য বিচাৰ কৰা হয়। যি মানুহে প্ৰৱন্ধত কোৱা কথা অৰ্থাৎ বাতৰিটো মাথোন বিচাৰে তেওঁ সেই প্ৰৱন্ধৰ সাহিত্য নেদেখে। সাহিত্য বিচৰা মানুহে প্ৰৱন্ধত থকা উপমাৰ মিল, শব্দৰ পাতনি, ভাবৰ গাঁথনি, আৰু লিখাৰ প্ৰণালীলৈ মন কৰে। এটি উদাহৰণ দিওঁ চোৱা। “ঈশ্বৰ দয়াৰ সাগৰ‌‌” এই এটা বাক্য। এতিয়া আমি যদি বাক্যটা পঢ়ি ইয়াকে বুজি থওঁ যে ঈশ্বৰ বৰ দয়ালু তেনেহলে আমি তাৰ ভাষাতহে মন দিলোঁ। কিন্তু যদি এই দৰে ভবা যায়, যে এই ঠাইত ঈশ্বৰ নিদি পৰমেশ্বৰ লিখা হেঁতেন শুনিবলৈ ভাল হলহেঁতেন, বা ঈশ্বৰ শব্দটোৱে এই ঠাইত সুন্দৰ{{বঙালী ৰূ}}পে খাই পৰিছে আন শব্দ দিলে বেয়া হব, তেনেহলে আমি তেতিয়া বাক্যটোৰ ভাষা বিচৰা নাই, আমাৰ মন তাৰ সাহিত্যতহে আছে। আৰু এই দৰেও ভাবি চাব পাৰি, যে ঈশ্বৰক দয়াৰ সাগৰ নুবুলি দয়াতৰঙ্গিনী বা দয়াকূপ বোলা ভাল আছিল বা দয়াকূপ বুলিলে নিমিলে, কিয়নো ইশ্বৰ সৰ্ব্বব্যাপী, এতেকে দয়ানদী বোলা যাওক, বা এই শব্দটো শুনিবলৈ কৰ্কশ, এতেকে দয়াতৰঙ্গিনী বোলা ভাল; এনেকুৱাবোৰ কথা লৈ মন কৰিলে সাহিত্য বিচাৰ কৰা হয়।
________________
 
   
 
{{gap}}এতিয়া সুন্দৰ{{বঙালী ৰূ}}পে বুজিব পাৰি, যে সাহিত্য কোনো ভাষাৰ অলঙ্কাৰ মাথোন। এই অলঙ্কাৰবোৰ গুচাই যদি ভাষাক একেবাৰে নাঙঠ কৰা যায়, তেন্তে তাৰ এই{{বঙালী ৰূ}}প নাথাকে। কিন্তু ভাষাক একে বাৰে নিৰলঙ্কাৰ কৰা অতি দুস্কৰ। তাক বেয়া সাজ পিন্ধাই দেখিবলৈ কুৎসিৎ কৰিব পাৰি, কিন্তু সমূলি নাঙঠ কৰিবলৈ টান। কিয়নো শব্দই ভাষাৰ অলঙ্কাৰ, আৰু আগত কোৱা হৈছে, যে শব্দই তাৰ মূল। যদি শব্দ এটাইবিলাক কাঢ়ি নিয়া যায়, তেন্তে ভাষাই নাথাকে। ভাষাক শুৱনী কৰিবলৈ মানুহে নানাবিধ অলঙ্কাৰ পিন্ধায়। কেৱল ভাষাই মানুহৰ মন টানিব নোৱাৰে। বেয়াকৈ লিখা পুথি পঢ়িবলৈ কাৰো মন নাযায়। তেনেকুৱা পুথি এবাৰ পঢ়ি চালেই দুনাই মেলিবলৈ বেয়া লাগে। কিন্তু ভাল বছা শব্দ, সূৰৰ উপমা, বা নতুন মনোহৰ ভাবেৰে সজাই পুথি লিখিলে তাক সকলোৱে আদৰ কৰে। তাক এবাৰ পঢ়িলে আকৌ পঢ়িবলৈ মন যায়। কালিদাসে শকুন্তলা লিখিবৰ আজি কত যুগ হল, তেও সেই শকুন্তলা পঢ়ি মানুহে আজিলৈকে ৰস পায়, আজিও
সাহিত্যৰ সাধাৰণ নক্ষণ।
 
