পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/১২৩: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ৱিকিউৎসৰ পৰা
No edit summary
[বট সম্পাদনা] নিকাৰকণ
 
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh||ভূ-ভাগৰ বাহ্যিক-গঠন আ{{বঙালী ৰু}} সন্নিবেশ।|১১৩}}
{{rh||ভূ-ভাগৰ বাহ্যিক-গঠন আ{{বঙালী ৰু}} সন্নিবেশ। |১১৩}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
৪ নং শাৰী: ৪ নং শাৰী:
তাত কি জানি ৪। ৫ খন আসাম দেশ ধৰিব। কেনো অংশত
তাত কি জানি ৪। ৫ খন আসাম দেশ ধৰিব। কেনো অংশত
গছ পোৱা যায়, আ{{বঙালী ৰু}} কোনো অংশ সম্পূৰ্ণ সমান নহৈ টো-
গছ পোৱা যায়, আ{{বঙালী ৰু}} কোনো অংশ সম্পূৰ্ণ সমান নহৈ টো-
কটা আছে।
কটা আছে।


{{gap}}দক্ষিণ আমেৰিকাৰ মধ্যভাগ, ভেনিজিউলাৰ পৰ্ব্বত শ্ৰেণীৰ পৰা
{{gap}}দক্ষিণ আমেৰিকাৰ মধ্যভাগ, ভেনিজিউলাৰ পৰ্ব্বত শ্ৰেণীৰ পৰা
মেগেলহিন প্ৰণালীলকে, ৪,৫০০ মাইল দীঘল; সমুদায় খিনি
মেগেলহিন প্ৰণালীলকে, ৪,৫০০ মাইল দীঘল; সমুদায় খিনি
এক বৃহৎ সমস্থল; সাগৰৰ জল-সীমাৰ পৰা ২০০ ফুটতকৈ ওখ নহয়।
এক বৃহৎ সমস্থল; সাগৰৰ জল-সীমাৰ পৰা ২০০ ফুটতকৈ ওখ নহয়।
এই বৃহৎ সমস্থলক হাফলুৰ নিচিনা নিচেই চাপৰ পৰ্ব্বতে তিনি খণ্ড
এই বৃহৎ সমস্থলক হাফলুৰ নিচিনা নিচেই চাপৰ পৰ্ব্বতে তিনি খণ্ড
কৰি তিনি খন নৈৰ তিনি জল-সত্ৰ স্ব{{বঙালী ৰূ}}পে বিভক্ত কৰিছে। অঁৰিনঁ
কৰি তিনি খন নৈৰ তিনি জল-সত্ৰ স্ব{{বঙালী ৰূ}}পে বিভক্ত কৰিছে। অঁৰিনঁ
২০ নং শাৰী: ২০ নং শাৰী:
কুম্ভীৰ আ{{বঙালী ৰু}} জলগ্ৰাহ সঙ্কুল এক অপাৰ সমুদ্ৰ। বাৰিষাৰ অন্তত
কুম্ভীৰ আ{{বঙালী ৰু}} জলগ্ৰাহ সঙ্কুল এক অপাৰ সমুদ্ৰ। বাৰিষাৰ অন্তত
সৌজীয়া বানতৰে ঢকা-স্ব{{বঙালী ৰূ}}প ঘাহৰ কোটি-কোটি মালৌ পথাৰ; *
সৌজীয়া বানতৰে ঢকা-স্ব{{বঙালী ৰূ}}প ঘাহৰ কোটি-কোটি মালৌ পথাৰ; *
তাত চৰি থকা বনৰীয়া আৰু ঘৰচীয়া ঘোৰাগ{{বঙালী ৰু}}ৰ মহা ভোজ।
তাত চৰি থকা বনৰীয়া আৰু ঘৰচীয়া ঘোৰাগ{{বঙালী ৰু}}ৰ মহা ভোজ।
জাৰকালি গোটেই জগৎ চিৰা-চিৰ হৈ ফাটে; ঘাঁহ শুকাই মাটি
জাৰকালি গোটেই জগৎ চিৰা-চিৰ হৈ ফাটে; ঘাঁহ শুকাই মাটি
ধূলিৱৰি হয়; ঘূলি বিলাকত গোট খোৱা পূৰ্ব্বৰ অজগৰ, গ্ৰাহ,
ধূলিৱৰি হয়; ঘূলি বিলাকত গোট খোৱা পূৰ্ব্বৰ অজগৰ, গ্ৰাহ,

