পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/৯৯: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ৱিকিউৎসৰ পৰা
[বট সম্পাদনা] নিকাৰকণ
 
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh||নদী, হ্ৰদ আ{{বঙালী ৰু}} উৎস।|৮৯}}
{{rh||নদী, হ্ৰদ আ{{বঙালী ৰু}} উৎস। |৮৯}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১০ নং শাৰী: ১০ নং শাৰী:
নৈ বিলাক দক্ষিণৰ পৰা উত্তৰলৈ বৈ যায় বুলি প্ৰথমতে নৈৰ গোৰালিত ঢল আৰম্ভ হয়, কিন্তু মুখত বৰফ তেতিয়াও গোটমাৰি ভেটা
নৈ বিলাক দক্ষিণৰ পৰা উত্তৰলৈ বৈ যায় বুলি প্ৰথমতে নৈৰ গোৰালিত ঢল আৰম্ভ হয়, কিন্তু মুখত বৰফ তেতিয়াও গোটমাৰি ভেটা
স্বৰূপে থকাত দুই পাৰৰ ওপৰে পানী বাগৰি গোটেই দেশ জলাহ
স্বৰূপে থকাত দুই পাৰৰ ওপৰে পানী বাগৰি গোটেই দেশ জলাহ
কৰি ৰাখে।
কৰি ৰাখে।


{{gap}}প্ৰত্যেক ডাঙ্গৰ নদীকে স্বভাৱ অনুসাৰে তিনি খণ্ড কৰিৰ পাৰি।
{{gap}}প্ৰত্যেক ডাঙ্গৰ নদীকে স্বভাৱ অনুসাৰে তিনি খণ্ড কৰিৰ পাৰি।
পাৰ্ব্বত্যাংশ বা গোৰালি, মধ্যমাংশ বা মাজালি আৰু সঙ্গমাংশ বা
পাৰ্ব্বত্যাংশ বা গোৰালি, মধ্যমাংশ বা মাজালি আৰু সঙ্গমাংশ বা
আগালি। পাৰ্ব্বত্যাংশ অতি বেগবান্ আৰু ঠেক তাত নাওঁ চলোৱা
আগালি। পাৰ্ব্বত্যাংশ অতি বেগবান্ আৰু ঠেক তাত নাওঁ চলোৱা
২০ নং শাৰী: ২০ নং শাৰী:
অধিত্যকাৰ ওপৰে অনেক দিন বৈ থকাত শিল ক্ষয় গৈ নদী বহি
অধিত্যকাৰ ওপৰে অনেক দিন বৈ থকাত শিল ক্ষয় গৈ নদী বহি
গৈছে আৰু পানীৰ পৰা অধিত্যকাৰ ছাদলকে, কেতিয়াবা ৬০০০ ফুট
গৈছে আৰু পানীৰ পৰা অধিত্যকাৰ ছাদলকে, কেতিয়াবা ৬০০০ ফুট
পৰ্যন্ত দুকাশে দেৱালৰ নিচিনা শিলৰ থিয় গৰা হৈ থকা দেখা যায়।
পৰ্যন্ত দুকাশে দেৱালৰ নিচিনা শিলৰ থিয় গৰা হৈ থকা দেখা যায়।
ওপৰে চুঙৰী পহু, পৰ্ব্বতীয়া ছাগলি জাঁপদি জুৰি পাৰ হয় তলে অন্ধকূপত ক্ষুৰৰ ধাৰেৰে পানী বৈ থাকে। উত্তৰ আমেৰিকাৰ কেলিফৰ্ণীয়া উপসাগৰত পৰা কলৰেড্‌ নৈৰ ঠেক” এনেকুৱা। কিন্তু
ওপৰে চুঙৰী পহু, পৰ্ব্বতীয়া ছাগলি জাঁপদি জুৰি পাৰ হয় তলে অন্ধকূপত ক্ষুৰৰ ধাৰেৰে পানী বৈ থাকে। উত্তৰ আমেৰিকাৰ কেলিফৰ্ণীয়া উপসাগৰত পৰা কলৰেড্‌ নৈৰ ঠেক” এনেকুৱা। কিন্তু
জানিব লাগে যে এই কাম অনেক কালৰ মূৰতহে হৈছে। মধ্যমাংশ
জানিব লাগে যে এই কাম অনেক কালৰ মূৰতহে হৈছে। মধ্যমাংশ

