সমললৈ যাওক

সন্ধানৰ ফলাফল

আপুনি কমল কুকি বুজাব খুজিছে নেকি?
(পূৰ্বৱৰ্তী ২০টা | ) (২০ | ৫০ | ১০০ | ২৫০ | ৫০০) চাওক।
  • মাতিলেঃ⸺“কমল, প্ৰিয়তমে।"  যোগিনী।⸺ৰবি, প্ৰাণেশ্বৰ মোৰ!  ৰবি।—সচাঁকৈয়ে নে তুমি কমল? নতুবা কোনো মায়াবিনী?  কমল।—সচাঁকৈয়ে মই কমল, তোমাৰেই সেই কমল, প্ৰাণেশ্বৰ...
    ৮২২ বাইট (২,৬১৫টা শব্দ) - ২১:৫৯, ২৬ এপ্ৰিল ২০২০
  • সোণাৰু। আনো যত তৰুতৃণ সৱে কল্পতৰু॥ ছয় ঋতু এক কালে বসন্ত উদয়। ভ্ৰমৰে গুঞ্জৰে কুলি পঞ্চম পূৰয়॥ ৪৮০॥ বহয় মলয়া বায়ু আমোদিত মন। নৃত্য গীত কৰৈ তৈতে অপেস্বৰাগণ॥...
    ১৩ KB (৮৩০টা শব্দ) - ২০:৪৯, ২৯ জুন ২০২০
  • দশদিশ জুৰি তাৰ বায়ু বহি যায় ॥ ছয় ঋতু এককালে বসন্ত উদয় । ভ্ৰমৰে গুঞ্জৰে কুলি পঞ্চমে পূৰয়”। [ গজেন্দ্ৰোপাধ্য ক্ষীৰ সাগৰৰ মাজৰ এই ত্ৰিকুট পর্বতখন চাই আহি...
    ৫৬৩ বাইট (৪,৫৭৪টা শব্দ) - ১৫:১৭, ৩১ অক্টোবৰ ২০২০
  • সোঁৱৰাই তই—  হৃদয়ত জুই দিলি।  শুনালি অমিয়া-গান, (কুলি) খােপাৰ মালতী সুলকি পৰিলে  বলিয়া কৰিলি প্রাণ, (কুলি) আপােন পাহৰি পাছতে খেদিলাে  নমতা নােবােলা হ’লি॥...
    ১ KB (২৫,৩০৪টা শব্দ) - ১৪:৪২, ২ ডিচেম্বৰ ২০২০
  • গলেহে! {{gap}}কমল।—বাৰু ইয়াৰ পৰা গলায়েই, আকৌ ঘূৰি আহিবা নে? {{gap}}ৰবি।—সেইটো টো কেনেকৈ ক'ম কমল! দেউতাই পঠিয়ালেহে আহিব পাৰিম। {{gap}}কমল।—তেনেহলে আমাক...
    ২ KB (১৭৫টা শব্দ) - ২২:৩৭, ২৫ এপ্ৰিল ২০২০
  •  কিন্তু মোৰ পক্ষে ফুল নিফুল সমান।  তুমি-ফুল বিনে মোৰ ফুল নাই আন॥ ৯ বসন্তৰ কত কুলি  পঞ্চমত সুৰ তুলি।  গায় গীত, তালৈ সখী কোনে কৰে কাণ?  তোমাৰ হাতত মাত্ৰ আছে...
    ৭৪২ বাইট (১১,৫৮২টা শব্দ) - ১০:২০, ১ জুলাই ২০২২
  • {{gap|3em}}নৃত্যৰ ছলে দেখাবে॥ বসন্ত সময়,{{gap|3em}}কুলি কুহ্ লাৱয়, {{gap|3em}}মলয়া ভৈল সমীৰ। প্ৰফুল্ল কমল,{{gap|3em}}গুঞ্জৰে ভ্ৰমৰ, {{gap|3em}}লড়িলা মন...
    ২ KB (১৩৮টা শব্দ) - ২১:২৫, ৫ অক্টোবৰ ২০২৪
  • জাকে জাকে উৰে পৰে বৃক্ষৰ ডালত। মলয়া বহন্ত বাৱ বহয় সতত॥ গুঞ্জৰে ভ্ৰমৰে কুলি সুস্বৰে সদাই। সিদ্ধ মুনি সকলৰো পুলকই কাঁই॥</poem>}}<noinclude></noinclude>...
    ২ KB (১৮০টা শব্দ) - ১০:১৬, ৯ মে' ২০২০
  • নাৰদ মহাশয়॥ [ ১১৮ ] যেবে মই বৈকণ্ঠ পুৰক যাইব চলি। দেখি কলি আনন্দে কৰিবে কুলি মালি॥ দেখিবে উদাঙ্গ ইটো সমস্ত জগত। কপট বৈষ্ণৱ বেশ ধৰিবে সাক্ষাত॥ অধৰ্ম্ম...
    ৯৫৭ বাইট (১২,৬৮২টা শব্দ) - ২০:৩৬, ৩১ আগষ্ট ২০২১
  • পুত্ৰৱতী। কোনােৱে সাবটি ধৰে দেখি বঙ্গে মগ্ন অতি॥ [ ৩৩ ] কালে ফুলি দুটী ফুল মাৱৰ কমল-আখি । শোভে তাত একে ঠাই মধুৰ অমৃতে মাখি॥ অসংখ্য কতনাে আৰু ফুলন্ত পদ্মিনী মাজে।...
