পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/৭৯: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ৱিকিউৎসৰ পৰা
→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "পানীৰ ৰূপ ভেদ। পৰা উৎপন্ন; সেই সাতটি বৰণ ইন্দ্ৰ- ধ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
(কোনো পাৰ্থক্য নাই)

২০:৩০, ২১ আগষ্ট ২০১৯ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পানীৰ ৰূপ ভেদ। পৰা উৎপন্ন; সেই সাতটি বৰণ ইন্দ্ৰ- ধত দেৰ্থিবলৈ পোৱা যায়। সূৰ্য্য কিৰণ নানা প্ৰকাৰে মেঘৰ ওপৰত বিক্ষিপ্ত আৰু প্ৰতিফলিত হৈ কোনোচী প্ৰকাশ পায় আৰু কোনোট বিলুপ্ত হয়। যি বৰ্ণ ব্যক্ত থাকে সেই বৰ্ণকে মেঘত দেখা যায়। এই বিষয়ে বাহুল্য। ৰূপে জানিবলৈ হলে পদাৰ্থবিদ্যাৰ আলোক বিষয়ক ৰচনী পাঠ কৰা উচিত। মেঘৰ কণিকা-কণিকা পানী টোপা বিলাক গোট খাই ডাঙ্গৰ আৰু গধুৰ হলেই বৰষুণ হয়। যদি নামি আহহাতে ৰাটত খৰাঙ্গ এতৰপ বাযুৰ মাজেদি নামি আহে, তেনে তাৰ সৰহ ভাগ তাতে শোহে বা পুনৰ ভাপ হয; নামি অহা বৰষুণৰ টোপা বিলাক অতি ক্ষুদ্ৰ হৈ “মেঘে কণিকীয়াই”। সকল দেশত সমানে বৰষুণ নহয় : (১) উষ্ণমণ্ডলত ভাপ বেচি এই নিমিত্তে তাত ভালো ৰেচিকৈ উঠে আৰু বৰষুণো সৰহ। তাৰ পৰা উত্তৰ দক্ষিণলৈ ক্ৰমে কম। (২) সমান ঠাইতকৈ পৰ্বতীয়া ঠাইত বেচি বৰষুণ হয় তাৰ কাৰণ ওপৰত উল্লেখ কৰা হৈছে। (৩) সাগৰৰ ভাপে প্ৰথমতে সাগৰৰ দাতিৰ প্ৰদেশ বিলাক পায়; এই হেতু অন্তৰৰ ঠাই বিলাকতকৈ সাগৰৰ দাতিৰ দেশ বিলাকত বৰষুণ সৰহ। এই তিনি নিয়মেৰেই যেই সেই ঠাইৰ বৰষুণৰ পৰি- মাণৰ প্ৰভেদ হয়। মোঙ্গলীয়াৰ গোৰি মক প্ৰদেশ, তিব্বত দেশৰ অধিত্যক, পাৰস্ত দেশৰ মাজভাগ, আৰৰ দেশৰ উত্তৰ ভাগ, মিশৰ দেশৰ সাহা মৰুভূমি প্ৰভৃতি কোনো কোনো ঠাইত প্ৰায় কেতিয়াও বৰষুণ্ড নহয়। এই বিলাকৰ কোনো ঠাইত ২০। ৩০ বছৰৰ অন্তৰত দুজাক বা এজাক, কোনো ঠাইত বছৰত দুজাক মন কৰষুণ হয়। পিৰু দেশত ৰুণ হোৱা এটা বৰ উৎপাত কথা তাৰ অনেক বন্ধু