পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১৭০: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ৱিকিউৎসৰ পৰা
Joli (আলোচনা | বৰঙণি)
→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "লৈকো অপাৰগ হােৱাত, সেই প্রস্তাৰ এৰা পৰিল। তাৰ পাচ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
(কোনো পাৰ্থক্য নাই)

২২:১৫, ২০ এপ্ৰিল ২০১৯ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

লৈকো অপাৰগ হােৱাত, সেই প্রস্তাৰ এৰা পৰিল। তাৰ পাচত, ১৭৫ এত এ না সেনাই আকৌ মণিপুৰ আক্ৰমণ কৰেহি। সেই আক্রমণ কয়টিং ঠাৱৰিব নােৱাৰি কাছাৰলৈ পলাইছিল; কিন্তু, ব্ৰহ্মৰাৰ সেনা উলটি যােৱা মাত্ৰৰে তেওঁ মণিপুৰলৈ উভতি আহি সিবিলাকে পাতি থৈ যােৱা ৰজাক ভাঙি আকৌ নিলে ৰজা হ'ল। এই বার্তা পাই ব্ৰহ্মাৰ ৰজাই আকৌ ১৭৬৮ ষ্টাৰত মণিপুৰ আক্ৰমণ কৰায়। এইবাৰ জমচিং পলাই কছাৰী ৰাজ্যত সােলগৈ। তাৰ পাচত, আহােম মহাৰজা ৰাজেশ্বৰসিংহ গৱেৰ সাহায্যত মণিপুৰৰ ৰাজসিংহাসন তেওঁ পুনঃ লাভ কৰে (১)। কিন্তু, তাৰ পাচত তেওঁ কেইবাবাৰো খো খাৰ লগাত পৰিছিল। সদৌশেহত, তেওঁ ব্রহ্মা জাৰে সৈতে মিত্ৰতা কৰিবলৈ বাধ্য হয়। ১৭৯২ খ্রীষ্টাব্দত অচিঙে •• ঘোঁৰা-ৰণুৱা আৰু ••• মাটি-পুৱাৰে সৈতে গৌৰীনাৎসিংহ বৰ্গদেৱক মােৱামৰীয়াৰ তৃতীয় বিদ্রোহ সময়ত সহায় কৰিছিল। এইদৰে ৩৪ বছৰ ৰাজত্ব কৰাৰ পাচত, ১৭৯৯ টাত তীর্থলৈ যাওঁতে বাটতে জয়চিং ৰজাৰ অকাল মৃত্যু হয়। চিত্ৰ আৰু মধুচ -য়চিঙৰ পাচত, তেওঁৰ বৰপুত্র হর্ষচ ১৭৯৯ খ্রষ্টাব্দত ৰজা হয়। দুবছৰমান ৰাজত্ব কৰোতেই তেওঁক চক্ৰান্তৰ ওপৰত বধ কৰি, ভায়েক মধুচন্দ্র ১৮•• খ্ৰীষ্টাব্দত ৰজা হয়। কিন্তু, তেওঁৰৰ সেই একে দশাই মিলিল , দুবছৰমানৰ পাচতে ভায়েক চৌজিতচিঙৰ হাতত তেওঁৰ অকাল মৃত্যু হয়। চৌজিতচিং-ককায়েক মধুচক বধ কৰি, ১৮০৩ খ্রীষ্টাব্দত চৌজিতচিং মণিপুৰৰ ৰা হয়। কিন্তু, তেওঁ কেইবছৰমান ৰাজত্ব কৰোতেই তায়েক মার্কিতচিই আভা ৰাৰ ৰজাৰ সহায় লৈ, ১৮১২ টাত, ককায়েকক ভাঙি নিজে ৰা হ'লহি। চৌজিতচিঙে জয়া ৰাৰ সদনত আশ্রয় ল’লেগৈ। | সাতটিং:-১৮১৮ খ্রীষ্টাব্দত মার্জিতচিঙে কাছাৰ ৰাজ্য আক্রমণ কৰিছিল। কিভ, পূর্ব শত্রুতা মনত কৰি চৌজিতচিঙে কাছাৰৰ ৰজা গােবিক সহায় কৰাত, মাতিচিঙৰ উদ্দেশ্য সফল নহ'ল। মার্কিত উলটি অহাৰ পাচত, চৌজিতচিং কাছাৰৰ এক অংশৰ অধিপতি হৈ থাকিল। তাৰ পাচত, ১৮১৯ খ্রীষ্টাব্দত ব্ৰহ্মদেশৰ ৰজাই আকৌ মণিপুৰ আক্ৰমণ কৰে। মার্জিতচিং ঠাৱৰিব নােৱাৰি কাছাৰলৈ পলাল। কাছাৰত তেওঁ ককায়েক চৌজিতৰে সৈতে মিল হৈ, গােবিন্দচন্দ্ৰ উলিয়াই খেচি, কাছাৰ ৰাজ্য বইৰে ভিতৰত তাই ল'লে। সিফালে, ১৮১৯ টাৰৰপৰা ১৮২৩ লৈকে মণিপুৰৰ ৰা পাট শূন্য পৰি ৰয়। | ইফালে কাছাৰত গােলমাল চলি থাকোতেই, সিফালে চৌতিচিৎ অতি পৰে ১৮৭৩ খ্ৰীষ্টাৰত মণিপুৰ আক্ৰমণ কৰেগৈ, আৰু ৰহ্মশে সেনাই পাতি যােৱ ৰজাক ভাজি নিজে ৰজা হয়। সেই সংবাদ শুনি আকৌ চৌজিতৰ ভায়েক গীচিং ভতিজক পীতাম্বৰ তাঙ্গি নিলে যা হ’বলৈ গ'ল। পীতাম্বৰ পাই এত নগত সােল। শীদি-ভতিয়াক ৰাজ্যৰপৰা খেঠি গীমি মণিপুৰৰ ৰজা হল। কিন্তু ওপৰ-পৰি ৰাজৰিৱত দেশৰ এনে দুৰৱ ঘটিল যে তেওঁৰ সৈবিলাকক হিলৈকে (১) আহােৰ বাৰ মুখৰ লগত এই বিষয়ে যাই রে ।ৈ