    ৩২১ বাইট (৪,৯৮৩টা শব্দ) - ২২:৪৫, ১ ছেপ্টেম্বৰ ২০২১
  • আসিলা লৰি॥ ইকথা বিস্ময় নুই। জানা ইতো সত্য হুই॥ তেন্তে মোৰ আদি মূল। বংশৰ কমল ফুল॥ তাহান সন্ততি ধাৰা। চলি আছে পৰম্পৰা। বৰপাত্ৰ নাম লৈল। অনেক পুৰুষ গৈল॥...
    ১ KB (৪৭,০৭৫টা শব্দ) - ১৩:০২, ৩১ আগষ্ট ২০২১
  •  জ্ঞানেন্দ্ৰই কবলৈ ধৰিলে,—“তোমাৰ গান শুনিবৰে পৰা এইবোৰ গানত মোৰ সমূলি মন নবহে। কুলি আৰু কাউৰীৰ মাতৰ যি প্ৰভেদ, তোমাৰ গান আৰু এইবোৰ গানৰ সিমান প্ৰভেদ। মোৰ এইবোৰ...
    ৭৬৬ বাইট (৬৯,৩৭১টা শব্দ) - ১১:১২, ২৫ এপ্ৰিল ২০২০
  • তাইৰ মনটোও থউকি-বাথউ লাগিল—  বাৰীৰে আম গছ  তিনি ফেৰেঙীয়া  তাতে বহি মাতিলে কুলি, গধূলি বেলিকা  আহিবা লাহৰী  চালনী অনোগই বুলি॥  গছবোৰত ন-কুঁহিপাত। গছৰ ডালে...
    ৮৭৭ বাইট (১২,৭০১টা শব্দ) - ২১:৪৯, ২৭ আগষ্ট ২০২৪
  • গীত এটি গাম আজি এই সন্ধিয়া পৰত গাইছিলো যিটি গীত উলাহেৰে মনোৰম চৰাই পুৱাতে কুলি কেতেকী পাহাৰী জুৰিটিৰ সমলয় সমতানে গীত এটি গাম সেই সুৰীয়া গীতকেই গাম। আজি...
    ১ KB (১৭,৯৩১টা শব্দ) - ১৩:১৫, ২ ছেপ্টেম্বৰ ২০২১
  •  মৗমিল মৗঃমিল কাঃদাগম কাঞ্চিন তকুমাং। ভাবাৰ্থঃ সেই ঠাইখিনি/ সেই ঠাইখিনি য’ত কুলি কেতেকীয়ে বিনাইছিল/ য’ত নেকি কপৌ ফুল ফুলিছিল, বনৰীয়া অনেক ফুলো ছিঙি আনি...
    ১ KB (৭৫,৫০১টা শব্দ) - ২১:৩৩, ২৭ আগষ্ট ২০২৪
  • [ ১৮ ] ফুলৰ গন্ধত মত্ত মধুকৰগণ। গুঞ্জৰিয়া পুনঃ পুনঃ মধু কবে পান॥ ডালত বসিয়া কুলি সুললীত ৰৱে। সুমধুৰ গান প্ৰিয়া সমে বসি গাৱে॥ তাৰ মাজে আছে এক দিবা সৰোবৰ।...
    ১ KB (১৩,৩৭৬টা শব্দ) - ১৩:৫৯, ৩১ আগষ্ট ২০২১
  • বস্তু বা ভাৰ লৈ যায় আৰু বিহুৱে সংক্ৰান্তিয়েও সেইৰূপ “নজৰ” দিয়ে। অনেকে আকৌ কুলি বেগাৰৰপৰা ক্ষমা পাবলৈ ভাল মানুহ হবৰ নিমিত্তে উপঢৌকন দিয়ে। ফুকনে এইবিলাকত...
    ১ KB (৩৭,৩১২টা শব্দ) - ১৭:৩২, ১২ নৱেম্বৰ ২০২২
  • প্ৰানো যত ত সব যেন কল্পতৰু ৷ ছয় ঋতু এক স্থানে বসন্ত উচ্চ। অমৰে গুঞ্জৰে কুলি পঞ্চম পূৰয় । বহয় লয় বা আমোদিত মন । নৃত্য গীত কৰে তৈত আপেসৰ।। [ ৫৬ ] t৬...
    ৪০৬ বাইট (৬,৪২৬টা শব্দ) - ১৮:১০, ২ মে' ২০২৩
  • ধেন। ডিঙি—সিংহৰ ডিঙি যেন। ককাল, ডম্বৰুৰ মাজ ভোখৰ যেন। পানী ফটিক যেন। মাত – কুলি চৰাইৰ নিচিনা। ভূ-ধেনুৰ নিচিনা। চুলি-গাপৰ বেত বেন। বৰণগোলাপ বা পদুমৰ পতিৰ...
    ৩৭৫ বাইট (৩০,০৮৪টা শব্দ) - ১৯:২৯, ২৩ জুলাই ২০২০
  • চেনেহৰ জ্ঞান ৰহিত বিহুৱানহে। বিহুৰ বতৰ বুলি আজি একো উদুলি-মুদুলি নাই, নাই কুলি-কেতেকীৰ মন জুৰুৱা মাত। আধুনিকতাৰ পশ্চিমা বতাহে জাবৰ-জোথৰেৰে ঘৰৰ মজিয়া ভৰাই...
    ২ KB (৬৮,৬২৮টা শব্দ) - ১৩:১৭, ৩১ আগষ্ট ২০২১
(পূৰ্বৱৰ্তী ২০টা | ) (২০ | ৫০ | ১০০ | ২৫০ | ৫০০) চাওক।