পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১৩৭: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ৱিকিউৎসৰ পৰা
Joli (আলোচনা | বৰঙণি)
→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "১২১ আহােমৰ কাষৰীয়া কথা বৰগােহাঞি ১। ওইমেলা ২। প..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
(কোনো পাৰ্থক্য নাই)

২২:০৫, ২০ এপ্ৰিল ২০১৯ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১২১ আহােমৰ কাষৰীয়া কথা বৰগােহাঞি ১। ওইমেলা ২। পৰ্বতীয়া ৩। পিলিজা ৪। মোগৰীয়া ৫। মাছৰিয়াল ৬। কালুগঞা । দিহিঙ্গীয় ৮। টাই-লীয় । বাৰুকিয়াল ১•। মিৰি-সন্দিকৈ ১১। লাহন ১২। পাতৰ ১৩। বকতিয়াল ১৪। কছাৰী ১৫। চিৰিং ১৬। খামতি বৰপাজগােহাঞি ১। নগা-ঘৰীয়া (নাক দিয়া কুঁৱৰীৰ ল'ৰা ৩। মৰাণ-ঘৰীয়া (থাও বুঢ়াগােহাঞিৰ ‘নগা-কোৱৰৰ পৰা)। দ্বিতীয় পুত্ৰ মৰাণৰ গােহাঞিবৰুৱা ঘৰৰ লাৰু বৰপাত্ৰগােহাঞিৰপৰা)। ২। কালুগা । ৪। কেন্দুগুৰীয়া। বৰবৰুৱা ১। পুখুৰাখন। ২। মৰাণ-বৰপাত্ৰ ( লাৰু মৰাণ-বৰপাত্র গগাহাঞিৰ পুত্ৰ লাহােৰপৰা)। ৩। বুঢ়াগােহাঞি। ৪। সন্দিকৈ। । চেঙধৰা। ৬। ঘোঁৰা-কোৱৰ (লাচিত ঘোৰা- কোৱৰৰ পৰা)। ৭। চাৰিীয়া লেটাও। ৮। দুৱৰা। ১। লাঙ্গি। ২। লামাখ। ৩। চেটিয়া। । পিচাই চেটিয়া। ৫। বুঢ়াগােহাঞি ৬। ঘোঁৰাকোৱৰ (লাচিত বৰফুকনৰপৰা)। ৭। লুখুৰাখন। ৮। দুৱৰা। ৯। পাতৰ। ১০। ভণ দুৱৰা। ১১। দিহিঙ্গীয়া। ১২। লাহন। ১৩। বকতিয়াল। সাতঘৰ আদি ভাজৰীয়া-বিষয়। ১। খাওমুংকান (বৰগােহাঞি)। ২। খাওমুংকান খুংমুং (সন্দিকৈ)। ৩। খাওমুংমাংৰাই (বুঢ়াগােহাঞি)। ৪। থাওমুংখুত (সন্দিকৈ)। ৫। খাওমুংকেওখম (সন্দিকৈ)। ৩। খাওং খুলকে (সন্দিকৈ)। ৭। খাওমুং ধুকাই (কে)। আহােমৰ দিনত প্রতিষ্ঠিত সত্ৰসমুহ (১৪•• শকৰপৰা ১৭•• শকলৈকে)। প্রতিষ্ঠাপক ১। পাইসি ৰিভট্ট। হৰিলে। প্রতিষ্ঠান সাল। ২। গীৈ