৯,৮৭১
টা সম্পাদনা
(শুদ্ধ) |
|||
}}
<poem>
অ’ মোৰ আপোনাৰ দেশ!
অ’ মোৰ চিকুণী দেশ!
এনেখন সুৱলা,
এনেখন
এনেখন মৰমৰ দেশ।
অ’ মোৰ সুৰীয়া মাত!
অসমৰ সুৱদি মাত!
পৃথিৱীৰ ক'তো
বিচাৰি জনমটো
নোপোৱা কৰিলেও
অ’ মোৰ ওপজা ঠাই!
অ’ মোৰ অসমী আই!
চাই লওঁ
মুখনি এবাৰ
হেঁপাহ মোৰ পলোৱা
</poem>
[[Category:লক্ষ্মীনাথ বেজবৰুৱাৰ
[[Category:জাতীয় সংগীত]]
|