পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৩২০: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ৱিকিউৎসৰ পৰা
[বট সম্পাদনা] নিকাৰকণ
 
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
৫ নং শাৰী: ৫ নং শাৰী:
thing over and over again.
thing over and over again.


'''মাউখে উটিলে গুৰি-পৰুৱাৰাে মৰণ নােহােৱা'''—ক্ৰি, (মাউখে = এমখা লগ হৈ। )
'''মাউখে উটিলে গুৰি-পৰুৱাৰো মৰণ নোহোৱা'''—ক্ৰি, (মাউখে = এমখা লগ হৈ। )
অনেক গুৰি-পৰুৱা লগ হৈ চাঙ্গি পাতি পানীৰ সোঁতত বুৰি
অনেক গুৰি-পৰুৱা লগ হৈ চাঙ্গি পাতি পানীৰ সোঁতত বুৰি
নােযােৱাকৈ উটি যাব পাৰে। এটা-এটাকৈ গলে আটাইবিলাক মৰি
নোযোৱাকৈ উটি যাব পাৰে। এটা-এটাকৈ গলে আটাইবিলাক মৰি
যায়, কিন্তু লগেৰে যোৱাত পৰস্পৰৰ সাহায্যত আটাইবিলাকে
যায়, কিন্তু লগেৰে যোৱাত পৰস্পৰৰ সাহায্যত আটাইবিলাকে
নমৰাকৈ থাকিব পাৰে। আন নালাগে, গুৰি-প{{বঙালী ৰ}}ুৱাৰ নিচিনা সৰু
নমৰাকৈ থাকিব পাৰে। আন নালাগে, গুৰি-প{{বঙালী ৰ}}ুৱাৰ নিচিনা সৰু
সৰু নিঃসহায় প্রাণীও একতাৰ গুণত কাৰ্য্য সিদ্ধি কৰিব পাৰে, এই
সৰু নিঃসহায় প্ৰাণীও একতাৰ গুণত কাৰ্য্য সিদ্ধি কৰিব পাৰে, এই
ভাব বুজাইছে। এতেকে,—একতাৰ গুণত দুর্ব্বল মানুহে ক্ষমতাশালী
ভাব বুজাইছে। এতেকে,—একতাৰ গুণত দুৰ্ব্বল মানুহে ক্ষমতাশালী
হব পৰা, to become powerful when united but weak
হব পৰা, to become powerful when united but weak
when divided.
when divided.


'''মাছৰ তেলেৰে মাছ ভজা'''--ক্ৰি, সৰিয়হৰ তেলত মাছ ভজা হয়। এই স্থলত
'''মাছৰ তেলেৰে মাছ ভজা'''--ক্ৰি, সৰিয়হৰ তেলত মাছ ভজা হয়। এই স্থলত
কোৱা হৈছে, যে সৰিয়হৰ তেল খৰচ নকৰি মাছৰ তেলতে অর্থাৎ
কোৱা হৈছে, যে সৰিয়হৰ তেল খৰচ নকৰি মাছৰ তেলতে অৰ্থাৎ
মাছৰ গাৰপৰা ওলােৱ চর্ব্বিতে মাছ ভাজে। এতেকে,—মুল ধনত
মাছৰ গাৰপৰা ওলোৱ চৰ্ব্বিতে মাছ ভাজে। এতেকে,—মুল ধনত
হাত নিদিয়াকৈ লাভৰ ওপৰতে কোনাে কাৰ্য কৰা, to launch a
হাত নিদিয়াকৈ লাভৰ ওপৰতে কোনো কাৰ্য কৰা, to launch a
business with the extra-money which accrues as profit
business with the extra-money which accrues as profit
without spending anything out of the principal.
without spending anything out of the principal.


'''মাজ-তালুত সাপে খুঁটিলে ধৰণি ধৰিবলৈ ঠাই নােহাৱা'''—ক্রি, সাপে খুঁটিলে
'''মাজ-তালুত সাপে খুঁটিলে ধৰণি ধৰিবলৈ ঠাই নোহাৱা'''—ক্ৰি, সাপে খুঁটিলে
ধৰণি ধৰি বিষ নমাই ৰখা হয়। কিন্তু যদি মাজ-তালুত খোঁটে
ধৰণি ধৰি বিষ নমাই ৰখা হয়। কিন্তু যদি মাজ-তালুত খোঁটে
তেনেহলে ধৰণি ধৰিবলৈ ঠাই নােহােৱাত পৰে। এতেকে,—মহা-
তেনেহলে ধৰণি ধৰিবলৈ ঠাই নোহোৱাত পৰে। এতেকে,—মহা-
বিপদত ৰক্ষাৰ উপায় ৰহিত হােৱা, to have absolutely no
বিপদত ৰক্ষাৰ উপায় ৰহিত হোৱা, to have absolutely no
means of escaping from a momentous calamity.
means of escaping from a momentous calamity.


