"পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/৯২"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
(→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "অসমৰ বুৰী এবাৰ ভিতৰাল ফুকন, মিৰি-সন্দিকৈৰ দিহিঙ্..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল)
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধন
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
  +
{{rh|৭৬|অসমৰ বুৰঞ্জী|}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
  +
অসমৰ বুৰী
 
এবাৰ ভিতৰাল ফুকন, মিৰি-সন্দিকৈৰ দিহিঙ্গীয়া কন, অপৰণৰ পুতেকক
+
দুৱৰাৰ ভিতৰুৱাল ফুকন, মিৰি-সন্দিকৈৰ দিহিঙ্গীয়া ফুকন, জপৰজলৰ পুতেকক বৰচেটিয়াগোহাঞি এইসকলক নতুনকৈ ডাঙ্গৰীয়া বিষয়া পতা হয়।
  +
বচেটিয়াগােহাঞি এইসকলক নতুনকৈ ভাজৰীয়া বিষয়া পতা হয়।
 
  +
{{gap}}পিতৃৰ দৰেই স্বৰ্গদেৱ শিৱসিংহৰ হিন্দুধৰ্মত বৰ আসক্তি আছিল। সততে দীক্ষা-মন্ত্ৰ জঁপোতেই তেওঁ বহুত সময় নিয়াইছিল। বাস্তৱতে, শিৱসিংহ স্বৰ্গদেৱ এজন ঘোৰ শাক্ত ৰাজৰ্ষি আছিল।পিতৃ-অনুজ্ঞা অনুসৰি,তেওঁ শান্তিপুৰৰ কৃষ্ণানন্দ ন্যায়বাগীশ
| পিৰ দৰেই বৰ্গয়েৰ শিৱসিংহৰ হিন্দুধর্যত বৰ আসক্তি আছিল। সততে দীক্ষা-
 
  +
ভট্টাচাৰ্য্য গোসাঁইত শৰণ নয়। এই জনা গোসাঁইক উজনিত আৰু কামৰূপত ভালেমান ব্ৰহ্মোত্তৰ মাটি দান কৰি, স্বৰ্গদেৱে তেওঁৰ মনোমতকৈ গুৱাহাটীৰ নীলাচলত ঘৰ-বাৰী কৰাই দি, বসতি কৰিবলৈ দিয়ে সেই কাৰণেই, তেওঁক "পৰ্ব্বতীয়া গোসাঁই” বোলে,
মা পেতেই তেওঁ বহুত সময় নিয়াইছিল। বাস্তৱতে, শিৱসিংহ স্বৰ্গদেৱ এজন মােৰ
 
 
আৰু তেতিয়াৰপৰা অসমত পৰ্বতীয়া গোসাঁইৰ শিষ্য বাঢ়িবলৈ ধৰে।
শাত ৰাজৰি আছিল। পিতৃ-অনুজ্ঞা অনুসৰি, তেওঁ শান্তিপুৰৰ কৃষ্ণানন্দ ন্যায়বাগীশ
 
  +
টাচাৰ্য গােসাইত শৰণ নয়। এই অনা গােসই উজনিত আৰু কামৰূপত ভালেমান
 
  +
{{gap}}'''ফুলেশ্বৰী কুঁৱৰী''':-এওঁ চিনাতপীয়া নটৰ জীয়ৰী; নাম ফুলমতী নাচনি আছিল। শিৱসিংহ স্বৰ্গদেৱে ছমাহমান ৰাজত্ব কৰোঁতেই, দৈবজ্ঞ আৰু জ্যোতিষীয়া
ক্ষোভৰ মাটি দান কৰি, বৰ্গদেৱে তেওঁৰ মনকৈ গুৱাহাটীৰ নীলাচলত ঘৰ-বাৰী
 
