পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/৮৭: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ৱিকিউৎসৰ পৰা
→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "পানীৰ ৰূপ ভেদ। ৭৭ চমিম, নকিয়া ইত্যাদি পৰ্বত বিলা..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh||পানীৰ {{বঙালী ৰূ}}প ভেদ।|৭৭}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
চমিৱম, দনকিয়া ইত্যাদি পৰ্ব্বত বিলাকৰ পৰা নমা নিহাৰ-বাহুৰ
পানীৰ ৰূপ ভেদ।
৭৭
চমিম, নকিয়া ইত্যাদি পৰ্বত বিলাকৰ পৰা নমা নিহাৰ-বাহুৰ
অন্তৰ পৰা উৎপন্ন হৈছে।”
অন্তৰ পৰা উৎপন্ন হৈছে।”

চিৰ-নিহাৰ-বাহৰ অন্তত দমাদমে সৰু ডাঙ্গ নানা আকাৰৰ শিল
{{gap}}চিৰ-নিহাৰ-বাহৰ অন্তত দমাদমে স{{বঙালী ৰু}} ডাঙ্গ নানা আকাৰৰ শিল
পৰি থকা দেখা যায়। আৰু তাৰ দীঘে দীঘে ওপৰতত সাৰি সৰি
পৰি থকা দেখা যায়। আ{{বঙালী ৰু}} তাৰ দীঘে দীঘে ওপৰতো সাৰি সৰি
শিল দেখা যায়। এই বিলাক শিলকে নিহাৰ বাহুএ উটাই আনি
শিল দেখা যায়। এই বিলাক শিলকে নিহাৰ বাহুএ উটাই আনি
যতে অন্ত পৰে ততে দমাই ৰাখে। নিহাৰ-বাহুৰ ওপৰত সাৰি পাতি
যতে অন্ত পৰে ততে দমাই ৰাখে। নিহাৰ-বাহুৰ ওপৰত সাৰি পাতি
থকা শিল বিলাকক “লালি কঙ্কৰ” আৰু তাৰ অন্তত পথালি হৈ থকা
থকা শিল বিলাকক “লালি কঙ্কৰ” আৰু তাৰ অন্তত পথালি হৈ থকা
শিল বিলাকক '“পথালি কঙ্কৰ” নাম দিব পাৰি। ইহতৰ উৎপত্তি
শিল বিলাকক '“পথালি কঙ্কৰ” নাম দিব পাৰি। ইহতৰ উৎপত্তি
অতি আচৰিত। নিৱা যত থাকে তাত সমুদায় পৰ্বত তুষাৰৰ দ্বাৰায়
অতি আচৰিত। নিৱা যত থাকে তাত সমুদায় পৰ্ব্বত তুষাৰৰ দ্বাৰায়
আবৃত নাথাকে, ওখ ওখ টিংবিলাক তুষাৰৰ ওপৰে ওলায় থাকে।
আবৃত নাথাকে, ওখ ওখ টিংবিলাক তুষাৰৰ ওপৰে ওলায় থাকে।
কাৰণ যি তুষাৰ টিং বিলাকৰ ওপৰত পৰে সূৰ্যৰ তাপ পালে দ্ৰৱ হৈ
কাৰণ যি তুষাৰ টিং বিলাকৰ ওপৰত পৰে সূৰ্য্যৰ তাপ পালে দ্ৰৱ হৈ
বাগৰি আহি বা বতাহতে উড়ি আহি সি তলৰ খালত পৰি গোট খাই
বাগৰি আহি বা বতাহতে উড়ি আহি সি তলৰ খালত পৰি গোট খাই
নিৱী হয়.। টিং বিলাক সম্পূৰ্ণ শিলৰ, তাত মাটিৰ লেশো নাই। এই
নিৱী হয়। টিং বিলাক সম্পূৰ্ণ শিলৰ, তাত মাটিৰ লেশো নাই। এই
শিলক স্বভাৱৰ এক মহুৎ কোশলেৰে, পানী (তুষাৰৰ পানীএ) ভাঙ্গি
শিলক স্বভাৱৰ এক মহৎ কোশলেৰে, পানীএ (তুষাৰৰ পানীএ) ভাঙ্গি
চিৰ-নিহাৰ-বাহুত পেলাই উটাই নিএ। বৰফ পানীত কৈ পাতল
চিৰ-নিহাৰ-বাহুত পেলাই উটাই নিএ। বৰফ পানীত কৈ পাতল
আৰু ই বেচি ঠাই যোৰে। চাৰি আঙ্গল মান ডাঠ এটা লোহৰ
আ{{বঙালী ৰু}} ই বেচি ঠাই যোৰে। চাৰি আঙ্গল মান ডাঠ এটা লোহৰ
কোটোৰ পূৰ কৰি পানী ভৰাই মুখত টানি স্কুপ ঠিলা মাৰি যদি
কোটোৰ পূৰ কৰি পানী ভৰাই মুখত টানি স্ক্ৰপ ঠিলা মাৰি যদি
তাক অলপ মান সময় ৩২° ফা. তাপত কৈ কেবা অংশৰ নামলকে
তাক অলপ মান সময় ৩২° ফা. তাপত কৈ কেবা অংশৰ নামলকে
চেঁচা কৰি ছোয়া যায় তেন্তে পানী বৰফ হৈ ওফনি ঠিলাকে ওফো-
চেঁচা কৰি ছোয়া যায় তেন্তে পানী বৰফ হৈ ওফন্দি ঠিলাকে ওফোৰাব নতু কোটোৰাকে চিটা-চিট কৰি ফালিব। এনেকুৱা কাম
পৰ্ব্বতৰ টিংঙ্গতো সদা সৰ্ব্বদা ঘটি আছে।
ৰাব নতু কোটোৰাকে চিটা-চিট কৰি ফালিব। এনেকুৱা কাম