কৰিলে ভাষা আৰু যেনেকৈ কৈছে তালৈ মন কৰিলে সাহিত্য বিচাৰ কৰা হয়। যি মাহে অন্ধত কোৱা কথা। অর্থাৎ শাৰিটো মাখেন বিচাৰে তে সেই এৰৰ সাহিত্য লেখে। সাহিত্য বিচৰা মানুহে কা উপমাৰ মিল, শৰৰ পাতনি, ভাৰৰ গাখনি, আৰু লিখাৰ এণীলৈ মন কৰে। এটি উাহৰণ দিওঁ চো।। “ঈৰ মাৰ সাগৰ এই এটা ৰাক্য। এতিয়া আমি যদি বাক্যটো পঢ়ি ইয়াকে বুজি থওঁ যে ঈশ্বৰ বৰ দয়ালু, তেনেহলে আমি তাৰ ভাষাতহে মন দিলো। কিন্তু যদি এই দৰে ভৰা যায়, যে এই ইত ইৰ নিদি পৰমৰ শিখাহেতেন শুনিবলৈ ভাল হলে, ৰা কৰ শটোৱে এই ঠাইত সুৰপে খাই পৰিছে, আন বিলে নেয়া , তেনেহলে আমি তেতিয়া বাক্যটোৰ ভাষা বিচৰা নাই, আমাৰ মন তাৰ সাহিত্য হহে আছে। আৰু এই দৰেও ভাবি চাব পাৰি, যে ঈশ্বৰক দয়াৰ সাগৰ বুলি দয়াতঙ্গিনী বা দয়াকুপ বােলা ভাল আছিল, ৰা দয়াকূপ বুলিলে নিমিলে, কিয়নো ঈশ্বৰ সৰ্বব্যাপী, এতেকে দয়ানী বােল। যাওক, বা এই শফটো শুনিবলৈ কর্কশ, এতেকে দয়াতঙ্গিনী বােলা ভাল ; এনেকুৱাবােৰ কথালৈ মন কৰিলে সাহিত্য বিচাৰ কৰা হয় ।
 
এতিয়া সুন্দরূপে বুলিব পাৰি, যে সাহিত্য কেৱল ভাষাৰ অাৰ মাথােন। এই অলঙ্কাৰবােৰ গুচাই যদি ভাষাক একেবাৰে নাঙঠ কৰা যায় তেন্তে তাৰ এইরূপ নেথাকে। কিন্তু ভাষাক একেবাৰে নিৰলাৰ কৰা অতি দুৰ। তাক বেয়া সাজ পিন্ধাই দেখিবলৈ কুৎসিৎ কৰিব পাৰি, কিন্তু সমূলি নাঙঠ কৰিবলৈ টান। কিয়নো শব্দই ভাষাৰ অলঙ্কাৰ, আৰু আগত কোৱা হৈছে, যে শব্দই তাৰ মূল । যদি এটাইবিলাক কাঢ়ি নিয়া যায়, তেন্তে ভাষাই নাথাকে। ভাষাক শুৱনী কৰিবলৈ মানুহে নানাবিধ অলঙ্কাৰ পিন্ধায়। কেৱল ভাষাই মানুহৰ মন টানিব নােৱাৰে। বেয়াকৈ লিখা পুখি পঢ়িবলৈ কাৰে মন নাযায়। তেনেকুৱা পুৰি এবাৰ পঢ়ি চালেই দুনাই মেলিবলৈ বেয়া লাগে। কিন্তু ভাল বছা শব্দ, সুন্দৰ উপমা, বা নতুন মনোহৰ ভাবেৰে সজাই পুখি লিখিলে তাক সকলােৰে অাৰ ফৰে। তাক এবাৰ পঢ়িলে আকৌ পঢ়িবলৈ মন যায়। কালিদাসে শকুন্তলা লিখিবৰ আজি ৰু যু হল, তেও নেই শালা পঢ়ি মানুহে আজিলৈকে ৰস পায়, আমি
 
পাদটীকা (noinclude):পাদটীকা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
  +
{{Left|৯}}
<references/>
 

সা-সঁজুলি