  +
পণ্ডিতসকলে তেওঁৰ 'ছত্ৰভঙ্গ যুগ' পৰিছে বুলি কোৱাত, দৈবিক যুগৰ হাত এৰাবৰ মনেৰে তেওঁ দেৱী-দেৱালয়ত আৰু ব্ৰাহ্মণ-মহন্তসকলক দান-দক্ষিণাদি দিবলৈ ধৰিলে; সদৌশেহত, তেওঁ ৰাজ্যভাৰ এৰি, তেওঁৰ পাটমাদৈ ফুলেশ্বৰী কুঁৱৰীক সিংহাসনত বহুৱাই বৰকুঁৱৰী পাতি,নিজে মুকলিমূৰীয়া হৈ থাকিল। এই গৰাকী কুঁৱৰীক প্ৰমতেশ্বৰী নামেৰেও জানা যায়। আৰু এওঁৰ দুয়ো নামত ৰূপ আৰু সোণৰ মোহৰ মৰোৱা হৈছিল। এওঁৰ আমোলত ধাই-আলি, গৌৰীসাগৰ পুখুৰী আৰু দৌল, কালুগাৱঁত দৌল আৰু
কৰাই ডি, বসতি কৰিবলৈ দিয়ে সেই কাৰণেই, তেওঁক পৰ্বতীয় গােসাঁই” বােলে,
 
  +
পুখুৰী কৰোৱা হয়। “এও বৰকুঁৱৰীয়ে ৰাজক্ষমতা পায়েই ভায়েকক বৰপাত্ৰ, দদায়েকক তিপমীয়া ফুকন,ভতিজাকক ঢেঁকীয়াল বৰুৱা পাতিলে। আহোমৰ পূৰ্ব্বৰ ধাৰণা গুচাই মৰাক পোৰালে। ঠাকুৰীয়া মহাজনসকলক আনি আউনীআটীত গড়মূৰত সেৱা কৰাই
আৰু তেতিয়াৰপৰা অসমত পৰ্বতীয় গােসাইৰ শিষ বাঢ়িবলৈ ধৰে।
 
  +
শ্ৰীমূৰ্ত্তি ভাগৱত শালগ্ৰাম, দেউৰী ভাগৱতী দি পূজা-সেৱা কৰিব দিলে। আৰু অনেক অপকাৰ কৰিলে, এই এক দোষ। ফুলবাৰীক ধৰি সমস্তো দেৱালয়ৰ মূৰ্ত্তিসকল অনাই সোণাৰীজনৰ বাহৰত থাকি লুইতত সেই মূৰ্ত্তিবিলাক পেলোৱালে; পাচে শিলৰ পিতলৰ প্ৰতিমা কৰাই স্থানে স্থানে দিলে। এই এক দোষ! সেই দোষতে ললাট ভুঞ্জি মৰিল (১)।”
নেৰীৰৰৱৰী:-এও চিনাতদীয়া নটৰ জীয়ৰী; নাম ফুলমতী নাচনি
 
  +
আছিল। শিৱসিংহ বৰ্গদেৱে ছমাহমান ৰাজত্ব কৰোতেই, দৈবজ্ঞ আৰু জ্যোতিষীয়া
 
  +
{{gap}}'''ডফলাৰ বিৰুদ্ধে ৰণ যাত্ৰা''':— ১৭১৭ খ্ৰীষ্টাব্দত ডফলাবিলাকে আকৌ ওচৰৰ গাওঁবোৰত উপদ্ৰৱ কৰেহি, আৰু আহোম ৰজাৰ অধীনতা নমনা হয়। সেই কাৰণে, ডফলাৰ বিৰদ্ধে অসমীয়া সেনা পঠিয়াই সিহঁতক আকৌ বশ কৰি, এইবাৰ পৰ্ব্বতৰ দাঁতিয়েদি এটা গড় মৰোৱা হয়। সেই গড় মৰোৱাৰপৰা ডফলাহঁতৰ উপদ্ৰৱলৈ আৰু সুবিধা নাথাকিল।
পণ্ডিতসকলে তেওঁৰ ছত্ৰত যুগ পৰিছে বুলি কোৱাত, দৈবিক যুগৰ হাত এৰাবৰ
 
  +
মনেৰে তেওঁ দেৱ-দেৱালয়ত আৰু ব্ৰাহ্মণ-মহন্তসকলক দান-দক্ষিণাদি দিবলৈ ধৰিলে;
 
