"ভৱানীপুৰীয়া"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
সম্পাদনা সাৰংশ নাই
আহে শুন মধুকৰ হে
বুজলো তোহাৰ অভিপ্ৰায় ৷
 
হামাৰি পাশক দূত কৰি তোক ষটপদ ৰে
জানলোহো পঠাইলা মধাই ৷৷
 
::::'''পদ ৷৷'''
তোহাৰি কানুৰ সঙ্গে পিৰীতি নকৰো হামু ৰে
::কপটী তাহেৰ সম নাই ৷
তই যেন মধুকৰ পৰম দাৰুণ চিত্ত ৰে
::পুষ্প চুম্পি নাস ৰে দুনাই ৷৷
 
সতিনীৰ কচুৰ কুঙ্কুম ছোৰত তোৰ হে
::পৰশিৰি নাহি মোৰ পাই ৷
গোপীনীক প্ৰেম- ভকতি-ৰসে আকুল
::দীন গোপাল গুণ গাই ৷৷
 
::::'''ঘোষা'''
 
মাধৱ মাধৱ প্ৰাণ       মাধৱ মাধৱ আত্মা
::মাধৱ মাধৱ গুৰু ইষ্ট ৷ইষ্ট।
মাধৱ মাধৱ নাম        সুমৰণে সুমঙ্গল
::মাধৱেসে ইষ্ট দেৱ নিষ্ট ৷নিষ্ট॥
 
নমো শঙ্কৰদেৱ        মাধৱ সহিতে দুইকো
মাধৱ মাধৱ গুৰু ইষ্ট ৷
::মোৰ ইষ্টদেৱ দুইজন ৷
 
মাধৱৰ শিক্ষা ধৰি        শুদ্ধভাৱে ভজা হৰি
মাধৱ মাধৱ নাম সুমৰণে সুমঙ্গল
::বন্দো হেন ভক্তৰ চৰণ ৷৷
 
মাধৱেসে ইষ্ট দেৱ নিষ্ট ৷
 
নমো শঙ্কৰদেৱ মাধৱ সহিতে দুইকো
 
মোৰ ইষ্টদেৱ দুইজন ৷
 
মাধৱৰ শিক্ষা ধৰি শুদ্ধভাৱে ভজা হৰি
 
বন্দো হেন ভক্তৰ চৰণ ৷৷
 
হে প্ৰভু ভগৱন্ত পূৰ্ণব্ৰহ্ম পৰমাত্মা
 
শ্ৰীকৃষ্ণ দেৱ যদুপতি ৷
 
মাধৱ বান্ধৱ হে চৰণে শৰণ লৈলো
 
তুমি মোৰ অগতিৰ গতি ৷৷
 
ধীৰসৱে নাৰায়ণ- ময় মাত্ৰ জগতক
 
দেখে আক জানা সাৰে সাৰ ৷
 
লুদ্ধকে দেখয় ধন কামুকসৱৰ মনে
 
দেখে সদা কামিনী-আকাৰ ৷৷
 
শুনিযো অবিদ্যা মাৱ তেজা মোৰ স্নেহ ভাৱ
 
বিদ্যা তুমি আপেক্ষিয়ো মোৰে ৷
 
কৃষ্ণ-পদ-নখ-চন্দ্ৰ যাৱত অমৃত-পান
 
কৰোঁ আমি নয়ন-চকোৰে ৷৷
 
সৰ্ব্ব-দেৱ-শিৰোমণি কৃষ্ণক সততে ভজা
 
যাত পৰে আন নাহি কেৱ ৷
 
আপোনাৰ নিজ ৰূপ স্মৰণ মাত্ৰকে দেন্ত
 
হে প্ৰভু ভগৱন্ত        পূৰ্ণব্ৰহ্ম পৰমাত্মা
কিনো কৃপাময় প্ৰভুদেৱ ৷৷
::শ্ৰীকৃষ্ণ দেৱ যদুপতি ৷
মাধৱ বান্ধৱ হে        চৰণে শৰণ লৈলো
::তুমি মোৰ অগতিৰ গতি ৷৷
 
ধীৰসৱে নাৰায়ণ-        ময় মাত্ৰ জগতক
যাৰ পদ-ৰেণু শিৰে ধৰি নিৰন্তৰে নৰে
::দেখে আক জানা সাৰে সাৰ ৷
লুদ্ধকে দেখয় ধন        কামুকসৱৰ মনে
::দেখে সদা কামিনী-আকাৰ ৷৷
 
শুনিযো অবিদ্যা মাৱ        তেজা মোৰ স্নেহ ভাৱ
ভৱ তৰি পৰম্পদ পাই ৷
::বিদ্যা তুমি আপেক্ষিয়ো মোৰে ৷
কৃষ্ণ-পদ-নখ-চন্দ্ৰ        যাৱত অমৃত-পান
::কৰোঁ আমি নয়ন-চকোৰে ৷৷
 
সৰ্ব্ব-দেৱ-শিৰোমণি        কৃষ্ণক সততে ভজা
হেনয় জগত-গুৰু তোমাৰ চৰণ দুই
::যাত পৰে আন নাহি কেৱ ৷
আপোনাৰ নিজ ৰূপ        স্মৰণ মাত্ৰকে দেন্ত
::কিনো কৃপাময় প্ৰভুদেৱ ৷৷প্ৰভুদেৱ॥
 
যাৰ পদ-ৰেণু শিৰে        ধৰি নিৰন্তৰে নৰে
অনুদিনে প্ৰণামো সদায়॥
::ভৱ তৰি পৰম্পদ পাই ৷
হেনয় জগত-গুৰু        তোমাৰ চৰণ দুই
::অনুদিনে প্ৰণামো সদায়॥
</poem>
 
২,৪১২

টা সম্পাদনা

সা-সঁজুলি