১৬:৩৬, ২৩ নৱেম্বৰ ২০২০ অনুযায়ী বৰ্তমান সংস্কৰণ

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৯
নদী, হ্ৰদ আরু উৎস।

আরু ইউৰোপৰ উত্তৰ খণ্ডত জাৰ বেচি দিন থাকে বুলি তাৰ তুষাৰ জেঠ মানহে বেচিকৈ দ্ৰৱ হয় এই কাৰণে এই বিলাক দেশত ঢল অহা সময় জেঠ মাহ। ইটালি স্পেন, গ্ৰীচ, আদি দক্ষিণে থকা দেশ বিলাকত সোনকালে অৰ্থাৎ মাঘ ফাগুণতে তুষাৰ বেচিকৈ দ্ৰৱ হবলৈ ধৰে এই নিমিত্তে এই বিলাক দেশৰ নৈত ঢল মাঘ ফাগুণতে আহে; অহাৰ শাওন মহীয়া সিহঁতৰ পকা বালি ওলাই থাকে। বৰষুণ আরু তুষাৰ দুইৰো পৰা পানী পোযা, ব্ৰহ্মপুত্ৰ আদি নৈ বিলাকৰ ঢল প্ৰায় ফাগুণৰ পৰা আৰম্ভ হৈ অহাৰ শাওন মহীয়া ভৰপূৰ হয়। সাইবেৰীয়াৰ নৈ বিলাক দক্ষিণৰ পৰা উত্তৰলৈ বৈ যায় বুলি প্ৰথমতে নৈৰ গোৰালিত ঢল আৰম্ভ হয়, কিন্তু মুখত বৰফ তেতিয়াও গোটমাৰি ভেটা স্বৰূপে থকাত দুই পাৰৰ ওপৰে পানী বাগৰি গোটেই দেশ জলাহ কৰি ৰাখে।

 প্ৰত্যেক ডাঙ্গৰ নদীকে স্বভাৱ অনুসাৰে তিনি খণ্ড কৰিৰ পাৰি। পাৰ্ব্বত্যাংশ বা গোৰালি, মধ্যমাংশ বা মাজালি আৰু সঙ্গমাংশ বা আগালি। পাৰ্ব্বত্যাংশ অতি বেগবান্ আৰু ঠেক তাত নাওঁ চলোৱা অসাধ্য। মাটি বালি ধুই উটাই পঠোৱা তাৰ প্ৰধান কাম। এই অংশত অন যি সরু জুৰি পৰে সকলো এই কামকে কৰে। শিল- মাটি ক্ষয় কৰা শক্তি ইয়াৰ ইমান বেচি যে কোনো ঠাইত শিলাময় অধিত্যকাৰ ওপৰে অনেক দিন বৈ থকাত শিল ক্ষয় গৈ নদী বহি গৈছে আৰু পানীৰ পৰা অধিত্যকাৰ ছাদলকে, কেতিয়াবা ৬০০০ ফুট পৰ্যন্ত দুকাশে দেৱালৰ নিচিনা শিলৰ থিয় গৰা হৈ থকা দেখা যায়। ওপৰে চুঙৰী পহু, পৰ্ব্বতীয়া ছাগলি জাঁপদি জুৰি পাৰ হয় তলে অন্ধকূপত ক্ষুৰৰ ধাৰেৰে পানী বৈ থাকে। উত্তৰ আমেৰিকাৰ কেলিফৰ্ণীয়া উপসাগৰত পৰা কলৰেড্‌ নৈৰ ঠেক” এনেকুৱা। কিন্তু জানিব লাগে যে এই কাম অনেক কালৰ মূৰতহে হৈছে। মধ্যমাংশ