'''মাটি হোৱা'''—ক্ৰি, মাটি সােপাৰ নিচিনা লেউসেউ হোৱা, শক্তিৰহিত হােৱা
'''মাটি হোৱা'''—ক্ৰি, মাটি সোপাৰ নিচিনা লেউসেউ হোৱা, শক্তিৰহিত হোৱা
জাৰমাৰ হোৱা, to be reduced to nothing to be
জাৰমাৰ হোৱা, to be reduced to nothing to be
vanquished, to be utterly helpless.
vanquished, to be utterly helpless.


'''মাটিয়ে ভেঁটিয়ে খনা'''—ক্রি, ( মাটি=বাৰী। ভেঁটি=ঘৰ ) বাৰী আৰু ঘৰ
'''মাটিয়ে ভেঁটিয়ে খনা'''—ক্ৰি, ( মাটি=বাৰী। ভেঁটি=ঘৰ ) বাৰী আৰু ঘৰ
সমূলি নষ্ট কৰা অর্থাৎ সৰ্ব্বস্বান্ত কৰি দেশান্তৰ কৰা , to ruin com-
সমূলি নষ্ট কৰা অৰ্থাৎ সৰ্ব্বস্বান্ত কৰি দেশান্তৰ কৰা , to ruin com-
pletely.
pletely.

১৭:৩৬, ২৩ নৱেম্বৰ ২০২০ অনুযায়ী বৰ্তমান সংস্কৰণ

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মৰণা
মাটিয়ে
৩১০

টোপনি, excessive sleep.

মৰণা মৰা—ক্ৰি, গৰুৱে অকাই-পকাই ফুৰি ধানৰ মৰণা মাৰে। এতেকে,— একেটা কথাকে অকাই-পকাই কৈ থকা, to speak the same thing over and over again.

মাউখে উটিলে গুৰি-পৰুৱাৰো মৰণ নোহোৱা—ক্ৰি, (মাউখে = এমখা লগ হৈ। ) অনেক গুৰি-পৰুৱা লগ হৈ চাঙ্গি পাতি পানীৰ সোঁতত বুৰি নোযোৱাকৈ উটি যাব পাৰে। এটা-এটাকৈ গলে আটাইবিলাক মৰি যায়, কিন্তু লগেৰে যোৱাত পৰস্পৰৰ সাহায্যত আটাইবিলাকে নমৰাকৈ থাকিব পাৰে। আন নালাগে, গুৰি-পরুৱাৰ নিচিনা সৰু সৰু নিঃসহায় প্ৰাণীও একতাৰ গুণত কাৰ্য্য সিদ্ধি কৰিব পাৰে, এই ভাব বুজাইছে। এতেকে,—একতাৰ গুণত দুৰ্ব্বল মানুহে ক্ষমতাশালী হব পৰা, to become powerful when united but weak when divided.

মাছৰ তেলেৰে মাছ ভজা--ক্ৰি, সৰিয়হৰ তেলত মাছ ভজা হয়। এই স্থলত কোৱা হৈছে, যে সৰিয়হৰ তেল খৰচ নকৰি মাছৰ তেলতে অৰ্থাৎ মাছৰ গাৰপৰা ওলোৱ চৰ্ব্বিতে মাছ ভাজে। এতেকে,—মুল ধনত হাত নিদিয়াকৈ লাভৰ ওপৰতে কোনো কাৰ্য কৰা, to launch a business with the extra-money which accrues as profit without spending anything out of the principal.

মাজ-তালুত সাপে খুঁটিলে ধৰণি ধৰিবলৈ ঠাই নোহাৱা—ক্ৰি, সাপে খুঁটিলে ধৰণি ধৰি বিষ নমাই ৰখা হয়। কিন্তু যদি মাজ-তালুত খোঁটে তেনেহলে ধৰণি ধৰিবলৈ ঠাই নোহোৱাত পৰে। এতেকে,—মহা- বিপদত ৰক্ষাৰ উপায় ৰহিত হোৱা, to have absolutely no means of escaping from a momentous calamity.

মাটি হোৱা—ক্ৰি, মাটি সোপাৰ নিচিনা লেউসেউ হোৱা, শক্তিৰহিত হোৱা জাৰমাৰ হোৱা, to be reduced to nothing to be vanquished, to be utterly helpless.

মাটিয়ে ভেঁটিয়ে খনা—ক্ৰি, ( মাটি=বাৰী। ভেঁটি=ঘৰ ) বাৰী আৰু ঘৰ সমূলি নষ্ট কৰা অৰ্থাৎ সৰ্ব্বস্বান্ত কৰি দেশান্তৰ কৰা , to ruin com- pletely.