সৌন্দৰ্য্য আৰু কবি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
Ankan Deka (আলোচনা | বৰঙণি) "গণেশ গগৈ (১৯০৭- ১৯৩৮) সৌন্দৰ্য্য, কত আভা, কত প্ৰভ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল |
Ankan Deka (আলোচনা | বৰঙণি) No edit summary |
||
২৪ নং শাৰী: | ২৪ নং শাৰী: | ||
ত্যাজি দ্বেষ, হিংসা-বেশ, চোৱা ঘূৰি |
ত্যাজি দ্বেষ, হিংসা-বেশ, চোৱা ঘূৰি |
||
স্বৰ্গপূৰ । |
স্বৰ্গপূৰ । |
||
- নোৱাৰা সাধিব কবি সৌন্দৰ্য্য নাশ, |
- নোৱাৰা সাধিব কবি সৌন্দৰ্য্য নাশ, |
||
সৌন্দৰ্য্য আপুনি হ’ব আপুনি প্ৰকাশ ! |
সৌন্দৰ্য্য আপুনি হ’ব আপুনি প্ৰকাশ ! |
১৪:০৩, ৩১ জানুৱাৰী ২০১৩ৰ সংস্কৰণ
গণেশ গগৈ (১৯০৭- ১৯৩৮)
সৌন্দৰ্য্য,
কত আভা, কত প্ৰভা, মনোলোভা মনোৰমা, কত কবি, কত ছবি, যাচে চুমা নিৰুপমা, কত অলি, পৰি ঢলি, প্ৰাণ – ঢালি প্ৰেমে পমা, মাতে সখি, আছোঁ ৰখি, আঁহা প্ৰিয়ে প্ৰিয়তমা!
- ইয়াতো কবিৰ প্ৰাণ ইনাই বিনাই ফুটুকা ফুলতো দেহি ফেঁটী সাপ পায় ।।
কবি,
শান্ত জুৰ, সুমধুৰ, মোৰ সুৰ প্ৰেমে পূৰ; হে চতুৰ, কাব্যচোৰ, কিয় টোকা চকুলোৰ? সৌ হিৰণ, ঢৌ-কিৰণ, মৌ-মিলন নোহে দূৰ, ত্যাজি দ্বেষ, হিংসা-বেশ, চোৱা ঘূৰি স্বৰ্গপূৰ । - নোৱাৰা সাধিব কবি সৌন্দৰ্য্য নাশ, সৌন্দৰ্য্য আপুনি হ’ব আপুনি প্ৰকাশ !