অ’ মোৰ আপোনাৰ দেশ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ৱিকিউৎসৰ পৰা
Content deleted Content added
auto summary: New page created (no summary given)
 
সজ্জা
১ নং শাৰী: ১ নং শাৰী:
{{header
| title = অ’ মোৰ আপোনাৰ দেশ
| author = লক্ষ্মীনাথ বেজবৰুৱা
| translator =
| section =
| previous =
| next =
| notes = অসমৰ জাতীয় সংগীত
}}
<poem>
<poem>
অ’ মোৰ আপোনাৰ দেশ
অ’ মোৰ আপোনাৰ দেশ
১৭ নং শাৰী: ২৬ নং শাৰী:


[[Category:লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যকৰ্ম]]
[[Category:লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যকৰ্ম]]
[[Category:কবিতা]]

২০:৩৬, ২৮ ডিচেম্বৰ ২০১২ৰ সংস্কৰণ

অ’ মোৰ আপোনাৰ দেশ
অ’ মোৰ চিকুণী দেশ
এনেখন সুৱলা, এনেখন সুফলা
এনেখন মৰমৰ দেশ ।

অ’ মোৰ সুৰীয়া মাত
অসমৰ সুৱদি মাত
পৃথিৱীৰ ক'তো বিচাৰি জনমটো
নোপোৱা কৰিলেও পাত ।

অ’ মোৰ ওপজা ঠাই
অ’ মোৰ অসমী আই
চাই লওঁ এবাৰ মুখনি তোমাৰ
হেঁপাহ মোৰ পলোৱা নাই ।