পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/৮৩: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ৱিকিউৎসৰ পৰা
→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "পানৰ ৰূপ ভেদ। হলে তুষাৰ হয়। দ্বিতীয় অধ্যায়ৰ ব..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh||পানীৰ {{বঙালী ৰূ}}প ভেদ।|৭৩}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
পানৰ ৰূপ ভেদ।
হলে তুষাৰ হয়। দ্বিতীয় অধ্যায়ৰ বৰফৰ পৰীক্ষা পাত্ৰৰ ওপৰত যি
হলে তুষাৰ হয়। দ্বিতীয় অধ্যায়ৰ বৰফৰ পৰীক্ষা পাত্ৰৰ ওপৰত যি
কঠিন পদাৰ্থ এবিধে কঁড়াল মৰাৰ কথা কোৱা হৈছে, সেইয়ে ভুয়াৰ।
কঠিন পদাৰ্থ এবিধে কঁড়াল মৰাৰ কথা কোৱা হৈছে, সেইয়ে তুষাৰ।
তুৰ যদিও তুলাৰ নিচিনা সপ-সপীয়া তথাপি অনুবীক্ষণেৰে চালে
তুষাৰ যদিও তুলাৰ নিচিনা সপ-সপীয়া তথাপি অনুবীক্ষণেৰে চালে
লোনৰ নিচিনা দানা থকা যেন দেখি। প্ৰত্যেক দানাত ছুটি, দুটি
লোনৰ নিচিনা দানা থকা যেন দেখি। প্ৰত্যেক দানাত ছুটি, দুটি
পাহ আছে। কোনোটি দানা অতি সুন্দৰ ছ-পহীয়া ফুল বা তৰাৰ
পাহ আছে। কোনোটি দানা অতি সুন্দৰ ছ-পহীয়া ফুল বা তৰাৰ
নিচিনা; কোনটি ছয় বাহু, যুক্ত ক্ষেত্ৰৰ নিচিনা; কোনটা বা
নিচিনা; কোনটি ছয় বাহু, যুক্ত ক্ষেত্ৰৰ নিচিনা; কোনটী বা
এক বিন্দুৰ ওপৰতে মুখ পাতি থকা ছটি কাড়ব নিচিন। এই অ
এক বিন্দুৰ ওপৰতে মুখ পাতি থকা ছটি কাড়ব নিচিন। এই অ
ক্ৰমে তুষাৰ দানা হাজাৰতকৈ সৰহ নক্সাৰ দেখা গৈছে। তুষাৰৰ
ক্ৰমে তুষাৰ দানা হাজাৰতকৈ সৰহ নক্সাৰ দেখা গৈছে। তুষাৰৰ
সক সক সুপি বিলাক নানা আকাৰৰ হৈ পৰে; কিন্তু এক ইঞ্চিতকৈ
সৰু সৰু সুপি বিলাক নানা আকাৰৰ হৈ পৰে; কিন্তু এক ইঞ্চিতকৈ
দীঘল পোৱা নাই। যদিও তুষাৰৰ বৰণ বগলি পাখিৰ নিচিনা।
দীঘল পোৱা নাই। যদিও তুষাৰৰ বৰণ বগলি পাখিৰ নিচিনা।
শুক্লা তথাপি হিম মণ্ডলত কৰবাত কেতিয়াবা ৰঙচুৱা আৰু ঈষৎ