পৰ্বতৰ টিংঙ্গতে সদা সৰ্বদা ঘটি আছে। ,
শিল দেখিবলৈ যদিও নিটহ তথাপি তাত ক্ষুদ্ৰ ক্ষুদ্ৰ বিন্ধা বা
{{gap}}শিল দেখিবলৈ যদিও নিটহ তথাপি তাত ক্ষুদ্ৰ ক্ষুদ্ৰ বিন্ধা বা
ছিদ্ৰ আছে; সম্পূৰ্ণ নিট বা ছিদ্ৰ হীন বুলিব পাৰি এনে কোন
ছিদ্ৰ আছে; সম্পূৰ্ণ নিটহ বা ছিদ্ৰ হীন বুলিব পাৰি এনে কোনো
বস্তুয়েই নাই; দিনত তুষাৰ দ্ৰৱ হৈ তাৰ পানী শিলৰ ছিদ্ৰৰ মাজে
বস্তুয়েই নাই; দিনত তুষাৰ দ্ৰৱ হৈ তাৰ পানী শিলৰ ছিদ্ৰৰ মাজে
মাজে সোমাই কিন্তু ৰাতি পুনৰ বৰফ হয় কেবা ৰাতিও এই দৰে
মাজে সোমাই কিন্তু ৰাতি পুনৰ বৰফ হয় কেবা ৰাতিও এই দৰে
ভিতৰত বৰফু উৎপন্ন হৈ এৰাতি শিল ফাটি ছোখ ডোখৰ হৈ তলৰ
ভিতৰত বৰফু উৎপন্ন হৈ এৰাতি শিল ফাটি ডোখৰ ডোখৰ হৈ তলৰ

১২:১০, ৮ মে' ২০২০ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭৭
পানীৰ রূপ ভেদ।

চমিৱম, দনকিয়া ইত্যাদি পৰ্ব্বত বিলাকৰ পৰা নমা নিহাৰ-বাহুৰ অন্তৰ পৰা উৎপন্ন হৈছে।”

 চিৰ-নিহাৰ-বাহৰ অন্তত দমাদমে সরু ডাঙ্গ নানা আকাৰৰ শিল পৰি থকা দেখা যায়। আরু তাৰ দীঘে দীঘে ওপৰতো সাৰি সৰি শিল দেখা যায়। এই বিলাক শিলকে নিহাৰ বাহুএ উটাই আনি যতে অন্ত পৰে ততে দমাই ৰাখে। নিহাৰ-বাহুৰ ওপৰত সাৰি পাতি থকা শিল বিলাকক “লালি কঙ্কৰ” আৰু তাৰ অন্তত পথালি হৈ থকা শিল বিলাকক '“পথালি কঙ্কৰ” নাম দিব পাৰি। ইহতৰ উৎপত্তি অতি আচৰিত। নিৱা যত থাকে তাত সমুদায় পৰ্ব্বত তুষাৰৰ দ্বাৰায় আবৃত নাথাকে, ওখ ওখ টিংবিলাক তুষাৰৰ ওপৰে ওলায় থাকে। কাৰণ যি তুষাৰ টিং বিলাকৰ ওপৰত পৰে সূৰ্য্যৰ তাপ পালে দ্ৰৱ হৈ বাগৰি আহি বা বতাহতে উড়ি আহি সি তলৰ খালত পৰি গোট খাই নিৱী হয়। টিং বিলাক সম্পূৰ্ণ শিলৰ, তাত মাটিৰ লেশো নাই। এই শিলক স্বভাৱৰ এক মহৎ কোশলেৰে, পানীএ (তুষাৰৰ পানীএ) ভাঙ্গি চিৰ-নিহাৰ-বাহুত পেলাই উটাই নিএ। বৰফ পানীত কৈ পাতল আরু ই বেচি ঠাই যোৰে। চাৰি আঙ্গল মান ডাঠ এটা লোহৰ কোটোৰ পূৰ কৰি পানী ভৰাই মুখত টানি স্ক্ৰপ ঠিলা মাৰি যদি তাক অলপ মান সময় ৩২° ফা. তাপত কৈ কেবা অংশৰ নামলকে চেঁচা কৰি ছোয়া যায় তেন্তে পানী বৰফ হৈ ওফন্দি ঠিলাকে ওফোৰাব নতু কোটোৰাকে চিটা-চিট কৰি ফালিব। এনেকুৱা কাম পৰ্ব্বতৰ টিংঙ্গতো সদা সৰ্ব্বদা ঘটি আছে।

 শিল দেখিবলৈ যদিও নিটহ তথাপি তাত ক্ষুদ্ৰ ক্ষুদ্ৰ বিন্ধা বা ছিদ্ৰ আছে; সম্পূৰ্ণ নিটহ বা ছিদ্ৰ হীন বুলিব পাৰি এনে কোনো বস্তুয়েই নাই; দিনত তুষাৰ দ্ৰৱ হৈ তাৰ পানী শিলৰ ছিদ্ৰৰ মাজে মাজে সোমাই কিন্তু ৰাতি পুনৰ বৰফ হয় কেবা ৰাতিও এই দৰে ভিতৰত বৰফু উৎপন্ন হৈ এৰাতি শিল ফাটি ডোখৰ ডোখৰ হৈ তলৰ