১৬:৩৭, ২৩ নৱেম্বৰ ২০২০ অনুযায়ী বৰ্তমান সংস্কৰণ

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৩
ভূ-ভাগৰ বাহ্যিক-গঠন আরু সন্নিবেশ।

গড়ৰ দ্বাৰ কোন ফালে আছে জানিব নোৱাৰি বৰং জুইৰ ফাললৈকে লৰ দিয়ে। বঁতানিৰ বাহিৰে প্ৰেৰীৰ কোনো কোনো ভাগ জলাহ বা কটুৰ কোনো ভাগ বালিময়। প্ৰত্যেক খণ্ডেই ইমান ডাঙ্গৰ যে তাত কি জানি ৪। ৫ খন আসাম দেশ ধৰিব। কেনো অংশত গছ পোৱা যায়, আরু কোনো অংশ সম্পূৰ্ণ সমান নহৈ টো- কটা আছে।

 দক্ষিণ আমেৰিকাৰ মধ্যভাগ, ভেনিজিউলাৰ পৰ্ব্বত শ্ৰেণীৰ পৰা মেগেলহিন প্ৰণালীলকে, ৪,৫০০ মাইল দীঘল; সমুদায় খিনি এক বৃহৎ সমস্থল; সাগৰৰ জল-সীমাৰ পৰা ২০০ ফুটতকৈ ওখ নহয়। এই বৃহৎ সমস্থলক হাফলুৰ নিচিনা নিচেই চাপৰ পৰ্ব্বতে তিনি খণ্ড কৰি তিনি খন নৈৰ তিনি জল-সত্ৰ স্বরূপে বিভক্ত কৰিছে। অঁৰিনঁ কৰ, জল-সত্ৰৰ নাম লেনচ্; এমেজনৰ জল-সত্ৰৰ নাম চিল্‌ভাচ্ আরু লেপ্লাটাৰ জল-সত্ৰৰ নাম পাম্পাচ। লেনচৰ পৰিমান ফল ২,৬০,০০০ বৰ্গ মাইল অৰ্থাৎ ৮ খন আসাম দেশৰ ঠাই। ই সম্পূৰ্ণ প্ৰায় চোতালৰ নিচিনা সমান; মাত্ৰ দুই এঠাইত কেবা মাইলো যুৰি অলপ খলা-বমা শিলৰ পকা ভেটিৰ দৰে ৪। ৫ ফুট ওখ হৈ চূণ- শিল বা বালি-শিলৰ তৰপ বিলাক দেখা যায়। ষ্টিপিচ্‌ সমস্থলৰ দৰে ইয়াৰৰ গঢ় ৠতু লৈ সলনি হয়। বাৰিষা কালত ই ভীষণ কুম্ভীৰ আরু জলগ্ৰাহ সঙ্কুল এক অপাৰ সমুদ্ৰ। বাৰিষাৰ অন্তত সৌজীয়া বানতৰে ঢকা-স্বরূপ ঘাহৰ কোটি-কোটি মালৌ পথাৰ; * তাত চৰি থকা বনৰীয়া আৰু ঘৰচীয়া ঘোৰাগরুৰ মহা ভোজ। জাৰকালি গোটেই জগৎ চিৰা-চিৰ হৈ ফাটে; ঘাঁহ শুকাই মাটি ধূলিৱৰি হয়; ঘূলি বিলাকত গোট খোৱা পূৰ্ব্বৰ অজগৰ, গ্ৰাহ, কুন্তীৰ বিলাক বোকাত সোমাই ঘোৰ নিদ্ৰাত অভিভূত হয়। সমু-


 * মালৌ জোৰ হাটৰ অঞ্চলত, বৰনৈৰ দাঁতিত এখন বৰ বহল ঘাঁহনি পথাৰ।