  +
{{gap}}'''মাটি-পিয়ল''':— স্বৰ্গদেৱ শিৱসিংহৰ অনুজ্ঞানুসৰি কামৰূপ আৰু বকটাত মাটিপিয়ল কৰোৱা হয়। তেতিয়াৰপৰা হে মাটিৰ “জমাবন্দী" আৰু “পেৰাৰকাকত" ৰখাৰ নিয়ম প্ৰচলিত হয়। সেই কাকতত, বস্ততী বাজে, সকলো বিধৰ আবাদী আৰু নিষ্কৰ মাটিৰ মাটি-কালিয়ে সৈতে বিস্তাৰিত বৰ্ণনা লিখা হৈছিল।
সদৌশেহত, তেওঁ ৰাভাৰ এৰি, তেওঁৰ পাটমাদৈ ফুলেশ্বৰী কুঁৱৰীক সিংহাসনত বহুৱাই
 
  +
{{Rule|}}
ৰৰকুঁৱৰী পাতি,নিজে মুকলিমূৰীয়া হৈ থাকিল। এই গৰাকী কুঁৱৰীক প্ৰমতেশ্বৰী
 
  +
{{smaller|শ্ৰীনাথ দুৱৰা বৰৱৰুৱাৰ "তুংখুঙ্গীয়া বুৰঞ্জী" ৩৭,৬৮ পৃষ্ঠা।}}
নামেৰেও জানা যায়। আৰু এওঁৰ দুয়াে নামত ৰূপ আৰু সােণৰ মােহৰ মৰােৱা হৈছিল।
 
এ আমােসত খাই-আলি, গৌৰীসাগৰ পুখুৰী আৰু দৌল, কালুগাৱত দৌল আৰু
 
পুখুৰী কৰােৱা হয়। “এও বৰবৰীয়ে ৰাজক্ষমতা পায়েই তায়েকক বা, সায়েক
 
ভিপমীয়া ফুকন, ভতিজাকক ঢেকীয়াল ৰৱ পাতিলে। আহােমৰ পূৰ্বৰ ধাৰাণ গুচাই
 
মাক পােৰালে। ঠাকুৰীয়া মহাজনসকলক আনি আউনীআটীত গড়মূৰত সেৱা কৰাই
 
মূর্তি ভাগৱত শালগ্রাম, দেউৰী ভাগৱতী দি পুজা-সেৱা কৰি দিলে। আৰু অনেক
 
অপকাৰ কৰিলে, এই এক দোষ। ফুলবাৰীক ধৰি সমন্তে। দেৱালয়ৰ মূৰ্তিসকল নাই
 
সােণাৰীজনৰ বাহৰত থাকি লুইতত সেই মূর্তিবিলাক পেলােৱালে । পাচে শিলৰ
 
পিতলৰ এতিম কৰাই স্থানে স্থানে দিলে। এই এক দোষ! সেই দোষতে ললাট
 
দু িমৰিল (১)।”
 
তলাৰ বিৰুৰে ৰণ যাত্রা: ১৭১৭ খ্রীষ্টাব্দত ভফলাবিলাকে আকৌ ওচৰৰ
 
গাওঁবােত উপৱ কৰেহি, আৰু আহােম ৰজাৰ অধীনতা নমনা হয়। সেই কাৰণে,
 
ফলাৰ বিৰছে অসমীয়া সেনা পঠিয়াই সিহঁতক আকৌ বশ কৰি, এইবাৰ পৰ্বতৰ
 
গাঙিয়েছি এটা গড় মৰােৱা হয়। সেই গড় মৰােৱাৰপৰা ভলাহঁতৰ উপদ্ৰৱলৈ আৰু
 
সুবিধা নাথাকিল।
 
মাসি-পিয়লা-স্বৰ্গদেৱ শিৱসিংহৰ অনুসৰি কামৰূপ আৰুবকটাত মাটিপিয়ল
 
কৰােৱা হয়। তেতিয়াৰপৰা হে মাটিৰ “মাবলী” আৰু “পেৰকাকত খাৰ নিয়ম
 
প্রচলিত হয়। সেই কাকতত, বীত বাজে, সকলে। বিধৰ নাৰাদী আৰু নিৰ মাটিৰ
 
মাটিকালিয়ে সৈতে বিস্তাবিত বর্ণনা লিখা হৈছিল।
 
৭,৬৫৩

টা সম্পাদনা

সা-সঁজুলি