শুক্লা তথাপি হিম মণ্ডলত কৰবাত কেতিয়াবা ৰঙচুৱা আ{{বঙালী ৰু}} ঈষৎ
সৌজীয়া বৰণৰ তুষাৰ দেখি। এনে ৰঙৰ এবিধ অতি ক্ষুদ্ৰ বন তাত
সৌজীয়া বৰণৰ তুষাৰ দেখি। এনে ৰঙৰ এবিধ অতি ক্ষুদ্ৰ বন তাত
মিহলি হৈ থকাৰ কাৰণেই তেনে কুৱা দেখি। এই বন তুষাৰৰ
মিহলি হৈ থকাৰ কাৰণেই তেনে কুৱা দেখি। এই বন তুষাৰৰ
ওপৰত গজে।
ওপৰত গজে।

মেৰুৰ কাৰৰ প্ৰদেশ বিলাকত মাটি সদাই তুষাৰেৰে ঢকা থাকে।
{{gap}} মে{{বঙালী ৰু}}ৰ কাৰৰ প্ৰদেশ বিলাকত মাটি সদাই তুষাৰেৰে ঢকা থাকে।
আৰু সকলো অক্ষাংশতেই অতি ওখ পৰ্বৎ বিলাকৰ শিখৰ বিলাকে
আ{{বঙালী ৰু}} সকলো অক্ষাংশতেই অতি ওখ পৰ্ব্বৎ বিলাকৰ শিখৰ বিলাকো
তুষাৰেৰে চিৰকাল শুকুলা হৈ থাকে। যি ৰেখাৰ পৰা ওপৰলৈ
তুষাৰেৰে চিৰকাল শুকুলা হৈ থাকে। যি ৰেখাৰ পৰা ওপৰলৈ
বছৰ যুৰি তুষাৰ মাটিত থাকিব পাৰে আৰু যাতকৈ চাপৰত বছৰ
বছৰ যুৰি তুষাৰ মাটিত থাকিব পাৰে আ{{বঙালী ৰু}} য়াতকৈ চাপৰত বছৰ
যুৰি নেথাকে সেই ৰেখাকে চিৰ-নিহাৰ-সীমা কোৱা যায়। নিৰক্ষ
যুৰি নেথাকে সেই ৰেখাকে চিৰ-নিহাৰ-সীমা কোৱা যায়। নিৰক্ষ
বৃত এই সীমা সাগৰৰ জল সীমাৰ পৰা ১৬০০০ ফুট ওখ। তাৰ
বৃত্তত এই সীমা সাগৰৰ জল সীমাৰ পৰা ১৬০০০ ফুট ওখ। তাৰ
পৰা দক্ষিণ আৰু উত্তৰলৈ নামিগৈ প্ৰায় ৭৮° অক্ষত সাগৰৰ জল।
পৰা দক্ষিণ আ{{বঙালী ৰু}} উত্তৰলৈ নামিগৈ প্ৰায় ৭৮° অক্ষত সাগৰৰ জল
সীমাৰ সৈতে মিলিছে কিন্তু ঠাই বিশেষে এই অনুক্ৰমিক অবতৰণৰ
সীমাৰ সৈতে মিলিছে কিন্তু ঠাই বিশেষে এই অনুক্ৰমিক অবতৰণৰ
অলপ অলপ লঘন হয়। হিমালয় পৰ্বতৰ দক্ষিণ ফালৰ চিৰ-
অলপ অলপ লঙ্ঘন হয়। হিমালয় পৰ্ব্বতৰ দক্ষিণ ফালৰ চিৰ-নিহাৰ
নিৰ
সীমাতকৈ উত্তৰ ফালৰটো ৪০০০ ফুট ওখ। প্ৰথম কাৰণ, সাগৰৰ
সীমাতকৈ উত্তৰ ফালৰটো ৪০০০ ফুট ওখ। প্ৰথম কাৰণ, সাগৰৰ
ভাপেৰে পৰিপূৰ্ণ নৈঋত মৌচুমৰ তেনেই যুখিনি আহি আগেয়ে
ভাপেৰে পৰিপূৰ্ণ নৈঋত মৌচুমৰ তেনেই বায়ুখিনি আহি আগেয়ে
দক্ষিণ গড়াত খুন্দ খায় আৰু তাতে সৰহ খিনি ভাপ তুষাৰ বৰষুখ।
দক্ষিণ গড়াত খুন্দা খায় আ{{বঙালী ৰু}} তাতে সৰহ খিনি ভাপ তুষাৰ বা বৰষুণ

১১:০৬, ৯ মে' ২০২০ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭৩
পানীৰ রূপ ভেদ।

হলে তুষাৰ হয়। দ্বিতীয় অধ্যায়ৰ বৰফৰ পৰীক্ষা পাত্ৰৰ ওপৰত যি কঠিন পদাৰ্থ এবিধে কঁড়াল মৰাৰ কথা কোৱা হৈছে, সেইয়ে তুষাৰ। তুষাৰ যদিও তুলাৰ নিচিনা সপ-সপীয়া তথাপি অনুবীক্ষণেৰে চালে লোনৰ নিচিনা দানা থকা যেন দেখি। প্ৰত্যেক দানাত ছুটি, দুটি পাহ আছে। কোনোটি দানা অতি সুন্দৰ ছ-পহীয়া ফুল বা তৰাৰ নিচিনা; কোনটি ছয় বাহু, যুক্ত ক্ষেত্ৰৰ নিচিনা; কোনটী বা এক বিন্দুৰ ওপৰতে মুখ পাতি থকা ছটি কাড়ব নিচিন। এই অ ক্ৰমে তুষাৰ দানা হাজাৰতকৈ সৰহ নক্সাৰ দেখা গৈছে। তুষাৰৰ সৰু সৰু সুপি বিলাক নানা আকাৰৰ হৈ পৰে; কিন্তু এক ইঞ্চিতকৈ দীঘল পোৱা নাই। যদিও তুষাৰৰ বৰণ বগলি পাখিৰ নিচিনা। শুক্লা তথাপি হিম মণ্ডলত কৰবাত কেতিয়াবা ৰঙচুৱা আরু ঈষৎ সৌজীয়া বৰণৰ তুষাৰ দেখি। এনে ৰঙৰ এবিধ অতি ক্ষুদ্ৰ বন তাত মিহলি হৈ থকাৰ কাৰণেই তেনে কুৱা দেখি। এই বন তুষাৰৰ ওপৰত গজে।

  মেরুৰ কাৰৰ প্ৰদেশ বিলাকত মাটি সদাই তুষাৰেৰে ঢকা থাকে। আরু সকলো অক্ষাংশতেই অতি ওখ পৰ্ব্বৎ বিলাকৰ শিখৰ বিলাকো তুষাৰেৰে চিৰকাল শুকুলা হৈ থাকে। যি ৰেখাৰ পৰা ওপৰলৈ বছৰ যুৰি তুষাৰ মাটিত থাকিব পাৰে আরু য়াতকৈ চাপৰত বছৰ যুৰি নেথাকে সেই ৰেখাকে চিৰ-নিহাৰ-সীমা কোৱা যায়। নিৰক্ষ বৃত্তত এই সীমা সাগৰৰ জল সীমাৰ পৰা ১৬০০০ ফুট ওখ। তাৰ পৰা দক্ষিণ আরু উত্তৰলৈ নামিগৈ প্ৰায় ৭৮° অক্ষত সাগৰৰ জল সীমাৰ সৈতে মিলিছে কিন্তু ঠাই বিশেষে এই অনুক্ৰমিক অবতৰণৰ অলপ অলপ লঙ্ঘন হয়। হিমালয় পৰ্ব্বতৰ দক্ষিণ ফালৰ চিৰ-নিহাৰ সীমাতকৈ উত্তৰ ফালৰটো ৪০০০ ফুট ওখ। প্ৰথম কাৰণ, সাগৰৰ ভাপেৰে পৰিপূৰ্ণ নৈঋত মৌচুমৰ তেনেই বায়ুখিনি আহি আগেয়ে দক্ষিণ গড়াত খুন্দা খায় আরু তাতে সৰহ খিনি ভাপ তুষাৰ বা বৰষুণ