পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/৯১: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ৱিকিউৎসৰ পৰা
→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "পানীৰ ৰূপ ভেদ। যাৰ পাৰে। এই বিলাকে জাহাজত খুন্দা..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
(কোনো পাৰ্থক্য নাই)

১৮:২৭, ২১ আগষ্ট ২০১৯ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পানীৰ ৰূপ ভেদ। যাৰ পাৰে। এই বিলাকে জাহাজত খুন্দা মাৰে মতুবা জাহাজৰ 'ওচৰতে লুটি খাই পৰিলে পানীৰ ইমান আস্ফালন হয় যে জাহাজ সঙ্কটত পৰে এই বিলাক বস্তু লুটিয়া-লুটি নোহোৱা কৈ একে ভাৱে নাথাকে কাৰণ সূৰ্যৰ তাপত, আৰু তাৰ পানীৰ উঞ্চতা পাই ঠাইয়ে ঠাইয়ে দু হোৱা বাবে উটা বৰফৰ সাম্য ভাৰ সঘনে নষ্ট হয় সেই নিমিত্তে বাৰম্বাৰ অতি ভয়ঙ্কৰ শব্দেৰে সাগৰ আস্ফালন কৰি লুটি লয়। নিহাৰ-বাহুৰ লগত যিৰূপে মাটি আৰু শিল আহে সেই দৰে উটা বৰফৰ লগতত আহে আৰু সূৰ্য্য কিৰণে উটা বৰফক জ্বৰ। কৰিলে ঘি ঘাটে যায় সেই গোটেই বাটতে অলপ অলপকৈ শিল মাটি সৰি গৈ থাকে। এই দৰেই বেফিমচবে, উত্তৰ আটলান্টিক ইত্যাদি সমুদ্ৰৰ ঠায়ে ঠায়ে তলীত অনেক তৰপ পৰি ডাঠ হৈ বোকা অ + শিল গোট খাইছে। ইংলণ্ডৰ মাজ টাঙ্গনি (বা কাউন্টি) বিলাকত আয়লণ্ডৰ পূৰ্বভাগত, আৰু ৰুশিয়া আৰু উত্তৰ জৰ্ম্মানি সমস্থল বিলাকত ওপৰতে ডোখ ডোখৰ শিলেৰে মিহলি হৈ ভালে মান ডাঠ এতৰপ মাটি আছে এই শিলক বল্ডাৰ শিল বা শিল গুটি কয় আৰু মাটিক বল্ডাৰ মাটি কয়। ভূতত্ত্ববেত্তা সকলে ইয়াৰ একো তত্ত্ব ধৰিব নোৱাৰিছিল। তাতে আকৌ এই বিলাক শিল ওচৰৰ কোনো পৰ্বতৰ শিলৰ সৈতে নিমিলে এই নিমিত্তে অধিক শঙ্কাৰ স্থল হৈছিল। বৰং সেই বিলাক ইংলণ্ড দেশৰ কম্বৰ লেণ্ড বিভাগৰ পৰ্বত বিলাকত পোৱা আৰু স্কটলেণ্ডৰ হাইলেণ্ডৰ পৰ্বতত পোৱা শিলৰ সদৃশ আৰু তাৰ পৰাই এই অহা যেন অনু- মান হয়; জানি আৰু ৰুশিয়াৰ শিলবিলাক তাতকৈ দূৰ স্কেণ্ডে- নেভীয়াৰ পৰ্বতৰ পৰা অহা যেন লাগে। কিন্তু একো ডথৰ ইমান ডালৰ যে সাধাৰণ শক্তিৰে কঢ়িওৱা নাছিল। অন্তত এই বিলাক পৰ্বতৰ গাত বহুত নামলকে ঘষ্ট প্ৰস্তৰ, পথালি কঙ্কৰ ইত্যাদি প্ৰাচীন কালৰ নিহাৰ-হুৰ চিন পোৱা হল। তেতিয়াৰে পৰা সকলো