সমললৈ যাওক

বিপ্লবী বাহিনী

ৱিকিউৎসৰ পৰা
​
 

 

​
 

ডিটেক্‌টিভ্‌ উপন্যাস
পা-ফু’ চিৰিজ নং ৮

 

বিপ্লবী বাহিনী

 

শ্ৰীপ্ৰেমনাৰায়ণ দত্ত
উজানবজাৰ
গুৱাহাটী

 

​প্ৰকাশক—

মণিমাণিক প্ৰকাশ
উজানবজাৰ, গুৱাহাটী,
অসম

 

প্ৰথম প্ৰকাশ : জুন ১৯৫৩

 

সৰ্ব্বস্বত্ব সংৰক্ষিত

 

মূল্য : দুটকা

 

প্ৰিণ্টাৰ— শ্ৰীতীৰ্থনাথ পাল
নবজীৱন প্ৰেছ
৬৬, গ্ৰে ষ্ট্ৰীট, কলিকাতা-৬

​
 

উচৰ্গা

 

প্রিয়বন্ধু

৺লীলাৰাম ভূঞাৰ

পবিত্র নামত.......

 
—প্রেম—
 

​

নিবেদন

 

 প্ৰবীণ সাহিত্যিক, জ্ঞানোবৃদ্ধ, পূজনীয় শ্ৰীযুত জে বৰুৱা, বাৰিষ্টাৰ-এট্‌-ল, দেৱৰ অভিমত অনুসৰি ‘Sir’ শব্দৰ অসমীয়া ‘স্যৰ’ লিখা হ’ল আৰু উচ্চাৰণ অনুসৰি সকলো ঠাইতে টবৰ্গৰ আখৰ দিয়াটোও তেখেতৰে উপদেশ আৰু নানা অমূল্য উপদেশৰ কাৰণে আমাৰ আন্তৰিক কৃতজ্ঞতা জানাইছোঁ।

 যি সকলে বিপ্লবী বাহিনীৰ কাৰণে ঘনাই তাগিদ দি আমাক উৎসাহিত কৰিছিল সেই সকলক আমাৰ ধন্যবাদ জানাইছোঁ আৰু উলিওৱাত কেমাহমান পলম হোৱা বাবে ক্ষমা খুজিছোঁ।

 আগৰবোৰৰ দৰে বিপ্লবী বাহিনীয়েও পঢ়ুৱৈ সমাজৰ কৃপাদৃষ্টি লাভ কৰিব বুলি আমি আশা কৰিলোঁ। ইতি

 

—জয় ডেকা অসম—

—লিখক—
আৰু
—প্ৰকাশক—

 
মূল গ্ৰন্থত নাই

সূচীপত্র।

 ১-৯
 ১০-১৭
 ১৮-২৩
 ২৪-৩১
 ৩২-৪০
 ৪১-৪৯
 ৫০-৫৬
 ৫৭-৬৩
ন 
 ৬৪-৭০
 ৭১-৭৮
 ৭৯-৮৭
 ৮৮-৯৭
 ৯৮-১০৪
 ১০৫-১১০
 ১১১-১১৬
 ১১৭-১২৭
 ১২৮-১৩১
 ১৩২-১৪৪

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৬ চনত ১ জানুৱাৰী ১৯৬৬ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )