পৃষ্ঠা:গণ-বিপ্লৱ.pdf/২৪: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
দিব্য দত্ত (আলোচনা | বৰঙণি) |
|||
পৃষ্ঠাৰ স্থিতি | পৃষ্ঠাৰ স্থিতি | ||
- | + | মুদ্ৰণ সংশোধিত | |
শিৰোনামা (noinclude): | শিৰোনামা (noinclude): | ||
১ নং শাৰী: | ১ নং শাৰী: | ||
{{rh|১৮|গণ-বিপ্লৱ|}} |
|||
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded): | পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded): | ||
১ নং শাৰী: | ১ নং শাৰী: | ||
⚫ | |||
১৮ |
|||
⚫ | |||
গণ-বিপ্লৱ |
|||
⚫ | |||
⚫ | |||
⚫ | |||
⚫ | |||
জ্যোতি।—স্বৰ্গদেৱে যেতিয়া দোষ নধৰোঁ বুলিছে, কওঁ। |
{{gap}}জ্যোতি।—স্বৰ্গদেৱে যেতিয়া দোষ নধৰোঁ বুলিছে, কওঁ। |
||
মই গণনাত |
মই গণনাত পালোঁ" স্বৰ্গদেৱৰ গুৰু ভাল নহয়, তাতে আকৌ |
||
শনিৰ দৃষ্টি পৰিছে। এইবাৰ স্বৰ্গদেৱৰ ছত্ৰভঙ্গ যোগ। |
শনিৰ দৃষ্টি পৰিছে। এইবাৰ স্বৰ্গদেৱৰ ছত্ৰভঙ্গ যোগ। |
||
{{gap}}শিৱ।– তাৰ পৰা কি হয়? |
|||
⚫ | |||
⚫ | |||
⚫ | |||
⚫ | |||
জ্যোতিভূষণে ‘আকে পূৰ্বৰ দৰেই গণনা কৰিলে। |
|||
⚫ | |||
⚫ | |||
{{gap}}জ্যোতিৰ্ভূষণে ‘আকৌ পূৰ্ব্বৰ দৰেই গণনা কৰিলে। |
|||
পাচত আকৌ এবাৰ চালে। তাৰ পাচত ক'লে,-“স্বৰ্গদেৱ, |
পাচত আকৌ এবাৰ চালে। তাৰ পাচত ক'লে,-“স্বৰ্গদেৱ, |
||
গণনাত ভুল হোৱা নাই। মোৰ গণনাত ভুল হ'ব নোৱাৰে। |
গণনাত ভুল হোৱা নাই। মোৰ গণনাত ভুল হ'ব নোৱাৰে। |
||
আগেয়ে যি |
আগেয়ে যি কৈছোঁ সেয়ে হ’ব।” |
||
শিৱ। |
{{gap}}শিৱ।-তাক খণ্ডাবৰ উপায় নাই নে? |
||
⚫ | |||
⚫ | |||
তাৰ আনুষঙ্গিক বিপদৰ হাত সাৰিবৰ উপায় আছে। |
তাৰ আনুষঙ্গিক বিপদৰ হাত সাৰিবৰ উপায় আছে। |
||
শিৱ?—কি উপায়? |
{{gap}}শিৱ?—কি উপায়? |
||
⚫ | |||
⚫ | |||
মঙ্গল নিৰ্ভৰ কৰে। স্বৰ্গদেৱে দেৱালয়বিলাকত পূজা-পাটল |
মঙ্গল নিৰ্ভৰ কৰে। স্বৰ্গদেৱে দেৱালয়বিলাকত পূজা-পাটল |
||
দিয়াওক, ষোড়শোপচাৰে নবগ্ৰহৰ পূজা কৰাওক, বামুণক |
দিয়াওক, ষোড়শোপচাৰে নবগ্ৰহৰ পূজা কৰাওক, বামুণক |
১৭:৪৩, ১৫ নৱেম্বৰ ২০২০ৰ সংস্কৰণ
জ্যোতি -হয় স্বৰ্গদেৱ। স্বৰ্গদেৱে অভয় নিদিলে তেনে কথা কবলৈ সাহ নজন্মে।
শিৱ।-সঙ্কোচ নকৰিবা; মই অভয় দিছোঁ।
জ্যোতি।—স্বৰ্গদেৱে যেতিয়া দোষ নধৰোঁ বুলিছে, কওঁ। মই গণনাত পালোঁ" স্বৰ্গদেৱৰ গুৰু ভাল নহয়, তাতে আকৌ শনিৰ দৃষ্টি পৰিছে। এইবাৰ স্বৰ্গদেৱৰ ছত্ৰভঙ্গ যোগ।
শিৱ।– তাৰ পৰা কি হয়?
জ্যোতি।-স্বৰ্গদেৱ ৰজা ভাগিব লাগে।
জ্যোতিৰ্ভূষণৰ কথা শুনি ৰজা বিমৰ্ষ হ’ল; জ্যোতিষীক কলে,-“আকৌ এবাৰ ভালকৈ গণি চোৱাঁচোন।”
জ্যোতিৰ্ভূষণে ‘আকৌ পূৰ্ব্বৰ দৰেই গণনা কৰিলে। পাচত আকৌ এবাৰ চালে। তাৰ পাচত ক'লে,-“স্বৰ্গদেৱ, গণনাত ভুল হোৱা নাই। মোৰ গণনাত ভুল হ'ব নোৱাৰে। আগেয়ে যি কৈছোঁ সেয়ে হ’ব।”
শিৱ।-তাক খণ্ডাবৰ উপায় নাই নে?
জ্যোতি।-নাই। আপোনাৰ ছত্ৰভঙ্গ হবই। অৱশ্যে তাৰ আনুষঙ্গিক বিপদৰ হাত সাৰিবৰ উপায় আছে।
শিৱ?—কি উপায়?
জ্যোতি।-দেৱতা আৰু ব্ৰাহ্মণৰ সন্তোষতে দেশৰ মঙ্গল'- মঙ্গল নিৰ্ভৰ কৰে। স্বৰ্গদেৱে দেৱালয়বিলাকত পূজা-পাটল দিয়াওক, ষোড়শোপচাৰে নবগ্ৰহৰ পূজা কৰাওক, বামুণক মাটি-বৃত্তি ধন সোণ দান কৰক। তেনে কৰিলেই অন্যান্য অমঙ্গল আঁতৰ হ’ব কিন্তু ছত্ৰভঙ্গৰ প্ৰতীকাৰ নহয়।